• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভোটাৰ তালিকাৰ পৰীক্ষণ সম্পর্কে বোকাখাতত নির্বাচনী বিভাগৰ সজাগতা সভা

উত্তম শইকীয়া by উত্তম শইকীয়া
October 16, 2019 3:40 pm
15.5k
VIEWS
Share on FacebookShare on Twitter

বোকাখাতৰ টাউন উচ্চ মাধ্যমিক বিদ্যালয়ত আজি বােকাখাত নির্বাচনী বিভাগৰ উদ্যোগত যোৱা ১ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হোৱা ভোটাৰ তালিকাৰ পৰীক্ষণ কাৰ্যসূচী সন্দৰ্ভত এখনি সজাগতা সভাৰ অনুষ্ঠিত হয় । এই সভাত গোলাঘাট পশ্চিম শিক্ষা খণ্ডৰ মুঠ ৩৩খন বিদ্যালয়ৰ শতাধিক শিক্ষক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ৷

সভাত বােকাখাতৰ নির্বাচনী বিষয়া নাতাশা বৰাই “ভোটাৰ তালিকা পৰীক্ষণ কাৰ্যসূচী”ৰ বিষয়ে সবিস্তাৰে বৰ্ণনা কৰে। বিষয়াগৰাকীয়ে উপস্থিত শিক্ষকসকলক ভোটাৰ তালিকাৰ পৰীক্ষণ কাৰ্যসূচী সম্পর্কে সকলোৰে মাজত সজাগতা সৃষ্টি কৰিবলৈ আহ্বান জনায়।

উল্লেখযোগ্য যে, ভোটাৰ তালিকাৰ পৰীক্ষণ কাৰ্যসূচীৰ অধীনত “ভোটাৰ হেল্পলাইন মোবাইল এপ”, “এন ভি এস পি পোৰ্টেল (wwwnvsp.in)”, “ভােটাৰ সহায়তা কেন্দ্র” তথা ভোটাৰ হেল্প লাইন নম্বৰ ১৯৫০ (বিশেষভাবে সক্ষম লােকৰ বাবে)ৰ জৰিয়তে ভােটাৰ ৰাইজে ভােটাৰ তালিকা পৰীক্ষণ কৰাৰ লগতে তথ্যৰ শুদ্ধতা নিশ্চিত কৰিব পাৰিব।

সভাত নিশিতা বৰাই শিক্ষকসকলে কৰা বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে। বোকাখাত মহকুমাৰ নির্বাচনী বিভাগে ইতিমধ্যেই তােটাৰ তালিকাৰ পৰীক্ষণ কাৰ্যসূচী ১০০ শতাংশ সফল কৰি তুলিবৰ বাবে বিভিন্ন অঞ্চলত বহু কেইখন সজাগতা সভা আয়োজন কৰিছে।

আনহাতে নিৰ্বাচন আয়োগে ভোটাৰ তালিকাৰ তথ্য পৰীক্ষণ কাৰ্যসূচীৰ সময়সীমা ১৮ নৱেম্বৰ, ২০১৯ লৈকে বৃদ্ধি কৰিছে বুলি আজি বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে। আজিৰ সজাগতা সভাত বোকাখাতৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া বৰ্মন তেৰন , সমল শিক্ষক দীপেন সন্দিকৈৰ উপৰিও বোকাখাত সাংবাদিক সস্থা আৰু বোকাখাত প্ৰেছ ক্লাবৰ প্ৰতিনিধিও উপস্থিত থাকে।

Recent News

শোকাবহ! গুজৰাটত এগৰাকী উদীয়মান মডেলৰ ৰহস্যজনক মৃত্যু

শোকাবহ! গুজৰাটত এগৰাকী উদীয়মান মডেলৰ ৰহস্যজনক মৃত্যু

হিংসাত্মক ৰূপ প্ৰতিবাদৰ! উত্তাল লছ এঞ্জেলছত এইবাৰ ট্ৰাম্পে নমালে মেৰিন সেনা

হিংসাত্মক ৰূপ প্ৰতিবাদৰ! উত্তাল লছ এঞ্জেলছত এইবাৰ ট্ৰাম্পে নমালে মেৰিন সেনা

১০ লাখ টকাৰ উৎকোচ লৈ হাতে লোটে ধৰা পৰিল উত্তৰ পূবৰ এগৰাকী IAS বিষয়া

১০ লাখ টকাৰ উৎকোচ লৈ হাতে লোটে ধৰা পৰিল উত্তৰ পূবৰ এগৰাকী IAS বিষয়া

বিমানেৰে পাটনাৰ পৰা গুৱাহাটীলৈ সোণম! অপহৰণ, ড্ৰাগছৰ কাহিনীৰে বিভ্ৰান্ত কৰিছে তদন্তকাৰীক

বিমানেৰে পাটনাৰ পৰা গুৱাহাটীলৈ সোণম! অপহৰণ, ড্ৰাগছৰ কাহিনীৰে বিভ্ৰান্ত কৰিছে তদন্তকাৰীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd