• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দেওবাৰৰ পৰা ঐতিহাসিক হৰ্ণবিল ফেষ্টিভেল; পৰ্যটকক আদৰিবলৈ সাজু নাগালেণ্ড

এন ই নাও নিউজ by এন ই নাও নিউজ
November 30, 2019 7:06 pm
Hornbill Festival

হৰ্ণবিল ফেষ্টিভেল, উৎস-ইণ্টাৰনেট

888
VIEWS
Share on FacebookShare on Twitter

দেওবাৰৰ পৰা নাগালেণ্ডৰ ঐতিহাসিক কিছমা গাঁৱত দহদিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হ’ব ২০১৯ বৰ্ষৰ হৰ্ণবিল ফেষ্টিভেল।

নাগালেণ্ড চৰকাৰে ইতিমধ্যে উত্তৰ-পূবৰ বৃহৎ পৰ্যটন উৎসৱ ‘হৰ্ণবিল ফেষ্টিভেল’লৈ ৫ কোটি টকা আৱণ্টন জনাইছে।

নাগালেণ্ডৰ কলা-সংস্কৃতি আৰু পৰ্যটন উপদেষ্টা খেহোভি য়েপথোমিয়ে চলিত বৰ্ষত চৰকাৰে আৱণ্টন জনোৱা ধনৰাশি ২০১৮ বৰ্ষৰ সৈতে একে সমান পৰিমানৰ যদিও চলিত বৰ্ষত ৭.৯৮ কোটি টকা অতিৰিক্তভাৱে খৰচ হ’ব যাৰ বাবে মুঠ বাজেট ৪৫ কোটি টকালৈ বৃদ্ধি হ’ব বুলি জানিবলৈ দিয়ে।

নাগালেণ্ডৰ ৰাজ্যপাল আৰ এন ৰবি হৰ্ণবিল ফেষ্টিবেলৰ মূখ্য দায়িত্বত থকাৰ লগতে মুখ্য মন্ত্ৰী নেফিঅ’ ৰিঅ’ মূল উদ্যোক্তা।

ঐতিহাসিক ফেষ্টিভেলখন বৰ্তমান কিছমাৰ পৰা কোহিমা, মোকোমচুং, ডিমাপুৰ, ৱোখা আদি অঞ্চললৈ বিস্তাৰিত হৈ পৰিছে।

উল্লেখযোগ্য যে, ২০১৮ বৰ্ষত মুঠ ২,৫১,৭০১ গৰাকী পৰ্যটকে হৰ্ণবিল ফেষ্টিভেল চাবলৈ আহিছিল ইয়াৰ ভিতৰত ২৭০২ গৰাকী বিদেশী, ৩৭,৩৯৭ গৰাকী দেশী আৰু ২,১১,৬০২ গৰাকী স্থানীয় পৰ্যটক।

প্ৰতিবছৰে নাগালেণ্ডৰ চহকী কৃষ্টি-সংস্কৃতি, জীৱন-ধাৰণ প্ৰণালী আৰু খাদ্যভাষক লৈ হৰ্ণবিল ফেষ্টিভেল অনুষ্ঠিত কৰি অহা হৈছে।

চলিত বৰ্ষৰ হৰ্ণবিল ফেষ্টিভেলৰ ডিজিটেল সহযোগী হৈছে ৰিলায়েঞ্চ জিঅ’ ইনফোকম লিমিটেড।

হৰ্ণবিল ফেষ্টিভেলৰ সময়ত জিঅ’ই বিভিন্ন স্থানত বিনামূলীয়া ৱাইফাই সেৱা আগবঢ়াব বুলি জানিব পৰা গৈছে।

জিঅ’ই বিগত তিনিবছৰ ধৰি নাগালেণ্ড চৰকাৰৰ সৈতে হৰ্ণবিল ফেষ্টিভেলৰ প্ৰচাৰৰ কামত ব্ৰতী হৈ আছে।

Recent News

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ: ৬ সপ্তাহৰ ভিতৰত বাকী ২৫% ডিএ পৰিশোধ কৰিব লাগিব পশ্চিমবঙ্গ চৰকাৰে

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ: ৬ সপ্তাহৰ ভিতৰত বাকী ২৫% ডিএ পৰিশোধ কৰিব লাগিব পশ্চিমবঙ্গ চৰকাৰে

আইআইটি দিল্লীয়ে মুকলি কৰিছে তিনিটা নতুন অনলাইন পিজি ডিপ্লমা কাৰ্যসূচী

আইআইটি দিল্লীয়ে মুকলি কৰিছে তিনিটা নতুন অনলাইন পিজি ডিপ্লমা কাৰ্যসূচী

আৰু কিমানজনৰ মৃত্যু? অসম চৰকাৰ তথা গুৱাহাটী পৌৰনিগমৰ অৱহেলাৰ ফল ভুগিছে নাগৰিকে!

আৰু কিমানজনৰ মৃত্যু? অসম চৰকাৰ তথা গুৱাহাটী পৌৰনিগমৰ অৱহেলাৰ ফল ভুগিছে নাগৰিকে!

দিল্লীত আম আদমী পাৰ্টীৰ পৰা পদত্যাগ ১৩ গৰাকী কাউন্সিলাৰৰঃ ইন্দ্ৰপ্ৰস্থ বিকাশ পাৰ্টী নামৰ নতুন দল ঘোষণাৰ ঘোষণা

দিল্লীত আম আদমী পাৰ্টীৰ পৰা পদত্যাগ ১৩ গৰাকী কাউন্সিলাৰৰঃ ইন্দ্ৰপ্ৰস্থ বিকাশ পাৰ্টী নামৰ নতুন দল ঘোষণাৰ ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd