• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বোকাখাতৰ সাপজুৰিত শিশুক শাৰীৰিকভাৱে প্ৰহাৰৰ ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিকলৈ আৰক্ষীৰ সংবাদমেল  

উত্তম শইকীয়া by উত্তম শইকীয়া
October 18, 2019 9:55 pm
Bokakhat police

বোকাখাতত প্ৰহাৰৰ সন্মুখিন হোৱা শিশু দুগৰাকী

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বোকাখাতৰ সাপজুৰিত যোৱা ৮ অক্টোবৰত দুটি শিশুক সাপজুৰিৰ নিৱাসী পিন্টু চাহুয়ে শাৰীৰিক ভাৱে অত্যাচাৰ কৰা ঘটনা সন্দৰ্ভত সৃষ্টি হোৱা বিতৰ্ককলৈ বোকাখাত  আৰক্ষীয়ে আজি এখন সংবাদ মেল আয়োজন কৰে।

ঘটনাক সন্দৰ্ভত একাংশ সংবাদ পত্ৰত ভুল বাতৰি পৰিবেশিত হোৱা বুলি সংবাদ মেলত আৰক্ষীয়ে সাংবাদিকক অৱগত কৰে।

Apply Now

উল্লেখযোগ্য যে, প্ৰহাৰৰ ঘটনা সন্দৰ্ভত শিশুদ্বয়ৰ পিতৃ সুশীল চৌধুৰীয়ে বোকাখাত আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছিল।

শুকুৰবাৰে সংবাদ মেলত বোকাখাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰূপেশ্বৰ বৰা, যান বাহন শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া গোবিন কাকতী, যানবাহন আৰক্ষী নিতুল ফুকন, জুৱেল গগৈৰ লগতে গোচৰীয় পক্ষৰ হৈ দিলীপ চৌধুৰীৰ সৈতে ভুক্তভোগী শিশু কেশৱ চৌধুৰী আৰু সোনাক্ষী চোধুৰী উপস্থিত থাকে।

আৰক্ষী আৰু ভূক্তভোগী শিশুদ্বয়ৰ মতে ঘটনাৰ দিনা দুৰ্গা পূজাৰ প্ৰতিমা বিসৰ্জন দিয়া চাবৰ বাবে লতাবাৰীলৈ যোৱা দুই শিশুক সামান্য এক কাৰণতে শাৰিৰীক ভাৱে প্ৰহাৰ কৰিছিল পিন্টু চাহুয়ে নামৰ ব্যক্তিগৰাকীয়ে।

অত্যাধিক মদ্যপান কৰি থকা পিন্টু চাহুক মাৰপিট কৰাৰৰ সময়ত স্থানীয় লোকে বাধা প্ৰদানো কৰিছিল আৰু সেই সময়ত পথৰ কাষত পৰি পিণ্টু চাহু আহত হ’বলগীয়া হৈছিল।

ঘটনাৰ পাচত পিন্টু চাহুৰ ভাতৃ সুনীল চাহুয়ে শিশুদ্বয়ৰ পিতৃ সুশীল চৌধুৰীৰ স্বৰস্বতী ষ্টোৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ বিস্তৰ ক্ষতি সাধন কৰিছিল।

আনহাতে, ঘটনাস্থলীত আহত হোৱা পিন্টু চাহু বোকাখাত চিকিৎসালয়ত চিকিৎসাধীন হ’বলগীয়া হয়।

ব্যৱসায় প্ৰতিষ্ঠানৰ ক্ষতিসাধন আৰু নিজ পুত্ৰ আৰু কন্যাক আক্ৰমণ কৰা ঘটনা সন্দৰ্ভত বোকাখাত আৰক্ষী থানাত গোচৰ দিয়ে সুশীল চৌধুৰীয়ে।

একেটা ঘটনাক লৈ বোকাখাত থানাত অন্য এক গোচৰ তৰে পিন্টু চাহুৰ পৰিবাৰ সংগীতা চাহুয়ে ৷

আজিৰ সংবাদ মেলত বোকাখাত আৰক্ষীয়ে জনোৱা মতে এই ঘটনাৰ পাচতেই আৰক্ষীয়ে পিন্টু চাহুৰ ভাতৃ সুনীল চাহুক শাৰিৰীকভাৱে প্ৰহাৰ কৰা বুলি একাংশ সংবাদ মাধ্যমত ভুলকৈ বাতৰি প্ৰকাশ পায়।

সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি সম্পূৰ্ণ ভিত্তিহীন আৰু মনে সজা আখ্যা দিয়ে বোকাখাত আৰক্ষীয়ে।

এনে ভিত্তিহীন বাতৰিয়ে জনমানসত বোকাখাতৰ ভাৱমুৰ্তি বিনষ্ট কৰা বুলিও সংবাদমেলত আৰক্ষীয়ে ক্ষোভ প্ৰকাশ কৰে।

আজিৰ সংবাদ মেলত সাপজুৰিৰ স্থানীয় লোকেও পিন্টু আৰু সুনীল চাহুৰ বিৰুদ্ধে সাংবাদিকৰ আগত ভাষ্য দাঙি ধৰে আৰু কনমানী শিশুক কৰা অত্যাচাৰৰ বাবে দোষীক শাস্তি প্ৰদানৰ দাবী তোলে।

মন কৰিবলগীয়া যে ঘটনাৰ সবিশেষ বৰ্ণনাৰে ভিডিঅ’ ৰেকৰ্ডিং আৰু পিন্টু চাহুয়ে কনমানী শিশুদ্বয়ক কৰা নিৰ্মম অত্যাচৰো নিজ মুখে দাঙি ধৰে ৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd