• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চীনৰ হাতত বিশ্বৰ আটাইতকৈ শক্তিশালী মিছাইল; ৩০ মিনিটতে আঘাত হানিব আমেৰিকাত

এন ই নাও নিউজ by এন ই নাও নিউজ
October 3, 2019 5:10 pm
DF-41

বিশ্বৰ ভিতৰতে আটাইতকৈ শক্তিশালী চীনৰ ডিএফ-৪১ মিছাইল।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চীনৰ গোপনে ৰখা শক্তিশেলৰ খবৰ পোহৰলৈ আহিছে। চীনৰ পিতৃ পুৰুষ মাও ছে তুঙৰ পৰা এতিয়া ছি জিন পিঙলৈকে সুদীৰ্ঘ পৰিক্ৰমা।

যোৱা ১ অক্টোবৰত চীনৰ জাতীয় দিৱসৰ লগতে কমিউনিষ্ট শাসনৰো ৭০ বছৰ সম্পূৰ্ণ হয়। তদুপলক্ষে দেশখনৰ ৰাজধানী বেইজিঙত জিন পিং চৰকাৰে আয়োজন কৰিছিল সামৰিক অনুশীলনৰ।

Apply Now

উক্ত অনুশীলনত প্ৰদৰ্শিত হয় বিশ্বৰ আটাইতকৈ শক্তিশালী মিছাইল ডি এফ-৪১। ১৫ হাজাৰ কিলোমিটাৰ দীৰ্ঘভেদি লক্ষ্য আঘাত হানিবলৈ সক্ষম এই মিছাইলটোৱে মাত্ৰ ৩০ মিনিটৰ ভিতৰতে ঢুকি পাব আমেৰিকা।

উল্লেখ্য যে প্ৰতিবছৰে জাতীয় দিৱসত বেইজিঙৰ তিয়েনমেন স্কোৱেৰত এই সামৰিক অনুশীলনৰ আয়োজন কৰা হয়। অৱশ্যে, এইবাৰ আনবাৰতকৈ অধিক জাকজমকতাপূৰ্ণ আছিল এই অনুষ্ঠান।

অনুষ্ঠানত জিন পিং প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলৰ উপৰি উপস্থিত আছিল বহুকেইগৰাকী জনপ্ৰতিনিধি তথা ৯৭খন দেশৰ সামৰিক বিষয়া।

সমবেত অতিথিসকলৰ সন্মুখত অনুশীলনত অংশ লয় বিশ্বৰ আটাইতকৈ বৃহৎ সেনা বাহিনী পি এল এ-এৰ ৫৯টা বিভাগৰ প্ৰায় ১৫ হাজাৰ সশস্ত্ৰ সেনাই। ১৬০খন যুদ্ধ বিমানৰ লগতে প্ৰদৰ্শিত হয় ৬০০ৰো অধিক অত্যাধুনিক সামৰিক সা-সৰঞ্জাম।

ইয়াৰ মাজত আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল অদ্বিতীয় গতিৰ পৰমানু বোমা বহনকাৰী ডংফেং অথবা ডিএফ-৪১ মিছাইল।

বিমানবাহী যুদ্ধজাহাজ তথা শত্ৰুপক্ষৰ সামৰিক ঘাটি ধ্বংস কৰাৰ বাবে দীৰ্ঘভেদি তথা শক্তিশালী এনেকুৱা মিছাইল আৰু নাই। একলগে ১০টা পৰমানু বোমা কঢ়িয়াবলৈ সক্ষম এই মিছাইলটোৱে বিশ্বৰ যিকোনো স্থানতে আঘাত হানিব পাৰে।

যোৱা মঙলবাৰে এনে শক্তিশালী মিছাইলৰ অধিকাৰী দেশখনৰ ৰাষ্ট্ৰপতি জিন পিঙে গৰ্বেৰে বিশ্বৰ দেশসমূহক এক প্ৰকাৰ সাৱধান বাণী শুনায়। তিয়ানমেন স্কোৱাৰত থিয় হৈ ৰাষ্ট্ৰপতিগৰাকীয়ে কয়,‘’চীনৰ ভেটি লৰাব পৰা এনে কোনো শক্তি নাই। চীনৰ জনসাধাৰণৰ বিকাশ ৰুদ্ধ কৰিব পৰা এনে কোনো শক্তি নাই।‘’

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল সদন! শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ক’লা কাপোৰ পিন্ধি বিৰোধীৰ প্ৰতিবাদ

নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল সদন! শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ক’লা কাপোৰ পিন্ধি বিৰোধীৰ প্ৰতিবাদ

July 22, 2026 3:35 pm
মোদী চৰকাৰৰ স্বৈৰাচাৰী ৰূপ! ছাত্ৰৰ ন্যায়ৰ দাবীত ধৰণাত বহা ৰাহুল-প্ৰিয়ংকাক গ্ৰেপ্তাৰ: হিটলাৰী শাসনৰ বিৰুদ্ধে উত্তাল  ৰাজধানী

মোদী চৰকাৰৰ স্বৈৰাচাৰী ৰূপ! ছাত্ৰৰ ন্যায়ৰ দাবীত ধৰণাত বহা ৰাহুল-প্ৰিয়ংকাক গ্ৰেপ্তাৰ: হিটলাৰী শাসনৰ বিৰুদ্ধে উত্তাল  ৰাজধানী

July 22, 2026 2:46 pm
ভিৰ বাঢ়ি আহিছে যন্তৰ মন্তৰত! ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী, বিদেশলৈকে বিয়পিছে আন্দোলনৰ জুই

ভিৰ বাঢ়ি আহিছে যন্তৰ মন্তৰত! ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী, বিদেশলৈকে বিয়পিছে আন্দোলনৰ জুই

July 22, 2026 12:55 pm
জন্তৰ-মন্তৰৰ প্ৰতিবাদকাৰীক সহায় কৰিবলৈ অনলাইনত খাদ্য অৰ্ডাৰ শতাধিক লোকৰ

জন্তৰ-মন্তৰৰ প্ৰতিবাদকাৰীক সহায় কৰিবলৈ অনলাইনত খাদ্য অৰ্ডাৰ শতাধিক লোকৰ

July 22, 2026 12:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল সদন! শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ক’লা কাপোৰ পিন্ধি বিৰোধীৰ প্ৰতিবাদ

নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল সদন! শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ক’লা কাপোৰ পিন্ধি বিৰোধীৰ প্ৰতিবাদ

July 22, 2026 3:35 pm
মোদী চৰকাৰৰ স্বৈৰাচাৰী ৰূপ! ছাত্ৰৰ ন্যায়ৰ দাবীত ধৰণাত বহা ৰাহুল-প্ৰিয়ংকাক গ্ৰেপ্তাৰ: হিটলাৰী শাসনৰ বিৰুদ্ধে উত্তাল  ৰাজধানী

মোদী চৰকাৰৰ স্বৈৰাচাৰী ৰূপ! ছাত্ৰৰ ন্যায়ৰ দাবীত ধৰণাত বহা ৰাহুল-প্ৰিয়ংকাক গ্ৰেপ্তাৰ: হিটলাৰী শাসনৰ বিৰুদ্ধে উত্তাল  ৰাজধানী

July 22, 2026 2:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd