• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ফৰ্বছ ইণ্ডিয়াৰ ‘৩০ৰ অনূৰ্ধ্বৰ ৩০’ তালিকাত স্থান লাভ গুৱাহাটীৰ ডিজাইনাৰ ৰঞ্জন বৰদলৈৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 5, 2018 5:04 pm
ৰঞ্জন বৰদলৈ

ৰঞ্জন বৰদলৈ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ফৰ্বছ ইণ্ডিয়াৰ ‘৩০ৰ অনূৰ্ধ্বৰ ৩০’ তালিকাত শেহতীয়াকৈ স্থান পাইছে গুৱাহাটীৰ ডিজাইনাৰ ৰঞ্জন বৰদলৈয়ে। বিভিন্ন ক্ষেত্ৰত ব্যতিক্ৰমী বৰঙনি আগবঢ়াবলৈ সক্ষম হোৱা ৩০ বছৰৰ তলৰ ৩০ গৰাকী লোকক স্বীকৃতি প্ৰদানেৰে ফৰ্বছে বছেৰেকীয়াভাৱে এই তালিকা প্ৰকাশ কৰি আহিছে।

বৰদলৈ গুৱাহাটীৰ ষ্টুডিঅ’ বৰদলৈৰ প্ৰতিষ্ঠাপক তথা সৃজনীমূলক সঞ্চালক।

Apply Now

যোৱা অক্টোবৰত একমাত্ৰ ভাৰতীয় হিচাপে ৰে’ড ডট বঁটা- ডিজাইন কনচেপ্ত ২০১৭ৰ আঁচ-বাব শিতানত শ্ৰেষ্ঠ বঁটাকে ধৰি দুটা বঁটা পাইছিল।

‘পিতলৈ’ শীৰ্ষক সংগ্ৰহৰ বাবে তেওঁ এই বঁটা পাইছে। পিতলৰ পাট কাটি তাক কাঠৰ সাঁচত ঢালি প্ৰাচীন কয়লা জালাই পদ্ধতিৰে এই সামগ্ৰীসমূহ প্ৰস্তুত কৰা হৈছিল।

বৰদলৈয়ে আই আই টি গুৱাহাটীৰ পৰা আঁচ-বাব আৰু অন্তৰ্সজ্জা বিষয়ত এটি পাঠ্যক্ৰম গ্ৰহণ কৰিছিল। কলেজত থকা দিনত বিভিন্ন সামগ্ৰী আৰু উৎপাদন কৌশল ব্যৱহাৰৰ সন্ধান চলাই থকা অৱস্থাত তেওঁ পিতল ব্যৱহাৰৰ এক ধাৰণা আগবঢ়াইছিল।

স্নাতক মহলাৰ শেষ বছৰত তেওঁ সৃষ্টি কৰা এখন পিতলৈ চকীৰ বাবে তেওঁ পাৰ্ক এলি ডেকৰ ষ্টুডেণ্ট বঁটা ২০১৫ (পৰম্পৰাগত সামগ্ৰীৰ শ্ৰেষ্ঠ ব্যৱহাৰ) লাভ কৰিছিল।

২০১৫ চনত তেওঁ তেওঁৰ কৰ্মৰাজি ইণ্ডিয়া ডিজাইন আই ডি ২০১৬ত প্ৰদৰ্শন কৰিছিল।

কাঠফুলাৰ গঠন অনুপ্ৰাণিত এক কাঠফুলা চকীৰ বাবে বৰদলৈয়ে গদৰেজ ডিজাইন লেব ২০১৬ বঁটা লাভ কৰিছিল।

তেওঁৰ এই কৰ্মই ইটালিৰ মিলানৰ কেপেলিনি ডিজাইন প্ৰতিষ্ঠানৰ কলা নিৰ্দেশক গিয়’লিয়’ কেপেলিনিৰ দৃষ্টি আকৰ্ষণ কৰিছিল। তাৰ পিছতে তেওঁ ২০১৫ চনৰ এপ্ৰিলত মিলানৰ Salone del Mobileত প্ৰদৰ্শনীৰ বাবে নিৰ্বাচিত হৈছিল।

অসমৰ কাঁহ-পিতল শিল্পীসকলে পৰম্পৰাগতভাৱে হাঁতুৰিৰে কোবাই বিভিন্ন বাচন আৰু কলা সামগ্ৰী তৈয়াৰ কৰাৰ মৃত্যুমুখী শিল্পক পুনৰ জীৱন দানৰ উদ্দেশ্যেৰে ডিজাইনাৰজনে পিতল ব্যৱহাৰ কৰি কাম কৰি আহিছে।

বৰদলৈয়ে জনাইছে, ‘মোৰ এতিয়াৰ কামসমূহ প্ৰধানকৈ শিল্পসুলভ। কিন্তু আগলৈ শিল্পীৰ লগতে ৰবটৰ প্ৰয়োগেৰে এক উচ্চ প্ৰযুক্তিসমৃদ্ধ উৎপাদন ব্যৱস্থাৰে উদ্যোগমুখী ৰুপ ল’বলৈ মই আগ্ৰহী।’

ইটালিৰ ডিজাইনাৰ কেপেলিনিৰ মতে, ‘সামগ্ৰীসমূহৰ প্ৰতি তেওঁৰ সংবেদনশীলতাৰ বাবে মোক ৰঞ্জন বৰদলৈৰ কামসমূহে আকৰ্ষিত কৰিছে। তেওঁৰ প্ৰকল্পসমূহ কেতিয়াও সহজসাধ্য নহয়, কিন্তু তেওঁৰ দেশৰ পৰম্পৰাগত শিল্প পৰম্পৰাৰ উৎপাদন পদ্ধতিৰ ব্যৱহাৰৰ যোগেৰে সেইবোৰে সমসাময়িক আৰু উদ্ভাৱনমুখী শৈলীৰ সংমিশ্ৰণ সাধিবলৈ সক্ষম হৈছে।’

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

June 5, 2026 4:55 pm
গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm
স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

June 5, 2026 3:52 pm
যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

June 5, 2026 3:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

June 5, 2026 4:55 pm
গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd