• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিশু-গৰ্ভৱতী মহিলাৰ মাজত পুষ্টিকৰ খাদ্যৰ নামত ম্যাদ উকলি যোৱা খাদ্য বিতৰণ

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
October 3, 2019 9:29 am
IMG_20191002_123101

ফটো : নৰ্থ-ইষ্ট নাও

5.8k
VIEWS
Share on FacebookShare on Twitter

বাক্সা জিলাৰ তামুলপুৰ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ অধীনৰ কুমাৰীকাটাৰ কালিপুৰ আৰু গোপীনাথপুৰ অঞ্চলত অংগনৱাড়ী কেন্দ্ৰৰ জৰিয়তে শিশু আৰু গৰ্ভৱতী মহিলাৰ বাবে পুষ্টিকৰ খাদ্যৰ বিপৰীতে ম্যাদ উকলি যোৱা খাদ্যৰ পেকেট বিতৰণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

এই ভয়ংকৰ তথ্য বাক্সা জিলা ছাত্ৰ সন্থাৰ এজন বিষয় ববিয়াই পোহৰলৈ অনাৰ পাছতে অঞ্চলটোত সৃষ্টি হৈছে বিৰূপ প্ৰতিক্ৰিয়াৰ।

ইফালে বুধবাৰে কালিপুৰ আৰু গোপীনাথপুৰ অঞ্চলৰ হিতাধিকাৰ সকলে খাদ্যৰ পেকেট সমূহ সংবাদ মাধ্যমৰ সন্মুখত প্ৰদৰ্শন কৰি ক্ষোভ উজাৰে।

IMG_20191002_122231
ফটো : নৰ্থ-ইষ্ট নাও

উল্লেখ্য যে হিতাধিকাৰীৰ মাজত বিতৰণ কৰা খাদ্যৰ পেকেট সমূহ ২০১০ চনৰ আগষ্ট মাহত পেকেটিং কৰা বুলি স্পষ্টভাৱে লিখা আছে আৰু ইয়াৰ ম্যাদ ১ বছৰৰ বাবে বুলিও উল্লেখ আছে। অৰ্থাৎ ইয়াৰ ম্যাদ ২০১১ চনৰ আগষ্ট মাহতে উকলি গৈছে।

হিতাধিকাৰী সকলে অভিযোগ আনি পেকেট সমূহ সংবাদ মাধ্যমৰ সন্মুখত প্ৰদৰ্শন কৰি কয় যে পেকেটৰ ওপৰত লিখা থকা ২০১০ চনটোৰ ওপৰত বগা ৰং সানি দি ২০১৯ বুলি কলমেৰে লিখি হিতাধিকাৰীৰ মাজত বিতৰণ কৰা হৈছে।

ইফালে এই খাদ্য খাই এগৰাকী মহিলা অসুস্থ হোৱা বুলিও সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে।

এনেদৰে পুষ্টিকৰ খাদ্যৰ নামত শিশু আৰু মহিলা সকলৰ মাজত ম্যাদ উকলি যোৱা খাদ্য বিতৰণ কৰি শিশু আৰু মহিলা সকলক বিকলাংগ কৰিবলৈ চেষ্টা চলোৱাৰ অভিযোগ কৰি ইয়াৰ এক উচিত তদন্ত বিচাৰিছে হিতাধিকাৰী সকলৰ লগতে বাক্সা জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ডুলুজিৎ দাসে।

Recent News

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd