• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

নাগা চুক্তি : নাগা বিদ্ৰোহীসকলক এটা নতুন নিৰাপত্তা বাহিনীত মকৰল কৰা হ’ব

এন ই নাও নিউজ by এন ই নাও নিউজ
November 3, 2019 2:00 pm
NSCN IM

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অলপতে সম্পন্ন হ’ব লগীয়া নাগা চুক্তিৰ আধাৰত নাগা বিদ্ৰোহী কেডাৰসকলক এটা নতুনকৈ গঠন হ’ব লগীয়া নিৰাপত্তা বাহিনীত মকৰল কৰা হ’ব।

নাগা বিদ্ৰোহীৰ প্ৰতিনিধি আৰু চৰকাৰী বিষয়াৰ সূত্ৰই কোৱা বুলি জানিবলৈ দি এই বাতৰি প্ৰকাশ কৰিছে হিন্দুস্তান টাইমছে।

Apply Now

বাতৰি প্ৰতিষ্ঠানটোত প্ৰকশা পোৱা তথ্য মতে, বৰ্তমান আলোচনাত থকা নাগা বিদ্ৰোহী গোটবোৰৰ প্ৰায় ৮০০০ আছে। ইয়াৰে প্ৰায় ২,৫০০-ৰ পৰা ৪০০০ মান কেডাৰ কেৱল এন এছ চি এন (আই এম)ৰ।

আনহাতে বিদ্ৰোহীসকলৰ অস্ত্ৰ-শস্ত্ৰবোৰ সংৰক্ষণ কৰা হ’ব চুক্তিখনৰ আধাৰত নতুনকৈ স্থাপন হ’ব লগীয়া Naga Revolutionary Museum (নাগা বিপ্লৱ যাদুঘৰত)ত।

চুক্তিখনৰ বাবে হোৱা অন্তিম পৰ্য্যায়ৰ আলোচনাত কি কি বিষয়ত সহমতত উপনীত হোৱা গ’ল- এই কথা এতিয়াও ৰাজহুৱা হোৱা নাই যদিও, মণিপুৰ, অৰুণাচল প্ৰদেশ আৰু অসমৰ নাগা বসতিপ্ৰধান অঞ্চলবোৰত নাগা স্বশাসিত পৰিষদ গঠন এটা চৰ্ত বুলি জানিব পৰা গৈছে।

শেষ ৰাউণ্ড বৈঠক অনুষ্ঠিত হোৱাৰ পিছত ৩১ অক্টোবৰত গৃহ মন্ত্ৰ্যালয়ে এটা বিবৃতিত হৈছিল, এইটো স্পষ্ট কৰা হৈছে যে নাগা দলবোৰৰ সৈতে যিকোনো মীমাংসাত উপনীত হোৱাৰ পূৰ্বে, অসম, মণিপুৰ আৰু অৰুণাচল প্ৰদেশকে ধৰি সকলো স্বাৰ্থজড়িত পক্ষৰ সৈতে আলোচনা কৰা হ’ব।”

যোৱা সপ্তাহটোত হোৱা কেইবালানি বৈঠকত কি কি সিদ্ধান্তত উপনীত হ’ব পৰা গ’ল সেই সন্দৰ্ভত কোনো পক্ষই মুখ খোলা নাই যদিও, নাগা বিদ্ৰোহীসকলক নতুন নিৰাপত্তা বাহিনীত মকৰল কৰা হ’ব বুলি ওলোৱা খবৰে উৎসাহিত কৰিছে বৰ্তমান ডেজিগনেটেড কেম্পত থকা সদস্যসকলক।

আনহাতে কেৱল সাংস্কৃতিক আৰু সামাজিক অনুষ্ঠানবোৰতহে নাগা সুকীয়া পতাকা ব্যৱহাৰ কৰাৰ বাবে সহমতত উপনীত হোৱা বুলি অনিৰ্ভৰযোগ্য সূত্ৰবোৰে দাবী কৰিছে।

ৰাজনৈতিক সুকীয়া পতাকা আৰু সুকীয়া সংবিধানৰ বিষয়টোত আঁকোৰগোঁজ হৈ থকা এন এছ চি এম (আই-এম) চুক্তিৰ পিছত গণতান্ত্ৰিক আলোচনাৰ মাজেৰে উপনীত হ’বলৈ সন্মত হোৱা বুলি একেটা সূত্ৰত প্ৰকাশ।

বহু প্ৰত্যাশিত চূড়ান্ত চুক্তিখন পৰৱৰ্তী এপষেকৰ ভিতৰত সম্পন্ন হোৱাৰ আশা কৰা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

July 25, 2026 4:07 pm
দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

July 25, 2026 12:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

July 25, 2026 4:07 pm
দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd