• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতীয় ফুটবলত নৱজাগৰণ; প্ৰৱেশ ঘটিল মানচেষ্টাৰ চিটিৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 29, 2019 12:47 pm
Manchester-City
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় ফুটবল জগতত আলোড়ন তুলি উন্মোচিত হ’ল এক নতুন সম্ভাৱনাৰ। বিগত বৰ্ষৰ ইংলিছ প্ৰিমিয়াৰ লীগ বা ইপিএল চেম্পিয়ন মানচেষ্টাৰ চিটিয়ে ভাৰতীয় ফুটবল ক্লাৱ মুম্বাই চিটি এফ চিক ক্ৰয় কৰিবলৈ আগবাঢ়ি আহিল।

ভাৰতীয় ফুটবলৰ বাবে ই এক সাধাৰণ ঘটনা নহয়। ইপিএল খেলা এটা দলে ভাৰতীয় ফুটবল ক্লাৱ এটাৰ স্বত্ব কিনি লোৱাটো এক প্ৰকাৰ আশ্চৰ্য।

Apply Now

বৃহস্পতিবাৰে ইংলিছ প্ৰিমিয়াৰ লীগ খেলা দলটোৱে সদৰী কৰে যে মুম্বাই চিটি এফ চিৰ ৬৫ শতাংশ স্বত্ব এতিয়া তেওঁলোকৰ হাতত।

চিটি ফুটবল গ্ৰুপ চমুকৈ ছিএফজি হৈছে মানচেষ্টাৰ চিটি ক্লাৱৰ দায়িত্বত থকা গ্ৰুপ। চিএফজিৰ দ্বাৰাই মানচেষ্টাৰ চিটি ক্লাৱ নিয়ন্ত্ৰিত হয়।

ইতিমধ্যে এই গ্ৰুপটোৰ নিয়ন্ত্ৰণত আছে সাতটা ক্লাৱ। এইবাৰ ইয়াৰে সৈতে সংযোজিত হ’ল মুম্বাই চিটি এফ চি।

ক্লাৱটোৱে ভাৰতীয় মুদ্ৰা হিচাপত প্ৰায় ৩৬০ কোটি টকা বিনিয়োগ কৰিবলৈ আগবাঢ়িছে। কেবল ধনেই নহয়, মানচেষ্টাৰ চিটিৰ প্ৰশিক্ষকগৰাকীয়ে অৱসৰ সময়ত প্ৰত্যক্ষভাৱে মুম্বাই চিটি এফ চিৰ সৈতে কাম কৰিব।

ইপিনে ক্লাৱটোৰ ৬৫ শতাংশ মালিকী স্বস্ত্ব ক্ৰয় কৰাৰ পাছত বাকী ৩৫ শতাংশ স্বত্ব থাকিব বলীউদ তাৰকা ৰণবীৰ কাপুৰ আৰু তেওঁৰ পাৰ্টনাৰ বিমল পাৰেখৰ হাতত।

ছিএফজিৰ চেয়াৰমেন খালডুন অল মুবাৰকে এটি সাক্ষাৎকাৰত ব্যক্ত কৰে যে ‘’এই বিনিয়োগে ভৱিষ্যতে কেবল মাত্ৰ মুম্বাই চিটি এফ চিকেই আগবঢ়াই নিব তেনে নহয়, ই ভাৰতীয় ফুটবলৰো উন্নতি ঘটাব বুলি আশা কৰিছো।‘’

মানচেষ্টাৰ চিটিৰ এই প্ৰচেষ্টাক আদৰণি জনাইছে আইএছএলৰ চেয়াৰমেন নীতা আম্বানিয়ে।

তেওঁ কয়,’’ভাৰতীয় ফুটবলৰ কাৰণে আজি এক যুগান্তকাৰী দিন। ভাৰতীয় ফুটবল এতিয়া নতুন পথেৰে অগ্ৰসৰ হ’ব। দেশৰ তৰুণসকল ফুটবলৰ প্ৰতি আগ্ৰহী হৈ পৰিব। বিশ্বৰ দৰবাৰত উপনীত হ’ল আমাৰ দেশৰ ফুটবল। ইয়াতকৈ আনন্দৰ কথা আৰু কি হ’ব পাৰে।‘’

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখনৌৰ কোচিং চেণ্টাৰত ভয়ংকৰ অগ্নিকাণ্ড, ১৩ জনৰ মৃত্যু : প্ৰাণ বচাবলৈ ওপৰৰ পৰা জঁপিয়ালে ছাত্ৰ-ছাত্ৰীয়ে

লখনৌৰ কোচিং চেণ্টাৰত ভয়ংকৰ অগ্নিকাণ্ড, ১৩ জনৰ মৃত্যু : প্ৰাণ বচাবলৈ ওপৰৰ পৰা জঁপিয়ালে ছাত্ৰ-ছাত্ৰীয়ে

June 22, 2026 6:59 pm
বিহাৰৰ চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষাত মুন্নাভাই এমবিবিএছ, ২৪ জনক গ্ৰেপ্তাৰ

বিহাৰৰ চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষাত মুন্নাভাই এমবিবিএছ, ২৪ জনক গ্ৰেপ্তাৰ

June 22, 2026 6:36 pm
নেতা আৰু সাংসদৰ ওপৰত কণী নিক্ষেপ কৰা ঘটনাৰ বিৰুদ্ধে কলিকতা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ তৃণমূল কংগ্ৰেছ

নেতা আৰু সাংসদৰ ওপৰত কণী নিক্ষেপ কৰা ঘটনাৰ বিৰুদ্ধে কলিকতা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ তৃণমূল কংগ্ৰেছ

June 22, 2026 5:39 pm
চৰকাৰী গাড়ী নিদিয়াৰ বাবে প্ৰতিবাদ : ৩০ কিলোমিটাৰ চাইকেল চলাই অনুষ্ঠানত উপস্থিত কেৰালাৰ পঞ্চায়ত সভাপতি

চৰকাৰী গাড়ী নিদিয়াৰ বাবে প্ৰতিবাদ : ৩০ কিলোমিটাৰ চাইকেল চলাই অনুষ্ঠানত উপস্থিত কেৰালাৰ পঞ্চায়ত সভাপতি

June 22, 2026 5:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখনৌৰ কোচিং চেণ্টাৰত ভয়ংকৰ অগ্নিকাণ্ড, ১৩ জনৰ মৃত্যু : প্ৰাণ বচাবলৈ ওপৰৰ পৰা জঁপিয়ালে ছাত্ৰ-ছাত্ৰীয়ে

লখনৌৰ কোচিং চেণ্টাৰত ভয়ংকৰ অগ্নিকাণ্ড, ১৩ জনৰ মৃত্যু : প্ৰাণ বচাবলৈ ওপৰৰ পৰা জঁপিয়ালে ছাত্ৰ-ছাত্ৰীয়ে

June 22, 2026 6:59 pm
বিহাৰৰ চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষাত মুন্নাভাই এমবিবিএছ, ২৪ জনক গ্ৰেপ্তাৰ

বিহাৰৰ চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষাত মুন্নাভাই এমবিবিএছ, ২৪ জনক গ্ৰেপ্তাৰ

June 22, 2026 6:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd