• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাংবাদিকৰ প্ৰশ্ন ভেন্সাৰ স্কুলৰ প্ৰতিশ্ৰুতি সম্বন্ধে, মুখ্য মন্ত্ৰীৰ উত্তৰ, “বাপুজীৰ আদৰ্শেৰে আগুৱাই যাম”

তপন গগৈৰ দৰে কাণ্ড মুখ্য মন্ত্ৰীৰো; সাংবাদিকৰ প্ৰশ্নত অন্য উত্তৰ দি ততাতৈয়াকৈ প্ৰস্থান

ময়ূখ গোস্বামী by ময়ূখ গোস্বামী
October 16, 2019 7:23 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰাক্তন বিজেপি মন্ত্ৰী তপন গগৈয়ে সাংবাদিকৰ প্ৰশ্নত অন্য উত্তৰ, অৰ্থাৎ সংগতিহীন উত্তৰ দিয়াৰ দৰে কাণ্ড কৰিলে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও।

দৰং জিলাৰ ছিপাঝাৰত ১৫ অক্টোবৰত বিজেপিয়ে অনুষ্ঠিত কৰা গান্ধী সংকল্প যাত্ৰাৰ এটা কাৰ্য্যসূচীৰ সময়ত সাংবাদিকে সুধিলে এটা প্ৰশ্ন আৰু সৰ্বানন্দ সোণোৱালে প্ৰশ্নটোৰ সৈতে সম্পৰ্ক নথকা কথা কৈ তাৎক্ষণিকভাৱে তাৰ পৰা আঁতৰি যোৱা দেখা গ’ল।

সাংবাদিকৰ প্ৰশ্ন আছিল ভেন্সাৰ বিদ্যালয়বিলাকৰ বিষয়ে আপোনালোকে যি প্ৰতিশ্ৰুতি দিছিল সেয়া ৰক্ষা নকৰিলে। এই বিষয়ত কি ক’ব?

মুখ্য মন্ত্ৰীয়ে বৰ ধুনীয়াকৈ সজাই-পৰাই আৰু কী-ৱৰ্ড কিছুমান লগাই তাৰ উত্তৰ দিয়ে এনেকৈ-

“এটা কথা ঠিক, আজি বাপুজীৰ প্ৰতি আপুনি, মই, আমি সকলোৱে বাপুজীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিবৰ বাবে এই মহাস্থানত সমৱেত হৈছো আৰু আমি সকলোৱে মিলি বাপুজীৰ আদৰ্শেৰে আগন্তুক দিনত ভাৰতবৰ্ষৰ বুকুত অসমখনকো এখন আদৰ্শ ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিম, স্বাস্থ্যৱান ৰাজ্য হিচাপে গঢ় দিম।”

উত্তৰটো দিয়েই মুখ্য মন্ত্ৰীয়ে সাংবাদিকৰ কাষৰ পৰা প্ৰায় দৌৰি আঁতৰি যোৱাৰ দৰে গুচি যায়। পৰিস্থিতিটো উপস্থিত সাংবাদিকসকলে টলকিবই নোৱাৰিলে।

বিজেপিৰ প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ সাংসদ তপন গগৈয়েও এবাৰ নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নক একে ধৰণে কোনো সংগতি নথকা কথাৰে এৰাই চলিছিল আৰু তাৰ ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল।

ময়ূখ গোস্বামী

ময়ূখ গোস্বামী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়:  মত প্ৰকাশৰ স্বাধীনতাক ঢাল হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰে

উচ্চতম ন্যায়ালয়:  মত প্ৰকাশৰ স্বাধীনতাক ঢাল হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰে

August 26, 2025 2:50 pm
অভিযুক্তৰ বিৰুদ্ধে ঋণাত্মক প্ৰমাণ বিচাৰি নোপোৱাৰ অৰ্থ অভিযুক্তই তদন্তত সহযোগ নকৰাটো নুবুজায়ঃ উচ্চতম ন্যায়ালয়

অভিযুক্তৰ বিৰুদ্ধে ঋণাত্মক প্ৰমাণ বিচাৰি নোপোৱাৰ অৰ্থ অভিযুক্তই তদন্তত সহযোগ নকৰাটো নুবুজায়ঃ উচ্চতম ন্যায়ালয়

August 26, 2025 1:39 pm
কেন্দ্ৰৰ নতুন ঘোষণা! ঋণৰ ক্ষেত্ৰত এতিয়া বাধা নহ’ব চিবিল স্ক’ৰ

কেন্দ্ৰৰ নতুন ঘোষণা! ঋণৰ ক্ষেত্ৰত এতিয়া বাধা নহ’ব চিবিল স্ক’ৰ

August 26, 2025 1:22 pm
চিকিৎসালয় নিৰ্মাণত দুৰ্নীতি! আপৰ প্ৰাক্তন মন্ত্ৰী সৌৰভ ভৰদ্বাজৰ ঘৰত ইডিৰ অভিযান

চিকিৎসালয় নিৰ্মাণত দুৰ্নীতি! আপৰ প্ৰাক্তন মন্ত্ৰী সৌৰভ ভৰদ্বাজৰ ঘৰত ইডিৰ অভিযান

August 26, 2025 1:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়:  মত প্ৰকাশৰ স্বাধীনতাক ঢাল হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰে

উচ্চতম ন্যায়ালয়:  মত প্ৰকাশৰ স্বাধীনতাক ঢাল হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰে

August 26, 2025 2:50 pm
অভিযুক্তৰ বিৰুদ্ধে ঋণাত্মক প্ৰমাণ বিচাৰি নোপোৱাৰ অৰ্থ অভিযুক্তই তদন্তত সহযোগ নকৰাটো নুবুজায়ঃ উচ্চতম ন্যায়ালয়

অভিযুক্তৰ বিৰুদ্ধে ঋণাত্মক প্ৰমাণ বিচাৰি নোপোৱাৰ অৰ্থ অভিযুক্তই তদন্তত সহযোগ নকৰাটো নুবুজায়ঃ উচ্চতম ন্যায়ালয়

August 26, 2025 1:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd