• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

যি বুটাম টিপিলেও ভোট পৰে বিজেপিত : ত্ৰিপুৰাৰ মালবাচাৰ স্কুলত ইভিএম, ৱি ৱি পি এ’ টি পৰীক্ষণত

পিনাকী দাস by পিনাকী দাস
February 7, 2018 4:51 pm
EVM

প্ৰতিনিধিত্বমূলক ছবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ত্ৰিপুৰা বিজেপিৰ সভাপতিয়ে ৰাজ্যখনৰ মুখ্য মন্ত্ৰীয়ে ভোট দিলেও ভোটটো বিজেপিলৈকে যাব বুলি মুকলিকৈ কৈ ফুৰাৰ পৰতে ৰাজ্যখনৰ এক ইভিএম প্ৰদৰ্শনীৰ সময়ত দিয়া পৰীক্ষামূলক সকলো ভোট বিজেপিত পৰিছে।

আনকি ৱি ৱি পি এ’ টি মেচিনটো একে ঘটনাই ঘটিছে।

Apply Now

মঙলবাৰে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাজ্যখনত শাসনাধিষ্ঠিত চি পি আই (এম) দলে।

মেলাৰমঠত চি পি আই (এম)ৰ মুখ্য কাৰ্য্যালয়ত মঙলবাৰে গধূলি দলটোৰ ৰাজ্যিক সম্পাদক বিজন ধৰে কয়, ‘পশ্চিম মালবাচা এচ বি স্কুলত থকা বুথ নং ৪৭ত ইভিএম প্ৰদৰ্শনৰ সময়ত দেখা গ’ল যে যিকোনো দলৰ বুটাম টিপিলেও ভোটটো বিজেপিৰ পক্ষতে যায়। ৱি ৱি পি এ’ টি মেচিনৰ পৰীক্ষণটো একে ঘটনাই সংঘটিত হৈছে।’

নেতাজনে কয় যে ৰাজ্যিক বিজেপিৰ সভাপতিয়ে মুখ্য মন্ত্ৰীয়ে ভোট দিলেও ভোটটো বিজেপিলৈকে যাব বুলি মুকলিকৈ কৈ ফুৰা অৱস্থাত এনে ঘটনাক সাধাৰণ কথা বুলি উৰাই দিব নোৱাৰি।

তেওঁ লগতে কয় যে, ‘মেচিনৰ কেতিয়াবা কিবা বিসংগতি থাকিব পাৰে, কিন্তু বিভিন্ন ৰাজ্যত সংঘটিত এনে অসংখ্য ঘটনাই আমাক কথাতো অন্য ধৰণে ভাবিবলৈ বাধ্য কৰিছে।’

উক্ত দিনাৰ ঘটনাতো সন্দৰ্ভত চি পি আই (এম) নেতাজনে জনায় যে, ‘লগে লগে উপস্থিত ৰাইজে কৰ্তৃপক্ষক বিষয়টো অৱগত কৰে আৰু প্ৰদৰ্শনী বাতিল কৰি মেচিনসমূহ আঁতৰাই দিয়া হয়।’

চি পি আই (এম)ৰ নেতাসকল মিলিত হৈ বিষয়টো ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া শ্ৰীৰাম তৰানিকান্তিৰ দৃষ্টিগোচৰ কৰে।

নিৰ্বাচনী বিষয়াগৰাকীয়ে চি পি আই (এম)ৰ প্ৰতিনিধি দলটোক আশ্বাস দিয়ে যে সকলো বিসংগতিপূৰ্ণ মেচিন সম্পূৰ্ণৰূপে পৰীক্ষা কৰা হ’ব আৰু দৰকাৰ হ’লে সিবোৰ বদলাই দিয়া হ’ব।

পিছত মুখ্য নিৰ্বাচনী বিষয়া গৰাকীয়ে মেচিনসমূহত বিসংগতি থকাৰ কথা স্বীকাৰ কৰে আৰু কয় যে মেচিনসমূহত তাঁৰ কিছুমানৰ বেঠিক সংযোগৰ বাবে এই ঘটনা ঘটিছিল।

বিষয়াগৰাকীয়ে কয় যে ইণ্টাৰনে’ট সংযোগ নোহোৱা এই মেচিনসমূহত হেকিং হ’ব নোৱাৰে।

তেওঁ জনায় যে স্বচ্ছ প্ৰক্ৰিয়াৰে মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰা বাবে নিৰ্বাচন আয়োগে সকলো ব্যৱস্থা ল’ব।

পিনাকী দাস

পিনাকী দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd