• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছ’চিয়েল মিডিয়াৰ অপব্যৱহাৰ ৰোধ ব্যক্তিগত গোপনীয়তা নিশ্চিত কৰিহে কৰিব লাগিব : উচ্চতম ন্যায়ালয়

এন ই নাও নিউজ by এন ই নাও নিউজ
September 25, 2019 10:55 am
Aadhar and facebook
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মিডিয়াৰ ক্ৰম বৰ্ধিত অপব্যৱহাৰত উদ্বেগ প্ৰকাশ কৰি ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক পৰামৰ্শ দিয়াৰ সময়ত উচ্চতম ন্যায়ালয়ৰ এখন বিচাৰপীঠে য়ুজাৰৰ ব্যক্তিগত গোপনীয়তা যাতে উলংঘা নহয় আৰু সেইটো সুৰক্ষা দিয়াত যাতে চৰকাৰ ব্যৰ্থ নহয়, তাক নিশ্চিত কৰিব লাগিব বুলি কয়।

ছছ’চিয়েল মিডিয়াৰ একাউণ্টক আধাৰৰ সৈতে সংযোগ কৰাৰ দাবীৰে বিভিন্ন উচ্চ ন্যায়ালয়ত দাখিল হোৱা আৱেদনবোৰক উচ্চতম ন্যায়ালয়লৈ স্থানান্তৰ কৰিবলৈ ফেইচবুক কৰ্তৃপক্ষই দিয়া এখন আৱেদনৰ শুনানিৰ সময়ত বিচাৰপীঠখনে এই মন্তব্য কৰে।

Apply Now

দুজনীয়া বিচাৰপীঠখন ন্যায়াধীশ দীপক গুপ্তা আৰু ন্যায়াধীশ অনিৰুদ্ধ বসুক লৈ গঠিত।

“আৰক্ষীয়ে বিচাৰিলে বুলিয়েই কোনো লোকে এনেকুৱা ব্যক্তিগত তথ্য দিয়া উচিত নহয়, মোৰ ব্যক্তিগত গোপনীয়তাৰ অধিকাৰ আছে”, ন্যায়াধীশ দীপক গুপ্তাইকয়।

পূৰ্বৰ এটা শুনানিত বিচাৰপীঠখনে কেন্দ্ৰীয় চৰকাৰৰ পৰা জানিব বিচাৰিছিল ছ’চিয়েল মিডিয়া য়ুজাৰসকলক ইয়াৰ অপব্যৱহাৰৰ পৰা বাৰণ কৰাৰ বাবে কি কি নীতি-নিৰ্দেশনা চৰকাৰৰ আছে জানিব বিচাৰিছিল।

ছ’চিয়েল মিডিয়াৰ অপব্যৱহাৰক লৈ উদ্বেগ প্ৰকাশ কৰি বিচাৰপীঠখনৰ তাৎপৰ্য্যপূৰ্ণ মন্তব্য, “ইয়াক প্ৰতিৰোধ কৰিবলৈ হাতত প্ৰযুক্তি নাই বুলি আমি দায় সাৰিব নোৱাৰো”।

বিশেষকৈ অনলাইন অপৰাধ আৰু ছ’চিয়েল মিডিয়াত বিভ্ৰান্তিকৰ বাৰ্তা বিয়পাই দিয়া মূল ব্যক্তিক চিনাক্ত কৰাটোক গুৰুত্বপূৰ্ণ বুলি কোৱা হয়।

“যদিহে চৰকাৰৰ হাতত ইয়াক প্ৰতিৰোধ কৰিবলৈ প্ৰযুক্তি আছে, তেন্তে ইয়াক প্ৰতিৰোধ কৰিব লাগে ”, ছ’চিয়েল মিডিয়াৰ অপব্যৱহাৰ অতি বিপজ্জনক পৰ্য্যায় পাইছেগৈ বুলি মন্তব্য কৰি বিচাৰপীঠখনে কয়।

বিচাৰপীঠখনে কেন্দ্ৰীয় চৰকাৰক ছ’চিয়েল মিডিয়াৰ অপব্যৱহাৰকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ নীতি-নিৰ্দেশনা প্ৰস্তুতৰ বাবে কিমান সময় লাগিব সেয়া জনাই তিনি সপ্তাহৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ কয়।

বিশেষকৈ মূল পোষ্টকৰ্তাৰ ঠিকনা উলিওৱাটো দৰকাৰী বুলি কোৱা হৈছে।

আধাৰক ফেইচবুক একাউণ্টৰ সৈতে সংযোগ কৰাৰ দাবীত চাৰিখন আৱেদন মাদ্ৰাজ উচ্চ ন্যায়ালয় (দুখন), বোম্বেই উচ্চ ন্যায়ালয় আৰু মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ত দাখিল হৈছিল।

ফেইচবুক কৰ্তৃপক্ষই উচ্চতম ন্যায়ালয়ত দাখিল কৰা তেওঁলোকৰ আৱেদনখনত চাৰিওখন উচ্চ ন্যায়ালয়ত থকা গোচৰকেইটা উচ্চতম ন্যায়ালয়লৈ স্থানান্তৰ কৰিবলৈ অনুৰোধ জনাইছে, যাতে দ্বন্দ্বপূৰ্ণ ৰায় উদ্ভৱ নহয়।

আনহাতে আধাৰক ফেইচবুক একাউণ্টৰ সৈতে আধাৰ সংযোগ কৰাটোৱে য়ুজাৰৰ ব্যক্তিগত গোপনীয়তা উলংঘা কৰিব বুলি দাবী ছ’চিয়েল মিডিয়া প্ৰতিষ্ঠানটোৰ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

September 13, 2026 6:53 pm
চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

September 13, 2026 5:49 pm
ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

September 13, 2026 4:41 pm
কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

September 13, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

September 13, 2026 6:53 pm
চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

September 13, 2026 5:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd