• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দীঘল পকা দাড়ি আৰু সেউজীয়া কুৰ্তাৰে সৈতে অমিতাভ বচ্চন, নতুন ছবিৰ প্ৰথম আলোকচিত্ৰ মুকলি

এন ই নাও নিউজ by এন ই নাও নিউজ
October 30, 2019 6:03 pm
Amitabh Bachan

অমিতাভ বচ্চন, উৎস-ইণ্টাৰনেট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলিত বৰ্ষৰ মে’ মাহত অভিনেতা আয়ুষ্মান খোৰানাই নিৰ্দেশক সুজিত সৰকাৰৰ সৈতে দ্বিতীয়খন চলচ্চিত্ৰত কাম কৰাৰ কথা ঘোষণা কৰিছিল।

‘গুলাবো চিতাবো’ শীৰ্ষক নতুন ছবিখনত অয়ুষ্মানে বলীউদৰ মহানায়ক অমিতাভ বচ্চনৰ সৈতে একেলগে অভিনয় কৰিব বুলি মন্তব্য কৰিছিল।

‘অমিতাভ ছাৰৰ সৈতে মোৰ যুটি, গুলাবো চিতাবোৰ দৰে হ’ব,’ আয়ুষ্মানে ছ’চিয়েল মিডিয়াত এনেদৰে শ্বেয়াৰ কৰিছিল।

অমিতাভ বচ্চন আৰু আয়ুষ্মান খোৰানাই একেলগে অভিনয় কৰিবলগীয়া ছবিখনৰ প্ৰথমখন আলোকচিত্ৰ ছ’চিয়েল মিডিয়াত প্ৰকাশ হৈছে য’ত পকা দীঘল দাড়িৰ বৃদ্ধৰ অভিনয় কৰা অমিতাভৰ সৈতে আয়ুষ্মানক দেখা গৈছে।

সেউজীয়া কুৰ্তা পৰিধান কৰা অভিতাভ বচ্চনক চলচ্চিত্ৰ অনুৰাগী সকলে প্ৰথম দৰ্শনত চিনিব নোৱাৰা হৈ পৰিছে বুলি ছ’চিয়েল মিডিয়াত উল্লেখ কৰিছে।

আনহাতে, আয়ুষ্মানে প্ৰকাশিত আলোকচিত্ৰখনত সাধাৰণ কুৰ্তা আৰু পায়জামা পৰিধান কৰা দেখা গৈছে।

২০২০ চনৰ ২৮ ফেব্ৰুৱাৰিত মুক্তি পাবলগীয়া চলচ্চিত্ৰখনৰ নিৰ্দেশনা সুজিত সৰকাৰৰ আৰু কাহিনী জুহি চতুৰ্বেদীৰ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যুদ্ধবিৰতিৰ অবিহনেও আগবাঢ়িব ইউক্ৰেইনৰ শান্তি আলোচনা! যুদ্ধবিৰতিৰ দাবী ত্যাগ ট্ৰাম্পৰ  

যুদ্ধবিৰতিৰ অবিহনেও আগবাঢ়িব ইউক্ৰেইনৰ শান্তি আলোচনা! যুদ্ধবিৰতিৰ দাবী ত্যাগ ট্ৰাম্পৰ  

August 19, 2025 8:43 am
‘ভোট চুৰি’ক লৈ মৌনতা! ‘আন্না হাজাৰেৰ টোপনি ভাঙিবনে? তীব্ৰ সমালোচনা কংগ্ৰেছৰ

‘ভোট চুৰি’ক লৈ মৌনতা! ‘আন্না হাজাৰেৰ টোপনি ভাঙিবনে? তীব্ৰ সমালোচনা কংগ্ৰেছৰ

August 19, 2025 7:57 am
চাইনাছৰ সমস্যাত কি খাব, কি নাখাব? চাওক বিশেষজ্ঞৰ পৰামৰ্শ

চাইনাছৰ সমস্যাত কি খাব, কি নাখাব? চাওক বিশেষজ্ঞৰ পৰামৰ্শ

August 19, 2025 6:30 am
নিৰ্বাচন আয়োগৰ পক্ষপাতিত্বৰ অভিযোগ ইণ্ডিয়া মিত্ৰজোঁটৰ! লোকসভা ভংগৰ দাবী

নিৰ্বাচন আয়োগৰ পক্ষপাতিত্বৰ অভিযোগ ইণ্ডিয়া মিত্ৰজোঁটৰ! লোকসভা ভংগৰ দাবী

August 18, 2025 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যুদ্ধবিৰতিৰ অবিহনেও আগবাঢ়িব ইউক্ৰেইনৰ শান্তি আলোচনা! যুদ্ধবিৰতিৰ দাবী ত্যাগ ট্ৰাম্পৰ  

যুদ্ধবিৰতিৰ অবিহনেও আগবাঢ়িব ইউক্ৰেইনৰ শান্তি আলোচনা! যুদ্ধবিৰতিৰ দাবী ত্যাগ ট্ৰাম্পৰ  

August 19, 2025 8:43 am
‘ভোট চুৰি’ক লৈ মৌনতা! ‘আন্না হাজাৰেৰ টোপনি ভাঙিবনে? তীব্ৰ সমালোচনা কংগ্ৰেছৰ

‘ভোট চুৰি’ক লৈ মৌনতা! ‘আন্না হাজাৰেৰ টোপনি ভাঙিবনে? তীব্ৰ সমালোচনা কংগ্ৰেছৰ

August 19, 2025 7:57 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd