• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশৰ ভিন্ন প্ৰান্তৰ লগতে বোকাখাততো প্ৰাথমিক শিক্ষকৰ প্ৰতিবাদ

উত্তম শইকীয়া by উত্তম শইকীয়া
November 30, 2019 12:57 pm
Primary Teachers Protest

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ ৰাষ্ট্ৰৰ লগতে আজি বোকাখাত মহকুমা প্রাথমিক শিক্ষক সন্মিলনীয়েও বোকাখাতৰ পশ্চিম গোলাঘাট প্ৰাথমিক শিক্ষা খণ্ডৰ কাৰ্যালয় প্ৰাংগনত তিনিঘন্টীয়া আন্দোলন অনুষ্ঠিত কৰে।

অখিল ভাৰত প্রাথমিক শিক্ষক সংঘৰ শিক্ষকসকলৰ সমস্যা সমূহ সমাধানৰ বাবে বহু দিন ধৰি ভাৰত চৰকাৰক অনুৰোধ জনাই অহাৰ পিছতাে কোনাে সুফল নােপােৱাত ২০১৭/১৮ বৰ্ষৰ দৰে এইবাৰাে চাৰিটা পৰ্যায়ৰ আন্দোলন কার্যসূচী আজিৰ পৰা আৰম্ভ কৰিছে।

Apply Now

উল্লেখ্য যে ভাৰতৰ ২৫ খন ৰাজ্যৰ প্রায় ২৩ লাখ শিক্ষকে আজিৰ এই আন্দোলনত বিদ্যালয়ৰ শ্রেণী কোঠা এৰি আন্দোলন কাৰ্যসূচীত অংশ লয়।

দেশৰ অন্য প্ৰান্তৰ লগতে অসমৰো প্ৰায়বোৰ শিক্ষা খণ্ডতে পুৱা ১০ বজাৰ পৰা তিনি ঘন্টা জোৰা ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়।

আজি এই কাৰ্যসূচীৰ পাছত যদি চৰকাৰে প্ৰাথমিক শিক্ষকৰ দাবী মানি নলয় তেন্তে দ্বিতীয় লানী কার্যসূচী হিচাপে অহা ২৩ ডিচেম্বৰত দেশৰ সকলাে বিলাক জিলাৰ সদৰত হাজাৰ হাজাৰ শিক্ষক সমবেত হৈ ধৰ্ণা কার্যসূচী পালন কৰিব বুলি জনায় অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি জীৱন চন্দ্ৰ বৰাই।

ইয়াৰ পিছত তৃতীয় কার্যসূচী হিচাপে অহা ২০ আৰু ২১ জানুৱাৰীত অসমৰ ৰাজধানী দিছপুৰত বহু হাজাৰ শিক্ষক সমবেত হৈ অৱস্থান ধর্মঘট আৰু দিচপুৰ চলাে কার্যসূচী ৰূপায়ণ কৰিব প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিবাদী শিক্ষক সকলে।

ইয়াৰ পাছতো যদি চৰকাৰে শিক্ষকৰ দাবী মানি নলয় তেন্তে শেষৰলানি আন্দোলনৰ কার্যসূচী হিচাবে ২১ ৰ পৰা ২৬ ফেব্ৰুৱাৰী পৰ্য্যন্ত ৬ দিনীয়া অৱস্থান ধর্মঘট কার্যসূচী ৰূপায়ণ কৰি সপ্তমদিনা অৰ্থাৎ ২৭ ফ্ৰেব্ৰুৱাৰিত দিল্লীৰ সাংসদ ভৱন ঘেৰাও কৰি কেন্দ্ৰ চৰকাৰক হেচা প্রয়ােগ কৰিব বুলি সভাপতি গৰাকীয়ে জনায়।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ৰাজধানী দিল্লীত আৰক্ষীৰ পৰিচয় দি কিশোৰীক দলবদ্ধ ধৰ্ষণ! এনকাউণ্টাৰৰ পিছত গ্ৰেপ্তাৰ ১ জন

ৰাজধানী দিল্লীত আৰক্ষীৰ পৰিচয় দি কিশোৰীক দলবদ্ধ ধৰ্ষণ! এনকাউণ্টাৰৰ পিছত গ্ৰেপ্তাৰ ১ জন

September 22, 2026 11:35 am
চেটজিপিটিৰ বাবেই সংঘটিত হ’ল নেকি টাম্বলাৰ ৰিজৰ ভয়াবহ গুলীচালনা? আইনী সংকটত অ’পেনএআই

চেটজিপিটিৰ বাবেই সংঘটিত হ’ল নেকি টাম্বলাৰ ৰিজৰ ভয়াবহ গুলীচালনা? আইনী সংকটত অ’পেনএআই

September 22, 2026 11:05 am
উত্তৰ প্ৰদেশক ভাঙি পৃথক ৰাজ্য, বিধানসভা নিৰ্বাচনৰ পূৰ্বে সৰৱ এনডিএৰ মিত্ৰদল; বাৰাণসীক ৰাজধানী কৰাৰ আহ্বান

উত্তৰ প্ৰদেশক ভাঙি পৃথক ৰাজ্য, বিধানসভা নিৰ্বাচনৰ পূৰ্বে সৰৱ এনডিএৰ মিত্ৰদল; বাৰাণসীক ৰাজধানী কৰাৰ আহ্বান

September 22, 2026 10:09 am
১৯৭১ৰ সলনি ১৯৭৯ হ’ব বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ! খিলঞ্জীয়াৰ নতুন সংজ্ঞাই সলনি কৰিব নেকি অসমৰ জনগাঁথনি?

১৯৭১ৰ সলনি ১৯৭৯ হ’ব বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ! খিলঞ্জীয়াৰ নতুন সংজ্ঞাই সলনি কৰিব নেকি অসমৰ জনগাঁথনি?

September 22, 2026 9:23 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজধানী দিল্লীত আৰক্ষীৰ পৰিচয় দি কিশোৰীক দলবদ্ধ ধৰ্ষণ! এনকাউণ্টাৰৰ পিছত গ্ৰেপ্তাৰ ১ জন

ৰাজধানী দিল্লীত আৰক্ষীৰ পৰিচয় দি কিশোৰীক দলবদ্ধ ধৰ্ষণ! এনকাউণ্টাৰৰ পিছত গ্ৰেপ্তাৰ ১ জন

September 22, 2026 11:35 am
চেটজিপিটিৰ বাবেই সংঘটিত হ’ল নেকি টাম্বলাৰ ৰিজৰ ভয়াবহ গুলীচালনা? আইনী সংকটত অ’পেনএআই

চেটজিপিটিৰ বাবেই সংঘটিত হ’ল নেকি টাম্বলাৰ ৰিজৰ ভয়াবহ গুলীচালনা? আইনী সংকটত অ’পেনএআই

September 22, 2026 11:05 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd