• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চাহ শ্ৰমিকক ২০ শতাংশকৈ বোনাচ দিয়াৰ দাবী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

শান্তনু শইকীয়া by শান্তনু শইকীয়া
September 16, 2019 10:32 pm
1.5k
VIEWS
Share on FacebookShare on Twitter

অসমৰ চাহ শ্ৰমিকসকলক ২০ শতাংশ বোনাচ দিয়াৰ দাবী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ। আজি গুৱাহাটীত থকা সংগঠনটোৰ কেন্দ্ৰীয় কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত অখিল গগৈয়ে শ্ৰমিকসকলক ৮.৩৩ শতাংশ বোনাচ দিবলৈ লোৱা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰে।

তেওঁ কয়, ‘অসম চৰকাৰে চাহ শ্ৰমিকসকলৰ একাউন্টত ৫ হাজৰ টকা ভৰাই দিছিল, কিন্তু এতিয়া বোনাচ কমাই সেই ধন কাঢ়ি নিব বিচাৰিছে’।

বিজেপি চৰকাৰে চাহ শ্ৰমিকক লৈ ৰাজনীতি কৰি আহিছে বুলি মন্তব্য কৰি তেওঁ কয়, ‘বিজেপিয়ে চাহ শ্ৰমিকক এক প্ৰকাৰে ৰাম ঠগন দিলে। তেওঁলোকে মজুৰি ৩৫০ টকা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু এতিয়া চাহ শ্ৰমিকে মজুৰি পায় ১৬৭ টকাহে।‘

আনহাতে বাগিচা মালিকপক্ষই সততে কৈ থকা চাহ উদ্যোগৰ আৰ্থিক সংকট এটা ভুৱা অপপ্ৰচাৰ বুলি মন্তব্য কৰি তেওঁ কয়, ‘যদি লোকচান হৈছে কোনো বাগিচা বন্ধ হৈ যোৱাৰ খবৰ আহিল হেতেন কিন্তু বাগিচা বন্ধ হোৱাৰ কোনো খবৰ নাই। বগিচাৰ লাভ হৈছে নে লোকচান হৈছে আমি কোনো বাগিচাৰ Balance sheet দেখা নাপাও’।

উল্লেখযোগ্য যে ২০ আগষ্টত Consultative Committee of Plantation Associations-এ চাহ উদ্যোগ আৰ্থিক সংকটত ভুগি আছে বুলি দোহাই দি শ্ৰমিকসকলক ৮.৩৩ শতাংশ বোনাচ দিয়াৰ সিন্ধান্ত ঘোষণা কৰিছিল।

চাহ শ্ৰমিকসকলক যদি তেওঁলোকৰ প্ৰাপ্য মজুৰি দিয়া নহয় তেনেহলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব বুলি সংবাদমেলৰ জৰিয়তে জানিবলৈ দিয়ে অখিল গগৈয়ে।

Recent News

ট্ৰেজিক হিৰো! অথলে গ’ল জাদেজাৰ যুঁজ; ২২ ৰানত পৰাস্ত ভাৰত, শৃংখলাত আগবাঢ়িল ইংলেণ্ড

ট্ৰেজিক হিৰো! অথলে গ’ল জাদেজাৰ যুঁজ; ২২ ৰানত পৰাস্ত ভাৰত, শৃংখলাত আগবাঢ়িল ইংলেণ্ড

ভ্ৰমণ প্ৰিয় এটা বান্দৰ! বান্দৰৰ ভ্ৰমণ কাহিনীয়ে খলকনি তুলিছে সামাজিক মাধ্যমত

ভ্ৰমণ প্ৰিয় এটা বান্দৰ! বান্দৰৰ ভ্ৰমণ কাহিনীয়ে খলকনি তুলিছে সামাজিক মাধ্যমত

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd