• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অখিল গগৈলৈ আঙুলিৰে আত্মপ্ৰকাশ কৃষক মুক্তি সংগ্ৰাম সমিতি (প্ৰগতিশীল)ৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 5, 2019 9:28 pm
KMSS (P): Former KMSS leaders launch new peasants' organisation

অখিল গগৈৰ ফাইল ছবি। কাষত মঙলবাৰে সংবাদমেলত নতুন সংগঠনৰ নেতাগণ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম ত্যাগ কৰা একাংশ নেতাই অখিল গগৈলৈ আঙুলি তুলি মঙলবাৰে গঠন কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতি (প্ৰগতিশীল) নামৰ এক নতুন সংগঠন।

গগৈৰ বিৰুদ্ধে “স্বেচ্ছাচাৰিতা”ৰ অভিযোগেৰে সংগঠনটো গঠন কৰা নেতাকেইজনৰমতে, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মজিয়াত “কৃষক ৰাইজৰ সমস্যাৰ বিষয়ে কোনো আলোচনা নহয়”।

Apply Now

নতুন সংগঠনটোৰ উদ্যোগ লোৱা বুবুল হাজৰিকাই কয় যে, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাসকলে কৃষকৰ বিষয়ে “কেৱল টিভি ষ্টুডিঅ’ৰ মজিয়া বা ৰাজপথ”তহে আলোচনা কৰে।

আৰু সেয়ে, অসমৰ কৃষকসকলৰ সমস্যা সমাধানৰ বাবে তেওঁলোকে নতুন সংগঠনটো গঠন কৰিছে।

“অখিল এণ্ড কোম্পানি হৈ পৰিল সংগঠনটো। অখিল গগৈৰ স্বেচ্ছাচাৰিতাত বিতুষ্ট হৈ নতুনকৈ এটা সংগঠন গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ’ল,” গুৱাহাটীৰ ৰূপনগৰস্থিত মুক্তিযুঁজাৰু ভৱনত সংবাদমেলযোগে হাজৰিকাই কয়।

কিছুদিন পূৰ্বে কৃষক মুক্তি সংগ্ৰাম সমিতি ত্যাগ কৰা বুবুল হাজৰিকা সংগঠনটোৰ লখিমপুৰ জিলাৰ সাংগঠনিক সম্পাদক আছিল।

লগতে পঢ়ক– ত্ৰিপুৰাত ভয়ংকৰ সংকট: খাবলে নাপাই মৰিছে ব্ৰু লোক; শুকাইছে মাতৃ বুকু, পিয়াহত মৃত্যু শিশুৰ

হাজৰিকাই জনোৱামতে, অসমৰ কৃষকৰ সমস্যাৰ সমাধান “কৃষি বিপ্লৱ”ৰ মাজেৰে সম্ভৱ হ’ব পাৰে বুলি তেওঁলোকৰ বিশ্বাস।

তেওঁ আৰু কয় যে কৃষকৰ প্ৰগতিৰ বাবে কাম কৰিম বুলি ভবা বাবেই নতুন সংগঠনটোত “প্ৰগতিশীল” শব্দটো ব্যৱহাৰ কৰা হৈছে।

কৃষক মুক্তিৰ বৰ্তমান “কোনো গণভিত্তি নাই” বুলি উল্লেখ কৰি হাজৰিকাই কয় যে প্ৰতি জিলাত অখিল গগৈত “বিতুষ্ট” লোক আছে; আৰু তেওঁলোকে সেইসকলক লগ কৰিব।

“সেই লোকসকলক বিচাৰি উলিয়াই আমি প্ৰত্যেককে লগ কৰিম। আমি এনে এটা সংগঠন জন্ম দিম য’ত সকলোৰে সৈতে আলোচনা কৰি, সকলোৰে সৈতে সিদ্ধান্ত কৰি কৃষক ৰাইজৰ হৈ সংগ্ৰামখন আগুৱাই লৈ যাব পাৰো,” হাজৰিকাই জনায়।

মঙলবাৰৰ “কাৰ্য্যনিৰ্বাহক বৈঠক”ত মুখ্য আহ্বায়ক বিপিন দাস, বুবুল হাজৰিকা, বিশ্বজিৎ ডেকা, অপূৰ্ব  বৰুৱা আৰু তুলতুল দাসকে ধৰি ১০১জনীয়া এখন আহ্বায়ক সমিতি গঠন কৰা হৈছে।

“অসমৰ সকলো জিলাৰ বুদ্ধিজীৱী, কৃষক ৰাইজক সামৰি গুৱাহাটীত এখন কৃষক অভিৱৰ্তনৰ জৰিয়তে এখন কেন্দ্ৰীয় সমিতি গঠন কৰা হ’ব,” দুমাহৰ ভিতৰত কেন্দ্ৰীয় সমিতি গঠন কৰা হ’ব বুলি সদৰী কৰি হাজৰিকাই জনায়।

বিপিন দাস কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লখিমপুৰ জিলা কাৰ্য্যকৰী সভাপতি আৰু বিশ্বজিৎ ডেকা জিলা সম্পাদক পদত আছিল।

নতুন সংগঠনটোৰ আত্মপ্ৰকাশ সন্দৰ্ভত মন্তব্য গ্ৰহণৰ বাবে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈ আৰু সাধাৰণ সম্পাদক ধৈয্য কোঁৱৰক যোগাযোগ কৰা হৈছিল যদিও নৰ্থইষ্ট নাও-এ কোনো সঁহাৰি নাপালে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

June 16, 2026 8:09 am
ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

June 16, 2026 7:22 am
ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

June 16, 2026 8:09 am
ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

June 16, 2026 7:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd