• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জনিয়া সমষ্টিত জয়ী হোৱাৰ পাছতেই কংগ্ৰেছক আক্রমণ এআইয়ুডিএফ বিধায়কৰ

কংগ্ৰেছে পুৰণা গান আৰু কিমান গাই থাকিব? বিধায়ক হাফিজ বছিৰ আহমেদে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 25, 2019 7:13 am
Hafiz

এআইয়ুডিএফ বিধায়ক হাফিজ বছিৰ আহমেদ। ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জনিয়া সমষ্টিত এআইয়ুডিএফৰ প্ৰাৰ্থী হাফিজ ৰফিকুল ইছলাম জয়ী হোৱাৰ পাছতেই তেওঁৰ দলৰে অন্য এগৰাকী বিধায়ক হাফিজ বছিৰ আহমেদে কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰে।

‘’কংগ্ৰেছে ভ্ৰষ্টাচাৰিতা, দুৰ্নীতি আৰু বৈষম্যমূলক আচৰণ দেশ স্বাধীন হোৱাৰ পাছৰে পৰা কৰি আহিছে, সেই কথা বিলাক যোৱা লোকসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনত স্পষ্ট হৈ পৰিল। ৰাইজে এতিয়া বুজি পাইছে। সেইকাৰণে এইবাৰ আশা কৰাতকৈ জনিয়াবাসী ৰাইজে বেছিকৈ ভোট দিছে।‘’

Apply Now

নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ আগত কংগ্ৰেছক সমালোচনা কৰি এইদৰে কয় বিধায়কজনে।

ইপিনে, বিজেপি আৰু এআইয়ুডিএফে জনিয়া সমষ্টিত গোপন বুজা-বুজিৰে হাফিজ ৰফিকুল ইছলামক জয়ী কৰোৱা বুলি অনা গুৰুতৰ অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ গৈ আহমেদৰ প্ৰশ্ন ‘কংগ্ৰেছে পুৰণা গান আৰু কিমান গাই থাকিব?’

আহমেদৰ মতে ‘আমাৰ কাৰো সৈতে বুজা-পৰা হোৱা নাই। আমি একলা চল’ নীতিৰে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছো।‘

আনহাতে,বুধবাৰে এক সংবাদমেলযোগে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই তৌফিকুৰ ৰহমানে এআইয়ুডিএফৰ কাৰ্য্যালয়ে কাৰ্য্যালয়ে গৈ ভোট বিচৰা বুলি উল্লেখ কৰি বিজেপি আৰু এআইয়ুডিএফৰ গোপন বুজা-বুজি হোৱা বুলি মন্তব্য কৰিছিল।

ইয়াৰ প্ৰত্যুত্তৰত এআইয়ুডিএফ বিধায়কগৰাকীয়ে কয়, ‘’তৌফিকুৰ ৰহমানে সৌহাৰ্দ্যমূলকভাৱে এআইয়ুডিএফৰ কাৰ্য্যালয়ত গৈছে। সভ্যতাৰ নিদৰ্শন হিচাপে তেওঁ গৈছিল, নিৰ্বাচনী প্ৰচাৰৰ লগত তাৰ কোনো সম্পৰ্ক নাই।‘’

ইপিনে, ‘উপ নিৰ্বাচনৰ ফলাফলেই ২১’ৰ নিৰ্বাচনৰ ফলাফল‘ বুলি মন্তব্য কৰি ‘অহা ২১’ৰ নিৰ্বাচনত আমাৰ আটাইতকৈ বেছি ভাল ফলাফল হ’ব‘ বুলিও আশা প্ৰকাশ কৰে বিধায়ক আহমেদে।

‘’শান্তি সম্প্ৰীতি অটুট ৰাখি যিসকলে ভোটদান কৰি আমাৰ প্ৰাৰ্থীগৰাকীক জয়ী কৰালে সেইসকলক ধন্যবাদ জ্ঞাপন কৰিছো,’’- আহমেদে এইদৰে কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

June 16, 2026 11:34 am
চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

June 16, 2026 10:50 am
গ্ৰাহকৰ ধনেৰে অনলাইন শ্বপিং, গেম, জুৱা; লাখ লাখ টকা উৰুৱাই আৰক্ষীৰ জালত বেংকৰ কেচিয়াৰ

গ্ৰাহকৰ ধনেৰে অনলাইন শ্বপিং, গেম, জুৱা; লাখ লাখ টকা উৰুৱাই আৰক্ষীৰ জালত বেংকৰ কেচিয়াৰ

June 16, 2026 9:56 am
দিল্লীত প্ৰৱেশত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ উপদেষ্টাক! ঢাকাৰ ভাৰতীয় দূতক তলব

দিল্লীত প্ৰৱেশত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ উপদেষ্টাক! ঢাকাৰ ভাৰতীয় দূতক তলব

June 16, 2026 9:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

June 16, 2026 11:34 am
চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

June 16, 2026 10:50 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd