• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিগ বি অমিতাভ বচ্চনৰ বিশেষ নামৰ ৫টা বাসগৃহৰ আঁৰৰ কাহিনী

এন ই নাও নিউজ by এন ই নাও নিউজ
October 14, 2019 1:35 pm
EAmzQMlU4AA8TpQ 5

বিগ বি অমিতাভ বচ্চন। ফটো : টুইটাৰ

8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঘৰ এটা কেৱল বসবাস কৰাৰ স্থলেই নহয়, ই জীৱনৰ বহু মূল্যবান স্মৃতি তথা ঘটনাৱলীৰো সাক্ষী। কিছুমান ঘৰ যেনেকৈ আধ্যাত্মিক ভাৱনাৰ ক্ষেত্ৰ, আন কিছুমান আকৌ স্মৃতি বিজড়িত এক হেঁপাহৰ আলয়।

ভাৰতীয় চলচ্চিত্ৰ জগতৰ মহানায়ক তথা বিশ্ব চলচ্চিত্ৰ জগতৰ এগৰাকী জনপ্ৰিয় ব্যক্তিত্ব অমিতাভ বচ্চন কেবল তেওঁৰ ছবিজগতৰ পৰিচয়ৰ বাবেই নহয়, সামাজিক জীৱনতো তেওঁ কেইবাটাও প্ৰজন্মৰ আদৰ্শ পুৰুষ।

Apply Now

তেওঁৰ নিজা ৫টা বাসগৃহ আছে আৰু তাৰ প্ৰতিটোৰে আছে একোটা সুকীয়া নাম যি একো একোটা কাহিনী তুলি ধৰে।

প্ৰতীক্ষাঃ

প্ৰতীক্ষা অমিতাভ বচ্চনে মুম্বাইৰ জুহুত ক্ৰয় কৰা তেওঁৰ প্ৰথমটো বাংলো। এই ঘৰটোতে তেওঁ তেওঁৰ পিতৃ ড০ হৰিবংশ ৰাই বচ্চন আৰু মাতৃ তেজী বচ্চনৰ সৈতে বাস কৰিছিল। পিতৃ হৰিবংশ ৰাই বচ্চনে ইয়াৰ নাম দিছিল ‘’প্ৰতীক্ষা’’কিয়নো তেওঁ স্থায়িত্বক প্ৰতীকী ৰূপত বিচাৰিছিল।

অমিতাভ বচ্চনে নিয়মীয়াকৈ পৰিয়ালৰ মন্দিৰটোত প্ৰাৰ্থনা কৰিবলৈ ‘’প্ৰতীক্ষা’’লৈ যায়। এইটো তেওঁৰ পিতৃয়ে হাতেৰে নিৰ্মাণ কৰিছিল।

কেৱল সেয়াই নহয়, অমিতাভে তেওঁৰ পিতৃ-মাতৃৰ কোঠা দুটাও তেওঁলোকে বাস কৰি থকাৰ সময়ৰ দৰেই সংৰক্ষণ কৰি ৰাখিছে। ২০০৭ চনত অভিষেক বচ্চন আৰু ঐশ্বৰ্য ৰাইৰ বিবাহো এই সুন্দৰ প্ৰাসাদটোতে সম্পন্ন হৈছিল।

EGdEb0PXkAAVyT3
অমিতাভ বচ্চন। ফটো : টুইটাৰ

জনকঃ

জলছাৰ ওচৰত অৱস্থিত জনক বাংলোত বচ্চনৰ কাৰ্যালয় অৱস্থিত। অমিতাভে বচ্চনে নিয়মিতভাৱে জনকত জিম ব্যৱহাৰ কৰে। জনকৰ আন এটা অৰ্থ হৈছে পিতৃ।

জলছাঃ

জুহুত অৱস্থিত জলছা বাংলোটোতে বৰ্তমান বচ্চন পৰিয়ালে বাস কৰে। এই দুমহলীয়া ঘৰটো ১৯৮২ চনত ‘ছট্টে পে ছট্টা’ নামৰ ছবিখনত কৰা অভিনয়ৰ বাবে পৰিচালক ৰমেশ চিপ্পিয়ে তেওঁক উপহাৰ হিচাপে দিছিল।

এই ঘৰটো প্ৰথমতে অমিতাভৰ ভাতৃ অজিতাভ বচ্চনৰ পত্নী ৰমলা বচ্চনৰ নামত আছিল। সূত্ৰসমূহে জানিবলৈ দিয়া মতে টেক্স সংক্ৰান্তীয় বিষয়ৰ বাবে সেয়া কৰা হৈছিল। ২০০৬ চনত জলছা জয়া বচ্চনৰ নামত পঞ্জীয়ন কৰা হয়।

জলছাৰ সমীপতে নতুন বাংলোঃ

২০১৩ চনৰ মাজভাগত অমিতাভ বচ্চন আৰু পুত্ৰ অজিতাভ বচ্চনে জলছাৰ সমীপত ৮,০০০ বৰ্গ মিটাৰৰ এই বাংলোটো ক্ৰয় কৰে। জুহুত এইটো তেওঁলোকৰ পঞ্চমটো বাংলো। ‘জলছা’ৰ লগতে এইটোও বচ্চন পৰিয়ালৰ বাবে বৰ্তমান বাস কৰা এটা সামৰি লোৱা বাসগৃহ।

বাৎসাঃ

জুহুতে অৱস্থিত অমিতাভ বচ্চনৰ এই বাংলোটো চিটিবেংক ইণ্ডিয়াক ভাড়া দিছে। বাৎসা মানে হৈছে ‘পোৱালি’ আৰু ইয়াৰ নামটো এই কাৰণেই হ’ব পাৰে যে ই এটা সৰু সম্পত্তি আৰু ই তেওঁলোকক ভাড়াৰ পৰা এটা আয়ো আনি দিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ইউচিচি’ আৰু ‘এনআৰচি’ক লৈ গৃহমন্ত্ৰীৰ ডাঙৰ ঘোষণা! অমিত শ্বাহৰ ঘোষণাই সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

‘ইউচিচি’ আৰু ‘এনআৰচি’ক লৈ গৃহমন্ত্ৰীৰ ডাঙৰ ঘোষণা! অমিত শ্বাহৰ ঘোষণাই সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

September 14, 2026 7:20 pm
বিহাৰত কাৰ্যকৰী নহ’ব ইউ জি চি! অমিত শ্বাহৰ ঘোষণাক লৈ  বিজেপি-জেডিইউৰ মাজত মতভেদৰ ইংগিত

বিহাৰত কাৰ্যকৰী নহ’ব ইউ জি চি! অমিত শ্বাহৰ ঘোষণাক লৈ  বিজেপি-জেডিইউৰ মাজত মতভেদৰ ইংগিত

September 14, 2026 6:47 pm
স্ত্ৰী-তিনি কন্যাক হত্যা কৰি মন্দিৰত প্ৰাৰ্থনা, হোটেল সলাই সলাই পলাইছিল অভিযুক্ত স্বামী : অৱশেষত ইশ্বৰেও ৰক্ষা কৰিব নোৱাৰিলে হত্যাকাৰীক

স্ত্ৰী-তিনি কন্যাক হত্যা কৰি মন্দিৰত প্ৰাৰ্থনা, হোটেল সলাই সলাই পলাইছিল অভিযুক্ত স্বামী : অৱশেষত ইশ্বৰেও ৰক্ষা কৰিব নোৱাৰিলে হত্যাকাৰীক

September 14, 2026 5:40 pm
বজাৰত জুই, দেশত নিয়ন্ত্ৰণহীন খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি:  ৪.৮২ শতাংশলৈ বৃদ্ধি পালে খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ

বজাৰত জুই, দেশত নিয়ন্ত্ৰণহীন খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি:  ৪.৮২ শতাংশলৈ বৃদ্ধি পালে খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ

September 14, 2026 5:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ইউচিচি’ আৰু ‘এনআৰচি’ক লৈ গৃহমন্ত্ৰীৰ ডাঙৰ ঘোষণা! অমিত শ্বাহৰ ঘোষণাই সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

‘ইউচিচি’ আৰু ‘এনআৰচি’ক লৈ গৃহমন্ত্ৰীৰ ডাঙৰ ঘোষণা! অমিত শ্বাহৰ ঘোষণাই সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

September 14, 2026 7:20 pm
বিহাৰত কাৰ্যকৰী নহ’ব ইউ জি চি! অমিত শ্বাহৰ ঘোষণাক লৈ  বিজেপি-জেডিইউৰ মাজত মতভেদৰ ইংগিত

বিহাৰত কাৰ্যকৰী নহ’ব ইউ জি চি! অমিত শ্বাহৰ ঘোষণাক লৈ  বিজেপি-জেডিইউৰ মাজত মতভেদৰ ইংগিত

September 14, 2026 6:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd