• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

স্কটিছ ক্লাব মাডাৰৱেল এফ চিৰ বাচনি শিবিৰলৈ ১৭ বছৰীয়া ভাৰতীয় গ’লকীপাৰ ধীৰাজ সিঙ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 7, 2018 3:06 pm
17 years old Indian goalkeeper Dhiraj file picture
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৭ অনুৰ্ধ ভাৰতীয় দলৰ খেলুৱৈ ধীৰাজ সিঙ মৈৰাঙঠেমে ইংলেণ্ড ৰাষ্ট্ৰীয় দলৰ প্ৰাক্তন গ’লকীপাৰ ডেভিড জেমছৰ সৈতে বুধবাৰে স্কটলেণ্ডলৈ ৰাওনা হৈছে। উল্লেখ্য যে ধীৰাজ সিঙে স্কটিছ প্ৰিমিয়াৰশ্বীপৰ ক্লাব মাডাৰৱেল এফ চি দলৰ হৈ খেলাৰ বাবে বাচনি শিবিৰত বৃহস্পতিবাৰৰ পৰা অনুশীলনত অংশগ্ৰহণ কৰিব।

স্মৰ্তব্য যে ধীৰাজ সিঙ মৈৰাঙঠেমে যোৱা বছৰ ভাৰতত অনুষ্ঠিত হোৱা ১৭ অনুৰ্ধ ফুটবল বিশ্বকাপত ভাৰতৰ দলৰ হৈ গ’লৰক্ষকৰ দায়িত্ব গ্ৰহণ কৰিছিল। ইয়াৰ পিছতে তেওঁ আই-লীগত খেলিছিল। যোৱা ২০১৭ চনৰ ৩১ ডিচেম্বৰত আই-লীগৰ চুক্তিৰ ম্যাদ উকলি গৈছিল।
ইয়াৰ পিছতে ধীৰাজক আই এছ এলৰ কেৰেলা ব্লাষ্টাৰ্ছৰ সৈতে চুক্তিবদ্ধ কৰা হৈছিল।

Apply Now

ধীৰাজৰ এজন ওচৰৰ বন্ধুৱে সংবাদমাধ্যমক জানিবলৈ দিয়ে যে মণিপুৰৰ ১৭ বছৰীয়া ভাৰতীয় গ’লকীপাৰ জনে মাডাৰৱেল এফ চিৰ মুখ্য দলৰ সৈতে প্ৰশিক্ষণ গ্ৰহণ কৰিব।

মনকৰিবলগীয়া যে যদিহে ধীৰাজে নিজৰ প্ৰতিভাৰে মাডাৰৱেল এফ চি দলৰ মুখ্য প্ৰশিক্ষকক আকৰ্ষণ কৰিব কৰিব পাৰে তেন্তে তেওঁ জুলাই মাহলৈ অপেক্ষা কৰিব লাগিব। কিয়নো জুলাইত তেওঁৰ বয়স ১৮ বছৰ হ’ব আৰু তেতিয়াহে দলটোৰ সৈতে চুক্তিবদ্ধ হ’ব পাৰিব।

১৭ অনুৰ্ধ ফুটবল বিশ্বকাপত ভাৰতীয় দলৰ হৈ গ’লৰক্ষকৰ দায়িত্ব গ্ৰহণ কৰা ধীৰাজে প্ৰতিযোগিতাখনত উন্নতমানৰ প্ৰদৰ্শন দাঙি ধৰিছিল যাৰ পৰিণতিতে মাডাৰৱেল এফ চিৰ প্ৰশিক্ষকে ধীৰাজক এই বাচনি শিবিৰলৈ আমন্ত্ৰণ কৰিছে।

জানিব পৰা মতে স্কটলেণ্ডত ধীৰাজৰ বাচনি শিবিৰৰ প্ৰশিক্ষণ তিনি সপ্তাহ চলাৰ সম্ভাৱণা আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd