• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গোৱালপাৰাত একে নিশাই ৩টাকৈ পথ দুৰ্ঘটনা; ২জন যুৱক নিহত, মহিলাসহ ১৪জন আহত

কৃষ্ণাই by কৃষ্ণাই
September 19, 2019 10:00 am
701
VIEWS
Share on FacebookShare on Twitter

বুধবাৰে নিশা গোৱালপাৰা জিলাৰ ৰংজুলি আৰু দুধনৈত সংঘটিত তিনিটাকৈ পৃথক-পৃথক শোকাৱহ পথ দুৰ্ঘটনাত দুজন যুৱক নিহত হোৱাৰ লগতে মহিলাসহ ১৪ জনকৈ লোক আহত হয়।

প্ৰাপ্ত তথ্য মতে কালি নিশা দুধনৈ থানাৰ অন্তৰ্গত নয়াপাৰা আৰু আমজোঙাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুটা বাইক দুৰ্ঘটনা সংঘটিত হৈছিল। উক্ত দুৰ্ঘটনা দুটাত দুজন যুৱক নিহত হোৱাৰ লগতে এগৰাকী যুৱতীসহ চাৰিজন লোক আঘাতপ্ৰাপ্ত হয়।

উল্লেখযোগ্য যে দুধনৈৰ নয়াপাৰাত সংঘটিত দুৰ্ঘটনাত গুৰুতৰভাৱে আহত বিকাশ ৰাভা নামৰ এজন যুৱকক দুধনৈ চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পাছতে চিকিৎসকে তেওঁক মৃত্যু হোৱা বুলি ঘোষণা কৰাকলৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল।

যুৱকজনৰ পৰিয়াল আৰু স্থানীয় ৰাইজে তেওঁৰ মৃত্যু হোৱা নাই বুলি দাবী কৰি এক উত্তপ্ত পৰিৱেশ সৃষ্টি কৰাৰ লগতে চিকিৎসালয়ৰ আচবাব ভাঙি লণ্ডভণ্ড কৰে ৷ পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

জানিব পৰা মতে নিহত বিকাশ ৰাভাৰ ঘৰ লেলাৰ পুখুৰীপাৰাত।

আনহাতে আমজোঙাৰ বাইক দুৰ্ঘটনাত নিহত যুৱকজনক ৰঞ্জন কুমাৰ ৰাভা বুলি চিনাক্ত কৰা হৈছে ৷

উক্ত দুৰ্ঘটনা দুটাৰ উপৰি একেটা নিশাই ধূপধৰা আৰক্ষী থানাৰ অন্তৰ্গত ধনুভাঙাত এখন মাৰুতি কাৰ আৰু আন এখন চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ লাগে, ফলত ৮ জনকৈ লোক গুৰুতৰভাৱে আহত হয়।

Recent News

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd