• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অটো

মিলিন্দ সুমন আৰু অংকিতা কোঁৱৰে চলোৱা টাটা নেক্সন ইলেকট্ৰিক কাৰ’ৰ ভিডিঅ’ মুকলি

এন ই নাও নিউজ by এন ই নাও নিউজ
November 8, 2019 2:35 pm
Miling-Soman---Ankita-Konwar-Tata-Nexon-Electric

টাটা নেক্সন ই ভিৰ সৈতে মিলিন্দ সুমন আৰু পত্নী অংকিতা কোঁৱৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মানালিৰ পৰা লেহলৈ টাটা নেক্সন ইলেকট্ৰিক কাৰ চলোৱা এলানি ভিডিঅ’ ছিৰিজ য়ুটিউবত মুকলি হৈছে। হিমালয় অঞ্চলত এইদৰে চলোৱা এইখনেই হৈছে প্ৰথম ইলেকট্ৰিক কাৰ।

ভিচিঅ’টোত অসমৰ জোঁৱাই অভিনেতা মিলিন্দ সুমন আৰু পত্নী অংকিতা কোঁৱৰে গাড়ীখন চলাই যোৱা দেখা গৈছে।

Apply Now

এই ভিডিঅ’ ছিৰিজটোৰ দুটা খণ্ড ইতিমধ্যে মুকলি কৰা হৈছে।

গোটেই বিশ্বতে ইলেকট্ৰিক বাহনৰ উদ্যোগে দ্ৰুত প্ৰসাৰ লাভ কৰিছে। ভাৰতীয় বজাৰতো ইলেকট্ৰিক বাহনে গুৰুত্ব লাভ কৰিছে।

ভাৰতৰ সকলো অটোমোবাইল নিৰ্মাতাই বৰ্তমান ইলেকট্ৰিক বাহন নিৰ্মাণ কৰি উলিওৱাৰ দিশত মনোনিৱেশ কৰিছে।

বৰ্তমান টাটা মটৰ্ছে ইয়াৰ পৰৱৰ্তী ইলেকট্ৰিক বাহন নেক্সন বজাৰত মুকলি দিয়াৰ বাবে প্ৰায় সাজু হৈছে।

tata-nexon-ev-first-electric-vehicle-to-drive-manali-leh-stars-video-milind-soman-ankita-konwar1-1570536758
মানালিৰ পৰা লেহলৈ টাটা নেক্সন ই ভি চলাই যোৱাৰ মাজতে পথত প’জ দিছে মিলিন্দ সুমন আৰু অংকিতা কোঁৱৰে।

কিছুদিন পূৰ্বে টাটা নেক্সন ই ভি (Tata Nexon EV) পৰীক্ষামূলকভাৱে চলোৱা দেখা গৈছিল। ইয়াৰ কেই সপ্তাহ পাছতে টাটা মটৰ্ছে Ziptron নামৰ এক নতুন ইলেকট্ৰিক বাহনৰ প্ৰযুক্তিৰ কথা ঘোষণা কৰিছিল।

টাটা মটৰ্ছে ঘোষণা কৰিছিল যে নেক্সন ই ভি হ’ব Ziptron প্ৰযুক্তি ব্যৱহাৰ হোৱা প্ৰথমখন ইলেকট্ৰিক কাৰ।

এতিয়া নেক্সন ই ভিক এলানি ভিডিঅ’ ছিৰিজৰ জৰিয়তে ইয়াৰ সক্ষমতাসমূহ দাঙি ধৰা হৈছে।‘’ TheUltimateElectricDrive’’ শীৰ্ষক ভিডিঅ’ ছিৰিজটোত অভিনেতা মিলিন্দ সুমন আৰু পত্নী অংকিতা কোঁৱৰে মানালিৰ পৰা লেহলৈ টাটা নেক্সন ই ভি চলাই যোৱা দেখা গৈছে।

এটা ভিডিঅ’ত মিলিন্দ সুমনে কৈছে যে ই ৮৫ৰ পৰা ১০০ শতাংশ চাৰ্জ লওতে প্ৰায় দুঘন্টা সময় লয়।

টাটা নেক্সন ই ভি Ziptron প্ৰযুক্তিৰ অংশ হিচাপে এটা lithium-ion battery pack ৰ দ্বাৰা শক্তি আহৰণ কৰে। ইলেকট্ৰিক মটৰটোৱে ফ্ৰন্ট হুইলবোৰ চলাই নিয়ে।

বেটাৰী আৰু মটৰ দুয়োটাই IP67 মান সম্পন্ন আৰু সেইবাবেই ৱাটাৰপ্ৰুফ তথা ডাষ্টপ্ৰুফ। ৮ বছৰ ৱাৰেন্টি লৈ ই আহিছে।

এই কাৰখন প্ৰডাকশ্যনৰ বাবে সাজু হৈছে আৰু ২০২০ৰ ইণ্ডিয়ান অটো এক্সপ’ত মুকলি কৰাৰ আশা কৰা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

October 6, 2026 9:44 am
বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

October 6, 2026 8:49 am
মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

October 6, 2026 7:53 am
গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

October 6, 2026 9:44 am
বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

October 6, 2026 8:49 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd