• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচল প্ৰদেশৰ ৯ খন চৰকাৰী চিকিৎসালয়ক ‘ই চিকিৎসালয়’লৈ উন্নীতকৰণ

প্ৰণৱ কুমাৰ দাস by প্ৰণৱ কুমাৰ দাস
February 4, 2018 7:24 pm
Union Minister Ravi Sankar Prasad
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় যোগাযোগ আৰু তথ্য প্ৰযুক্তি আৰু আইন আৰু ন্যায় মন্ত্ৰী শ্ৰী ৰবি শংকৰ প্ৰসাদে অৰুণাচল প্ৰদেশৰ ৯ খন চৰকাৰী চিকিৎসালয়ক ‘ই চিকিৎসালয়’ লৈ উন্নীতকৰণ কৰিব বুলি শণিবাৰে ঘোষণা কৰে। লগতে ঘোষণা কৰে যে ইটানগৰত এটা পূৰ্ণবৰ্ধিত নেশ্যনেল ইনষ্টিটিউট অৱ ইলেকট্ৰনিকছ এণ্ড ইনফৰমেশ্যন টেকন’লজী কেন্দ্ৰ স্থাপন কৰিব।

এই ঘোষণা কৰি প্ৰসাদে কয় যে সমগ্ৰ ৰাষ্ট্ৰত ২০০ খন চিকিৎসালয় ‘ই চিকিৎসালয়’ লৈ পৰিণিত কৰি থকা হৈছে। তদুপৰি অৰুণাচলৰো ৯ খন চিকিৎসালয়ক ‘ই চিকিৎসালয়’ লৈ পৰিণিত কৰি তোলাৰ বাবে কেন্দ্ৰই সকলো ধৰণৰ সহায় কৰাৰ আশ্বাস প্ৰদান কৰে।

Apply Now

ৰাষ্ট্ৰীয় তথ্য কেন্দ্ৰ(এন আই চি)ক এই সন্দৰ্ভত নজৰ ৰাখিবলৈ নিৰ্দেশ দিয়াৰ লগতে ৰাজ্য চৰকাৰক সকলো ধৰণৰ সহায়-সহযোগিতা কৰিবলৈ অনুৰোধ জনায়।

প্ৰসাদে ৰাজ্যখনৰ সকলো দুখীয়া স্তৰৰে লোকৰ জীৱন-ধাৰণ প্ৰণালী সলনি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

তেওঁ কয় যে উত্তৰ-পূবক সকলো ফালৰ পৰা সৰ্বাংগীন কৰি তুলিবলৈ ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহৰহ প্ৰচেষ্টা কৰি আছে কিয়নো উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ উন্নয়ন অবিহনে দেশৰ উন্নয়ন অসম্ভৱ।

উল্লেখ্য যে অৰুণাচলৰ গাওঁ পঞ্চায়ত সমূহত আৰু অধিক সমূহীয়া সেৱা কেন্দ্ৰ স্থাপন কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰক অনুৰোধ জনায়।

যদিহে সকলো গাওঁ পঞ্চায়ততে সমূহীয়া সেৱা কেন্দ্ৰ স্থাপন হয় তেন্তে সেই অঞ্চলৰ লোকসকলে সকলো ধৰণৰ চৰকাৰী সুবিধা গ্ৰহণ কৰিব পাৰিব। ইয়াৰ উপৰি গোটেই দেশত এই পৰ্যন্ত ১০ লাখ লোক সমূহীয়া সেৱা কেন্দ্ৰৰ অধীনত কৰ্মস্থান পাবলৈ সক্ষম হৈছে আৰু ইয়াৰে ৪৫ হেজাৰ কৰ্মচাৰী মহিলা।

‘আমি অৰুণাচল প্ৰদেশৰ বাবে এটা বিপিঅ’ (বিজনেছ প্ৰচেছ আউটছ’ৰচিং) আৱণ্টন দিছো। ৰাজ্যখনত এই সন্দৰ্ভত অধিক ক্ষমতা আছে সেয়েহে আমি ৰাজ্য চৰকাৰক এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো’, কেন্দ্ৰীয় মন্ত্ৰী প্ৰসাদে এইদৰে কয়।

ইয়াৰ উপৰি ৰাজ্যখনত ডিজিটেল সংযোগ অধিক শক্তিশালী কৰিবলৈ কেন্দ্ৰই সকলো সহায় কৰিব বুলি প্ৰসাদে আশ্বাস প্ৰদান কৰে।

ইটানগৰত ছফট’ৱেৰ টেকন’লজী পাৰ্ক অৱ ইণ্ডিয়াৰ উদ্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই সকলোবোৰ কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

প্ৰণৱ কুমাৰ দাস

প্ৰণৱ কুমাৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগপুৰৰ ছাত্ৰ, পৰীক্ষা কেন্দ্ৰ আবুধাবিত! ‘Re-NEET UG 2026’ৰ পূৰ্বে পুনৰ এনটিএৰ চৰম গাফিলতি

নাগপুৰৰ ছাত্ৰ, পৰীক্ষা কেন্দ্ৰ আবুধাবিত! ‘Re-NEET UG 2026’ৰ পূৰ্বে পুনৰ এনটিএৰ চৰম গাফিলতি

June 20, 2026 12:55 pm
ফুটবলৰ পৰা জীৱনৰ পাঠ : বিখ্যাত দাৰ্শনিক আলব্যুৰ কেমুৰ দৃষ্টিত খেল আৰু নৈতিকতা

ফুটবলৰ পৰা জীৱনৰ পাঠ : বিখ্যাত দাৰ্শনিক আলব্যুৰ কেমুৰ দৃষ্টিত খেল আৰু নৈতিকতা

June 20, 2026 12:23 pm
মংগল গ্ৰহৰ শিলত পোৱা গ’ল বিৰল ৰত্নৰ সন্ধান; বিজ্ঞানীসকলৰ নতুন আৱিষ্কাৰে সৃষ্টি কৰিছে চাঞ্চল্য

মংগল গ্ৰহৰ শিলত পোৱা গ’ল বিৰল ৰত্নৰ সন্ধান; বিজ্ঞানীসকলৰ নতুন আৱিষ্কাৰে সৃষ্টি কৰিছে চাঞ্চল্য

June 20, 2026 12:00 pm
লাডাখত নিষিদ্ধ হ’ল এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক : নিয়ম ভাঙিলে ভৰিব লাগিব বৃহৎ জৰিমনা

লাডাখত নিষিদ্ধ হ’ল এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক : নিয়ম ভাঙিলে ভৰিব লাগিব বৃহৎ জৰিমনা

June 20, 2026 11:53 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগপুৰৰ ছাত্ৰ, পৰীক্ষা কেন্দ্ৰ আবুধাবিত! ‘Re-NEET UG 2026’ৰ পূৰ্বে পুনৰ এনটিএৰ চৰম গাফিলতি

নাগপুৰৰ ছাত্ৰ, পৰীক্ষা কেন্দ্ৰ আবুধাবিত! ‘Re-NEET UG 2026’ৰ পূৰ্বে পুনৰ এনটিএৰ চৰম গাফিলতি

June 20, 2026 12:55 pm
ফুটবলৰ পৰা জীৱনৰ পাঠ : বিখ্যাত দাৰ্শনিক আলব্যুৰ কেমুৰ দৃষ্টিত খেল আৰু নৈতিকতা

ফুটবলৰ পৰা জীৱনৰ পাঠ : বিখ্যাত দাৰ্শনিক আলব্যুৰ কেমুৰ দৃষ্টিত খেল আৰু নৈতিকতা

June 20, 2026 12:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd