• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 29, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাগালেণ্ডত বিজেপিৰ হৈ প্ৰচাৰ চলাব প্ৰধান মন্ত্ৰী মোদীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
February 6, 2018 10:52 pm
Nagaland Assembly Election
109
VIEWS
Share on FacebookShare on Twitter

আসন্ন নাগালেণ্ড বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া বিজেপি প্ৰাৰ্থী সকলৰ হৈ প্ৰচাৰ চলাব প্ৰধান মন্ত্ৰী মোদীৰ লগতে দলৰ আন আন নেতাই।

নতুন দিল্লীস্থিত বিজেপিৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ পৰা আজি জনোৱা অনুসৰি ২৭ ফেব্ৰুৱাৰিত অনুষ্ঠিত হ’ব লগীয়া নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ সভাপতি অমিত শ্বাহ, কেন্দ্ৰীয় মন্ত্ৰী ক্ৰমে ৰাজনাথ সিং, অৰুণ জেটলী, নীতিন গাডকাৰী, সুষমা স্বৰাজ, নিৰ্মলা সীতাৰামন, স্মিতী ৰাণী, কিৰেন ৰিজিজু, ৰাজেন গোহাঁইয়ে প্ৰচাৰ চলাব।

তেওঁলোকৰ উপৰি অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যখনলৈ গৈ দলৰ বাবে প্ৰচাৰ চলাব।

এইবাৰ নিৰ্বাচনত বিজেপিয়ে নাগালেণ্ডৰ প্ৰাক্তন মুখ্য মন্ত্ৰী নেফিউ ৰিঅ’ৰ নেতৃত্বাধীন এন ডি পি পিৰ সৈতে আসনৰ বুজাবুজি কৰিছে।

জানিব পৰা মতে মুঠ ৬০ খন আসনৰ নিৰ্বাচনটোত বিজেপিয়ে ২০ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে এন ডি পি পিয়ে ৪০ খন আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব।

উল্লেখযোগ্য যে উক্ত নিৰ্বাচনৰ বাবে ইতিমধ্যে এন পি চি চিয়ে ২৩ জন সদস্য প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ বিপৰীতে এন পি পি দলে ২৮ জন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে।

 

Recent News

ভয়াবহ ৰূপ লৈছে গাজা-ইজৰাইল সংঘাতে! গাজাত পুষ্টিহীনতাৰ বাবে মৃত্যু প্ৰায় ৬৬টা শিশু

ভয়াবহ ৰূপ লৈছে গাজা-ইজৰাইল সংঘাতে! গাজাত পুষ্টিহীনতাৰ বাবে মৃত্যু প্ৰায় ৬৬টা শিশু

অপৰাধী চিনাক্ত কৰিবলৈয়ো ‘সক্ষম’! ৰাজপথত থকা দেশীয় কুকুৰ ‘টাইগাৰ’ এতিয়া হৈ পৰিল ৰে’ল আৰক্ষীৰ সদস্য

অপৰাধী চিনাক্ত কৰিবলৈয়ো ‘সক্ষম’! ৰাজপথত থকা দেশীয় কুকুৰ ‘টাইগাৰ’ এতিয়া হৈ পৰিল ৰে’ল আৰক্ষীৰ সদস্য

এৰেঞ্জ মেৰেজৰ বাবে গৈ উপস্থিত হৈছিল আমেৰিকাত; বিয়াৰ পূৰ্বেই সন্ধানহীন ভাৰতীয় যুৱতী

এৰেঞ্জ মেৰেজৰ বাবে গৈ উপস্থিত হৈছিল আমেৰিকাত; বিয়াৰ পূৰ্বেই সন্ধানহীন ভাৰতীয় যুৱতী

গৰুখুটিৰ সংকট? কোটি টকীয়া প্ৰকল্পৰ গৰু নিখোজ, অৰাজকতাৰ উত্তৰ দিবলৈ কোনো নাই!

গৰুখুটিৰ সংকট? কোটি টকীয়া প্ৰকল্পৰ গৰু নিখোজ, অৰাজকতাৰ উত্তৰ দিবলৈ কোনো নাই!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd