• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শবৰীমালাত মহিলাৰ প্ৰৱেশৰ গোচৰ;পুনৰীক্ষণৰ আবেদন সাংবিধানিক বিচাৰপীঠলৈ প্ৰেৰণ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 14, 2019 5:00 pm
830149-sabarimala-temple-2

কেৰালাৰ শবৰীমালা মন্দিৰ। ফটো: ইন্টাৰনেট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শবৰীমালা মন্দিৰত যিকোনো বয়সৰ মহিলাৰ প্ৰৱেশাধিকাৰক লৈ উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে কোনো ৰায় প্ৰদান কৰাৰ পৰা বিৰত থাকে। তাৰ বিপৰীতে গোচৰটো উচ্চতম ন্যায়ালয়ৰে বৃহত্তৰ বিচাৰপীঠলৈ প্ৰেৰণ কৰা হয়।

উচ্চতম ন্যায়ালয়ৰ ৭জনীয়া বিচাৰপীঠৰ তত্বাৱধানত গোচৰটোৰ ৰায়দান হ’ব। বৃহস্পতিবাৰে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বৰ সাংবিধানিক বিচাৰপীঠে এই নিৰ্দেশ দিয়ে।

Apply Now

ইয়াৰ ফলত শবৰীমালা মন্দিৰত মহিলাসকলৰ প্ৰবেশৰ ভৱিষ্যত ওলমি ৰ’ল।

অহা ১৭ নৱেম্বৰত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পূৰ্বে ৰঞ্জন গগৈয়ে যিকেইটা গুৰুত্বপূৰ্ণ গোচৰৰ ৰায় প্ৰদান কৰাৰ কথা আছিল তাৰ ভিতৰত অন্যতম এটা আছিল এই শবৰীমালাৰ পুনৰীক্ষণ আবেদন।

যোৱা বছৰ শবৰীমালা মন্দিৰত সকলো বয়সৰ মহিলাৰ প্ৰবেশ কৰিব দিব লাগে বুলি দেশৰ সৰ্বোচ্চ আদালতখনে ৰায় দিছিল।

কিন্তু ইয়াৰ বিৰোধিতা কৰে মন্দিৰটোৰ পুৰোহিতকে ধৰি স্থানীয় একাংশ ধাৰ্মিক লোকে। বিষয়টোক লৈ কেৰালাত যথেষ্ট উত্তেজনাময় পৰিৱেশৰো সৃষ্টি হয় আৰু পুনৰ উচ্চতম ন্যায়ালয়ত পুনৰীক্ষণৰ আবেদন জনোৱা হয়।

বৃহস্পতিবাৰে এই পুনৰীক্ষণ আবেদনৰ ৰায় দিয়াৰ কথা আছিল মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বৰ  ৫জনীয়া বিচাৰকৰ সাংবিধানিক বিচাৰপীঠে।

উক্ত ৫জন বিচাৰকৰ ভিতৰত ন্যায়াধীশ চন্দ্ৰচূড় আৰু ন্যায়াধীশ ফলি নাৰিমনে ভিন্ন মত দিয়াৰ বাবে ৰায়দান সম্ভৱ নহ’ল। সেয়ে, ৭জনীয়া সাংবিধানিক বিচাৰপীঠলৈ গোচৰটো প্ৰেৰণ কৰা হয়।

বংহস্পতিবাৰে গোচৰটোৰ ৰায় সন্দৰ্ভত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে কেইবাটাও উদাহৰণ তুলি ধৰে। তেওঁ কয় যে কেবল হিন্দু মন্দিৰতে মহিলাসকলৰ প্ৰবেশত বাধা আছে, এনে নহয়। মছজিদৰ ক্ষেত্ৰতো এনে কঠোৰ নিয়ম আছে। এনেধৰণৰ ধৰ্মীয় বিষয় সৰ্বোচ্চ আদালতৰ আওতাত পৰে নে নপৰে সেইটো বুজি লোৱা প্ৰয়োজন আছে।

উল্লেখযোগ্য যে ২০১৮’ৰ জুলাইত কেৰালাৰ শবৰীমালা মন্দিৰত সকলো বয়সৰ মহিলাৰ প্ৰবেশৰ সপক্ষে ৰায় প্ৰদান কৰিছিল তদানীত্বন মুখ্য ন্যায়াধীশ দীপক মিশ্ৰৰ নেতৃত্বৰ বিচাৰপীঠে।

কিন্তু এই ৰায় কাৰ্যকৰী কৰিবলৈ শবৰীমালাৰ প্ৰধান পুৰোহিত সংগঠনে সংশয় প্ৰকাশ কৰিছিল। সেই সময়ত বিষয়টোক লৈ ৰাজ্যখনত সৃষ্টি হোৱা উত্তেজনাময় পৰিস্থিতিৰ মাজতে উচ্চতম ন্যায়ালয়ত ৰায়টোৰ পুনৰীক্ষণৰ আবেদন দজনোৱা হৈছিল।

বৃহস্পতিবাৰে আশা কৰা মতে বিষয়টোৰ মীমাংসা নোহেৱাত এতিয়া উচ্চতম ন্যায়ালয়ৰ ৭জনীয়া বিচাৰকৰ হাতত শবৰীমালাত মহিলাৰ প্ৰবেশৰ বিষয়টো ওলমি থাকিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

September 17, 2026 8:39 pm
‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

September 17, 2026 7:52 pm
হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

September 17, 2026 7:02 pm
ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

September 17, 2026 6:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

September 17, 2026 8:39 pm
‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

September 17, 2026 7:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd