• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ফ্ল’ৰ মিলৰ কৰ্মচাৰীক হত্যাৰ প্ৰতিবাদত বন্ধ থাকিল ডিব্ৰুগড় নগৰৰ ব্যৱসায়ীক প্ৰতিষ্ঠান

অভিক চক্ৰৱৰ্তী by অভিক চক্ৰৱৰ্তী
November 21, 2019 11:37 am
ফটো নৰ্থ-ইষ্ট নাও

ফটো নৰ্থ-ইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিব্ৰুগড় নগৰত যোৱা ১৯ নৱেম্বৰত সংঘটিত হত্যাকাণ্ডৰ সন্দৰ্ভত সোধা-পোচাৰ বাবে আৰক্ষীয়ে ৫ গৰাকী ব্যক্তিক আটক কৰিছে। ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক গৌতম বৰাই বুধবাৰে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে ডিব্ৰুগড় নগৰৰ গ্ৰাহাম বজাৰত মঙলবাৰে সন্ধিয়া দুৰ্বৃত্তই ওম প্ৰকাশ আগৰৱালা নামৰ নগৰৰ এটা ফ্ল’ৰ মিলৰ এজন কৰ্মচাৰীক গুলীয়াই হত্যা কৰিছিল।

Apply Now

দোষীক কৰায়ত্ত কৰাৰ বাবে আৰক্ষীয়ে দিনে ৰাতিয়ে কাম কৰি আছে বুলি উল্লেখ কৰি আৰক্ষী অধীক্ষক বৰাই কয় যে ঘটনা সংঘটিত হোৱা স্থানত থকা এখন বিউটি পাৰ্লাৰৰ বাহিৰত লগাই থোৱা এটা চি চি টি ভি কেমেৰাৰ পৰা আৰক্ষীয়ে এখন এনফিল্ড বাইকত অহা দুজন সন্দেহজনক ব্যক্তিৰ ফুটেজ লাভ কৰিছে।

ইফালে উক্ত হত্যাকাণ্ডৰ প্ৰতিবাদত বুধবাৰে নগৰখনৰ ব্যৱসায়ীসকলে ১২ ঘণ্টীয়া বন্ধ কাৰ্যসূচী পালন কৰে। তেওঁলোকে দোষীক শীঘ্ৰে কৰায়ত্ত কৰাৰ লগতে ভুক্তভোগী পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ আৰু তেওঁৰ দুগৰাকী কন্যাক চৰকাৰী চাকৰি দিয়াৰ দাবী জনায়।

মঙলবাৰে সন্ধিয়া বজাৰ কৰি এ এছ-০৬ কে-৪১৭২ নম্বৰৰ মটৰচাইকেলেৰে ঘৰলৈ আহি থকা সময়তে বিনায়ক ফ্ল’ৰ মিলৰ কৰ্মচাৰী ওম প্ৰকাশ আগৰৱালাক দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল। জানিব পৰা মতে তেওঁৰ লগত সেই সময়ত ২ লাখ টকা আছিল।

ফ্ল’ৰ মিলৰ মালিক ৰাজেশ বেৰিৱালে জনোৱা মতে নিহত আগৰৱালে ঘৰলৈ ওভতাৰ সময়ত বিভিন্ন ‘পাৰ্টি’ৰ পৰা পাবলৈ থকা ধন সংগ্ৰহ কৰি পিছদিনা সেই টকা কাৰ্য্যালয়ত জমা কৰে।

বুধবাৰে পুৱা ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে নিহত ব্যক্তিজনৰ ঘৰলৈ গৈ শোকসন্তপ্ত পৰিয়ালক সমবেদনা জনোৱাৰ লগতে ৰাজ্য চৰকাৰৰ ফালৰ পৰিয়ালটোলৈ ৫ লাখ টকাৰ এককালীন সাহায্য দিয়াৰ কথা ঘোষণা কৰে।

আনহাতে পূব অসম চেম্বাৰৰ্চ অৱ কমাৰ্চৰ সদস্যসকলে ডিব্ৰুগড়ৰ উপায়ুক্ত পল্লৱ গোপাল ঝা আৰু আৰক্ষী অধীক্ষক গৌতম বৰাক এখন স্মাৰকপত্ৰ দাখিল কৰি নিহত লোকজনৰ পৰিয়ালক ২০ লাখ টকা ক্ষতিপূৰণ দিয়াৰ দাবী জনায়।

অভিক চক্ৰৱৰ্তী

অভিক চক্ৰৱৰ্তী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

June 5, 2026 5:30 pm
ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

June 5, 2026 5:08 pm
মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

মানুহৰ দৰে চৰাইয়ো কৰে স্বমৈথুন : নতুন গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য

June 5, 2026 4:55 pm
গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

কংক্ৰিটৰ অৰণ্যত পৰিণত গুৱাহাটী : বিশ্ব পৰিৱেশ দিৱসত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ গছপুলি ৰোপণ

June 5, 2026 5:30 pm
ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

ধৰিত্ৰীৰ বাবে আশাৰ ৰেঙণি : বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে মেনগ্ৰোভ বন

June 5, 2026 5:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd