• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত গোৱালপাৰাত গ্ৰেপ্তাৰ দুগৰাকী শিক্ষক; জেইললৈ প্ৰেৰণ

ছফিকুল আহমেদ by ছফিকুল আহমেদ
October 12, 2019 8:38 am
SexualOffences_Child

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোৱালপাৰা জিলাৰ দুধনৈ আৰক্ষীয়ে শুকুৰবাৰে শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ দুগৰাকী শিক্ষকক শিক্ষাৰ্থীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে।

‘’আমি জিলা শিশু সুৰক্ষা গোট (ডি চি পি য়ু)ৰ অভিযোগটো সম্পৰ্কে খবৰ লাভ কৰো আৰু সঠিক অনুসন্ধানৰ পাছত বৃহস্পতিবাৰে নিশা অভিযুক্ত শিক্ষক দুগৰাকীক গ্ৰেপ্তাৰ কৰো,’’-দুধনৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মুকুট কাকতিয়ে জানিবলৈ দিয়ে।

Apply Now

‘’শুকুৰবাৰে আমি তেওঁলোকক আদালতত হাজিৰ কৰাও। আদালতে দুয়োগৰাকীকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে,’-কাকতিয়ে কয়।

কাকতিয়ে লগতে জানিবলৈ দিয়ে যে দুধনৈ আৰক্ষী থানাত এই সন্দৰ্ভত ভাৰতীয় দণ্ডবিধি আৰু যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা আইন ২০১২ৰ অধীনত ৩৫৪/৩৫৪এ ধাৰাত এটা গোচৰ (গোচৰ নং ১২০/১৯) ৰুজু কৰা হৈছে।

অভিযোগ উত্থাপিত হোৱাৰ পাছতে দুয়োগৰাকী শিক্ষককে বিদ্যালয় পৰিচালনা সমিতিয়ে নিলম্বিত কৰিছে।

‘’আমি আমাৰ নিজৰ সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি উক্ত বিদ্যালয়খনৰ এটা শ্ৰেণীৰ সকলোবোৰ ছাত্ৰীয়ে ঘটনাটো সন্দৰ্ভত তথা এই বিশেষ শিক্ষক দুগৰাকীৰ অশালীন আচৰণৰ বিষয়ে বিদ্যালয় পৰিচালনা সমিতিক আনুষ্ঠানিকভাৱে আপত্তি জনাইছিল,’’-নাম প্ৰকাশত অনিচ্ছুক ডি চি পি য়ুৰ এগৰাকী বিষয়াই নৰ্থইষ্ট নাওক জানিবলৈ দিয়ে।

‘’গোৱালপাৰা শিশু কল্যাণ সমিতিৰ (চি ডব্লিউ চি) নিৰ্দেশনাত এক অনুসন্ধান চলোৱা হৈছিল,’’বিষয়াগৰাকীয়ে কয়।

‘’আমি ঘটনাৰ বলি সকলৰ সৈতে কথা বতৰা পাতিছিলো আৰু শিশু কল্যাণ সমিতিৰ লগতে আৰক্ষী অধীক্ষকক এক প্ৰতিবেদন দাখিল কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছিলো,’’-বিষয়াগৰাকীয়ে লগতে কয়।

‘’আমি সুখী যে আৰক্ষীয়ে সফলতাৰে অপৰাধীক কৰায়ত্ত কৰিছে,’’-সন্তুষ্টি প্ৰকাশ কৰি বিষয়াগাৰীকয়ে লগতে কয়।

‘’ছাত্ৰ-শিক্ষকৰ সম্পৰ্ক নিকটভাৱে নিৰীক্ষণ কৰা উচিত,’’-গোৱালপাৰ শিশু কল্যাণ সমিতিৰ এগৰাকী সদস্য দিবাকৰ শৰ্মাই এইদৰে মন্তব্য কৰে।

‘’বহু ঘটনা কেতিয়াও পোহৰলৈ নাহে আৰু আক্ৰান্তসকল ন্যায়ৰ পৰা বঞ্চিত হয়,’’-তেওঁ লগতে কয়।

ছফিকুল আহমেদ

ছফিকুল আহমেদ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যৰ সৰ্বাঙ্গীন উন্নয়নৰ লক্ষ্যৰে জিলাসমূহৰ বাবে নতুন অভিভাৱক মন্ত্ৰীৰ দায়িত্ব ঘোষণা মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ সৰ্বাঙ্গীন উন্নয়নৰ লক্ষ্যৰে জিলাসমূহৰ বাবে নতুন অভিভাৱক মন্ত্ৰীৰ দায়িত্ব ঘোষণা মুখ্যমন্ত্ৰীৰ

June 7, 2026 4:32 pm
ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

June 7, 2026 3:50 pm
কুনো ৰাষ্ট্ৰীয় উদ্যানত দেখা পোৱা গ’ল বিৰল বন মেকুৰী; কেইবাদশকৰ পিছত বন্দী হ’ল কেমেৰাত

কুনো ৰাষ্ট্ৰীয় উদ্যানত দেখা পোৱা গ’ল বিৰল বন মেকুৰী; কেইবাদশকৰ পিছত বন্দী হ’ল কেমেৰাত

June 7, 2026 3:36 pm
চেপটিক টেংক চাফা কৰিবলৈ গৈ বিষাক্ত গেছৰ কবলত পৰি ৪ শ্ৰমিকৰ কৰুণ মৃত্যু

চেপটিক টেংক চাফা কৰিবলৈ গৈ বিষাক্ত গেছৰ কবলত পৰি ৪ শ্ৰমিকৰ কৰুণ মৃত্যু

June 7, 2026 3:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যৰ সৰ্বাঙ্গীন উন্নয়নৰ লক্ষ্যৰে জিলাসমূহৰ বাবে নতুন অভিভাৱক মন্ত্ৰীৰ দায়িত্ব ঘোষণা মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ সৰ্বাঙ্গীন উন্নয়নৰ লক্ষ্যৰে জিলাসমূহৰ বাবে নতুন অভিভাৱক মন্ত্ৰীৰ দায়িত্ব ঘোষণা মুখ্যমন্ত্ৰীৰ

June 7, 2026 4:32 pm
ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

June 7, 2026 3:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd