• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাজিৰঙাৰ নতুন ডি এফ অ’ হিচাপে ৰমেশ গগৈৰ কাৰ্যভাৰ গ্ৰহণ; পূৰ্বৰ ডি এফ অ’ ৰোহিনী বল্লভ শইকীয়ালৈ বিদায় সম্বৰ্ধনা

উত্তম শইকীয়া by উত্তম শইকীয়া
October 15, 2019 6:35 pm
Ramesh Gogoi

ৰমেশ গগৈ

22.9k
VIEWS
Share on FacebookShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু পূব অসম বন্যপ্ৰাণী সংমণ্ডৰ ডি এফ অ’ হিচাবে মঙলবাৰে আনুষ্ঠানিকভাৱে যোগদান কৰে ৰমেশ গগৈয়ে।

অসম বন সেৱা বিষয়া ৰমেশ গগৈয়ে আজি পূৰ্বৰ ডি এফ অ’ ৰোহিনী বল্লভ শইকীয়াৰ পৰা আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰে।

কাজিৰঙাত যোগদানৰ পূৰ্বে ৰমেশ গগৈ মঙলদৈ বন সংমণ্ডলত কৰ্মৰত আছিল।

আনহাতে, দায়িত্বভাৰ গ্ৰহণ পাছতেই ৰমেশ গগৈয়ে কহঁৰাত আয়োজিত ৰোহিনী বল্লভ শইকীয়াৰ বাবে আয়োজন কৰা এখন সম্বৰ্ধনা সভাত অংশগ্ৰহণ কৰে।

অনুষ্ঠানত কাজিৰঙা ৰষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰ, সঞ্চালকৰ পৰিবাৰ সত্যপ্ৰিয়া শিৱকুমাৰ, ভাৰতীয় বন সেৱা বিষয়া ডিম্পী বৰা আৰু শোণিতপুৰৰ ডি এফ অ’ ৰঞ্জিত কোঁৱৰে অংশ গ্ৰহণ কৰে।

অনুষ্ঠানত আৰ টি আই কৰ্মী ৰোহিত চৌধুৰী, সমাজ কৰ্মী অনিমেষ শইকীয়া, শোণিতপুৰ আৰু গোলাঘাটৰ অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন ক্ৰমে সৌৰভ বৰকটকী আৰু উত্তম শইকীয়াও উপস্থিত থাকে।

অনুষ্ঠানত বোকাখাত আৰু কাজিৰঙাৰ বিভিন্ন দল সংগঠনৰ লগতে কাজিৰঙাৰ বিষয়া কৰ্মচাৰীৰ তৰফৰ পৰা ৰোহিনী বল্লভ শইকীয়াক স্নেহপত্ৰ, ফুলাম গামোছা, সঁফুৰা আদিৰে বিদায় সম্বৰ্ধনা জনোৱা হয়।

লগতে নৱ নিযুক্ত ডি এফ অ’ ৰমেশ গগৈকো দল সংগঠন সমূহে একেখন সভাতে আদৰণি জনায়।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে দীৰ্ঘদিনৰ পৰা জড়িত হৈ থাকি কাম কৰি যোৱা ৰোহিনী বল্লভ শইকীয়াই বিদায় সম্বৰ্ধনা গ্ৰহণ কৰি কিছু পৰিমাণে আৱেগিক হৈ পৰে।

Recent News

ইউক্ৰেইনৰ ওপৰত শ শ ড্ৰ’ন নিক্ষেপ ৰাছিয়াৰ! ইখনৰ পিছত সিখনকৈ জ্বলি উঠিছে নগৰবোৰ

ইউক্ৰেইনৰ ওপৰত শ শ ড্ৰ’ন নিক্ষেপ ৰাছিয়াৰ! ইখনৰ পিছত সিখনকৈ জ্বলি উঠিছে নগৰবোৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত জনজাতীয় মানুহৰ মাটিৰ ওপৰত আটাইতকৈ বেছি আক্রমণ হৈছে : ভূমি অধিকাৰ যৌথ সংগ্রাম সমিতি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত জনজাতীয় মানুহৰ মাটিৰ ওপৰত আটাইতকৈ বেছি আক্রমণ হৈছে : ভূমি অধিকাৰ যৌথ সংগ্রাম সমিতি

প*ৰ্ণ চাইটত শিশুৰ অশ্লীল ভিডিঅ’ প্ৰস্তুত আৰু প্ৰচাৰ বাবে গ্ৰেপ্তাৰ এজন অভিযুক্ত

প*ৰ্ণ চাইটত শিশুৰ অশ্লীল ভিডিঅ’ প্ৰস্তুত আৰু প্ৰচাৰ বাবে গ্ৰেপ্তাৰ এজন অভিযুক্ত

দিনৰ পিছত দিন যৌন নিৰ্যাতনৰ বলি; অভিযুক্তক হত্যা কৰি জ্বলাই দিলে মহিলাৰ দলে!

দিনৰ পিছত দিন যৌন নিৰ্যাতনৰ বলি; অভিযুক্তক হত্যা কৰি জ্বলাই দিলে মহিলাৰ দলে!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd