• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তিনি বছৰত নিজৰ সমষ্টিত হোৱা উন্নয়নৰ খতিয়ান ল’লে কৃষি মন্ত্রী অতুল বৰাই

উত্তম শইকীয়া by উত্তম শইকীয়া
November 5, 2019 8:43 am
IMG-20191104-WA0147_3

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গৃহ সমষ্টি বোকাখাতৰ বিভিন্ন বিভাগৰ উন্নয়নমূলক কামকাজৰ খতিয়ান ল’বৰ বাবে সোমবাৰে বোকাখাতৰ মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত এক বিশেষ বৈঠক অনুষ্ঠিত কৰে কেবিনেট মন্ত্রী তথা বোকাখাতৰ বিধায়ক অতুল বৰাই।

এই বৈঠকত মন্ত্ৰী গৰাকীয়ে কৃষি, পশুপালন, স্বাস্থ্য, জনস্বাস্থ্য-কাৰিকৰী, গড়কাপ্তানী পথ তথা গৃহ, জলসিঞ্চন আদি কৰি বিভিন্ন বিভাগৰ বিগত তিনি বছৰে সমষ্টিটোত কৰা উন্নয়নমূলক কামকাজৰ খতিয়ান লয় ৷

Apply Now

বৈঠকত মন্ত্রী অতুল বৰাই মহকুমা কৃষি বিভাগক বিভাগীয় আঁচনি কাৰ্যকাৰী কৰাৰ ক্ষেত্ৰত তীক্ষ্ন দৃষ্টি ৰখাৰ লগতে কোনাে হিতাধিকাৰীয়েই যাতে কৃষি বিভাগৰ আঁচনি সমূহৰ পৰা বঞ্চিত নহয় তাৰ ওপৰত দৃষ্টি ৰাখিবলৈ আহ্বান জনায়।

সভাত মন্ত্রীগৰাকীয়ে গড়কাপ্তানী পথ সংমণ্ডল বিভাগক সমষ্টিটোৰ আধৰুৱা হৈ থকা সকলােবােৰ বাট-পথ আৰু দলঙৰ নির্মাণ তথা মেৰামতিৰ কাম অনতি পলকে সম্পূর্ণ কৰিবলৈ নির্দেশনা দিয়ে।

ইয়াৰ উপৰি জনস্বাস্থ্য কাৰিকৰী বিভাগক মহকুমাটোত বিকল হৈ থকা খোৱা পানী যোগানৰ আঁচনি সমূহৰ মেৰামতিৰ ব্যৱস্থা কৰিবলৈ নির্দেশ দিয়াৰ লগতে উপস্থিত অন্যান্য উন্নয়ন বিভাগৰ বিষয়া সকলক মহকুমাটোৰ সর্বাংগীন উন্নয়নৰ বাবে নিষ্ঠা আৰু সততাৰে চৰকাৰী আঁচনি সমূহৰ ৰূপায়নত মনােনিবেশ কৰিবলৈ অনুৰোধ জনায়।

মন্ত্ৰী অতুল বৰাৰ এই সভাত গোলাঘাট জিলাৰ উপাযুক্ত ধীৰেন হাজৰিকা, মহকুমাধিপতি বিবেক শ্যাম, বোকাখাত পৌৰসভাৰ পৌৰপতি চিত্রা কার্দং, ৰাজহ চক্ৰ বিষয়া খনিন্দ্র দাস, নির্বাচনী বিষয়া নীতিশা বৰা, সহকাৰী আয়ুক্ত ৰণনময় ভৰদ্বাজৰ লগতে বিভিন্ন বিভাগৰৰ বিষয়া সকল উপস্থিত থাকে।

পৰৱৰ্তী সময়ত মন্ত্ৰী গৰাকীয়ে বোকাখাত অসামৰিক চিকিৎসালয় পৰিচালনা সমিতি আৰু বোকাখাত মহকুমা প্ৰশাসনে স্থানীয় লোকৰ সহযোগত উদযাপন কৰিবলৈ লোৱা কাজিৰঙা মহোৎসৱৰ এক বৈঠকতো পৃথকে পৃথকে অংশ গ্ৰহণ কৰে।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd