• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভূটীয়া চাঙত বিস্কুট চাহ খাই জীৱনৰ সঁচা অৰ্থ বিচাৰি পালে বিৰাট কোহলি আৰু অনুষ্কা শৰ্মাই

এন ই নাও নিউজ by এন ই নাও নিউজ
November 5, 2019 6:13 pm
Virat Kohli And Anuska Sharma

বিৰাট কোহলী আৰু অনুষ্কা শৰ্মা, উৎস-ইণ্টাৰনেট

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক্ৰিকেটৰ পৰা সাময়িকভাৱে জিৰণি লৈ ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলী আৰু তেওঁ অভিনেত্ৰী পত্নী অনুষ্কা শৰ্মা বৰ্তমান ব্যস্ত আছে ভূটান ভ্ৰমণত।

বিশ্বৰ আটাইতকৈ শান্তিপূৰ্ণ দেশ হিচাপে পৰিচিত ভূটানত অৱসৰ বিনোদনত ব্যস্ত থকা বিৰুস্কাই ভূটানৰ শান্ত আৰু নিভাজ জীৱন শৈলী দেখি অভিভূত হৈ পৰিছে।

Apply Now

সোমবাৰে কোহলী আৰু অনুষ্কাই ৮.৫ কিলোমিটাৰ পাহাৰত ভ্ৰমণ কৰি এখন ভূটীয়া গাঁৱত উপস্থিত হয়।

ভাগৰুৱা অৱস্থাত দেখি গাঁৱৰ এটা পৰিয়ালে দুয়োকো নিজৰ ঘৰলৈ চাহ খাবৰ বাবে আমন্ত্ৰণ জনায়।

কোহলী আৰু অনুষ্কাই পৰিয়ালটোৰ আমন্ত্ৰণ গ্ৰহণ কৰি তেওঁলোকৰ ঘৰত উপস্থিত হয় আৰু চাহ, বিস্কুট গ্ৰহণ কৰে।

‘‘পৰিয়ালটোৰ কোনো লোকে আমাক চিনি নাপায়। তেওঁলোকৰ বাবে আমি মাত্ৰ দুজন ভাগৰুৱা পৰ্যটক,’’ অনুষ্কাই নিজৰ ইষ্টাগ্ৰামত এনেদৰে উল্লেখ কৰে।

‘‘আমি এটা সাধাৰণ আৰু সুখী পৰিয়ালৰ সৈতে একেলগে কিছু সময় উপভোগ কৰিলো। আমাক নজনাকৈ, কোনো বিনিময় নিবিচাৰি তেওঁলোকে আমাক আপ্যায়ন কৰিলে। সঁচা জীৱনৰ অৰ্থ বিচাৰি পালো,’’ অনুষ্কাই লগতে লিখে।

উল্লেখযোগ্য যে, আজি বিৰাট কোহলীৰ জন্মদিন। জন্মদিন উপলক্ষে বৰ্তমান সময়ৰ বিশ্বৰ অন্যতম জনপ্ৰিয় খেলুৱৈ গৰাকীক অনুৰাগী সকলে শুভেচ্ছাৰে ওপচাই পেলায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আদালতৰ নিৰ্দেশ অমান্য কৰি ৰে’ল, মেট্ৰ’, ইণ্টাৰনেট বন্ধ; উচ্চতম ন্যায়ালয়ত আজি জৰুৰী শুনানি

আদালতৰ নিৰ্দেশ অমান্য কৰি ৰে’ল, মেট্ৰ’, ইণ্টাৰনেট বন্ধ; উচ্চতম ন্যায়ালয়ত আজি জৰুৰী শুনানি

October 11, 2026 8:44 am
চিজেপি প্ৰতিবাদত দিল্লী আৰক্ষীৰ গণ আটকক লৈ উদ্বিগ্ন ৰাষ্ট্ৰসংঘ; আটকাধীনসকলক বিনাচৰ্তে মুক্তিৰ দাবী

চিজেপি প্ৰতিবাদত দিল্লী আৰক্ষীৰ গণ আটকক লৈ উদ্বিগ্ন ৰাষ্ট্ৰসংঘ; আটকাধীনসকলক বিনাচৰ্তে মুক্তিৰ দাবী

October 11, 2026 7:43 am
‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

October 10, 2026 9:01 pm
মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

October 10, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আদালতৰ নিৰ্দেশ অমান্য কৰি ৰে’ল, মেট্ৰ’, ইণ্টাৰনেট বন্ধ; উচ্চতম ন্যায়ালয়ত আজি জৰুৰী শুনানি

আদালতৰ নিৰ্দেশ অমান্য কৰি ৰে’ল, মেট্ৰ’, ইণ্টাৰনেট বন্ধ; উচ্চতম ন্যায়ালয়ত আজি জৰুৰী শুনানি

October 11, 2026 8:44 am
চিজেপি প্ৰতিবাদত দিল্লী আৰক্ষীৰ গণ আটকক লৈ উদ্বিগ্ন ৰাষ্ট্ৰসংঘ; আটকাধীনসকলক বিনাচৰ্তে মুক্তিৰ দাবী

চিজেপি প্ৰতিবাদত দিল্লী আৰক্ষীৰ গণ আটকক লৈ উদ্বিগ্ন ৰাষ্ট্ৰসংঘ; আটকাধীনসকলক বিনাচৰ্তে মুক্তিৰ দাবী

October 11, 2026 7:43 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd