• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰান্ধনীৰ প্ৰতিবাদত সেও মানি বুধবাৰে আলোচনাত বহাৰ প্ৰতিশ্ৰুতি শিক্ষা মন্ত্ৰীৰ

ইতিবাচক আলোচনা নহ'লে জনতা ভৱনৰ সন্মুখত আমৰণ অনশনৰ হুংকাৰ সংগঠনৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 12, 2019 12:02 pm
WhatsApp Image 2019-11-12 at 11.31.50 AM

মঙ্গলবাৰে শিক্ষা মন্ত্ৰীৰ বাসগৃহ ঘেৰাও কৰিলে সদৌ অসম প্ৰাথমিক ও উচ্চ প্ৰাথমিক ৰান্ধনী ও সহায়িকা সন্থাৰ। ফটো: নৰ্থইষ্ট নাও

7.5k
VIEWS
Share on FacebookShare on Twitter

মঙ্গলবাৰে শিক্ষা মন্ত্ৰীৰ বাসগৃহ ঘেৰাও কৰিলে সদৌ অসম প্ৰাথমিক ও উচ্চ প্ৰাথমিক ৰান্ধনী ও সহায়িকা সন্থাই।

NGO ক খাদ্য বিতৰণৰ বিৰোধিতা আৰু চাকৰি নিয়মীয়াকৰণৰ দাবীৰে পাঁচ শতাধিক প্ৰাথমিক বিদ্যালয়ৰ ৰান্ধনীয়ে শিক্ষা মন্ত্ৰীৰ বাসগৃহৰ সন্মুখভাগ উত্তাল কৰি তোলে।

ইপিনে এই প্ৰতিবাদত সেও মানি কাইলৈ সদৌ অসম প্ৰাথমিক ও উচ্চ প্ৰাথমিক ৰান্ধনী ও সহায়িকা সন্থাৰ সৈতে আলোচনাত বহাৰ প্ৰতিশ্ৰুতি দিয়ে শিক্ষামন্ত্ৰীয়ে।

শিক্ষা মন্ত্ৰীগৰাকীয়ে শিক্ষা বিভাগৰ এগৰাকী উচ্চপদস্থ বিষয়াৰ সৈতে আলোচনাত বহিম বুলি লিখিত প্ৰতিশ্ৰুতি দিয়ে।

বুধবাৰে দিনৰ ১১ বজাত জনতা ভৱনত শিক্ষা মন্ত্ৰী আৰু ৰান্ধনী সন্থাৰ প্ৰতিনিধিৰ মাজত আলোচনা অনুষ্ঠিত হ’ব।

আনহাত, কাইলৈ আলোচনা ইতিবাচক নহ’লে বা ৰান্ধনীসকলৰ ন্যায্য দাবী মানি নল’লে ভয়ংকৰ আন্দোলনৰ হুংকাৰ দিয়ে সন্থাৰ উপ সভাপতি কুদেজা খাতুনে।

ৰান্ধনী সন্থাৰ উপ সভাপতি গৰাকীয়ে ৰেইল পথ অৱৰোধ, জনতা ভৱনৰ সন্মুখত আমৰণ অনশনৰো হুংকাৰ দিয়ে।

ৰান্ধনী সকলৰ এই আন্দোলনৰ হুংকাৰৰ পাছত “মধ্যাহ্ন ভোজন একাংশৰ বাবে সোণৰ কণী পৰা হাঁহ” বুলি কোৱা শিক্ষা মন্ত্ৰীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হৈ পৰিছে।

Recent News

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd