• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উষা উথুপে মিউজিক ভিডিঅ’ৰ জৰিয়তে আকৰ্ষণ কৰিব মেঘালয়ৰ যুৱ ভোটাৰক

এন ই নাও নিউজ by এন ই নাও নিউজ
February 1, 2018 4:19 pm
Usha-Uthup-1-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মেঘালয়ৰ আসন্ন বিধানসভাৰ নিৰ্বাচনত যুৱ প্ৰজন্মৰ ভোটাৰক ভোটদানৰ বাবে আকৰ্ষিত কৰাৰ উদ্দেশ্যেৰে ৰজ্যিক নিৰ্বাচন বিভাগে কিছু আকৰ্ষণীয় সজাগতামূলক কাৰ্যসূচী প্ৰস্তুত কৰিছে।

গোটেই ৰাজ্যখনতে প’ষ্টাৰৰ জৰিয়তে প্ৰচাৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ উপৰি ৰাজ্যিক নিৰ্বাচন বিভাগে যুৱ ভোটাৰসকলক তেওঁলোকৰ ভোটদান কৰাৰ বাবে তথা নিৰ্বাচনৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াটোত বৰঙণি যোগোৱাৰ বাবে আকৰ্ষিত আৰু অনুপ্ৰাণিত কৰিবলৈ বিখ্যাত গায়িকা উষা উথুপৰ কণ্ঠ ব্যৱহাৰ কৰিছে।

Apply Now

মেঘালয়ৰ নিৰ্বাচন অহা ২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব আৰু অহা ৩ মাৰ্চত ভোট গণনা অনুষ্ঠিত হ’ব।

নিৰ্বাচন বিভাগে এটা ভিডিঅ’ মুকলি কৰিছে য’ত উষা উথুপে এটা খাচী গান ‘খাচী বাইয়াৰ’ পৰিৱেশন কৰিছে। গানটোৰ কথাখিনিত কোৱা হৈছে যে তেওঁ মেঘালয়ৰ এগৰাকী বন্ধু আৰু তেওঁ ভোটাৰসকলক আসন্ন নিৰ্বাচনত নীতিগতভাৱে আৰু দায়িত্বসহকাৰে ভোটদান কৰিবলৈ আহ্বান জনাইছে।

ইউ টিউবত আপলোড কৰা ভিডিঅ’টোৰ সময় তিনি মিনিট।

মেঘালয়ৰ মুখ্য নিৰ্বাচনী বিষয়া এফ আৰ খাৰকংগোৰে জানিব দিয়ে যে ৰাজ্যখনৰ যুৱসকলৰ সংগীতৰ প্ৰতি গভীৰ আকৰ্ষণ আছে। এই ভিডিঅ’টোৱে যুৱ ভোটাৰসকলক নিৰ্বাচনৰ দিনটোত ভোটদানৰ বাবে উৎসাহিত কৰিব।

মেঘালয়ৰ জনসাধাৰণৰ জীৱন আৰু সংস্কৃতিত সংগীতে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। ৰাজধানী চহৰ শ্বিলঙক সঠিকভাৱেই দেশৰ সাংগীতিক চহৰ বুলি কোৱা হয়।

সাংগীতিক ভিডিঅ’ ‘’ৰক অন ২’’ত উষা উথুপেও বিশেষ ভূমিকাত আত্মপ্ৰকাশ কৰিছিল। বলীউদৰ সংগীতৰ ব্লক ব্লাষ্টাৰ খনত ফাৰহান আখতাৰ আৰু শ্ৰদ্ধা কাপুৰে অভিনয় কৰিছে। ভিডিঅ’টোৰ শ্বুটিং কৰা হৈছিল ৰাজ্যখনৰ বিশেষকৈ ৰিভই জিলাৰ উমনিউহ গাওঁ, চেৰাপুঞ্জী আৰু শ্বিলঙৰ ওচৰৰ লইতলুমত।

https://youtu.be/A2bFiik399o

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd