• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

CAB সম্পৰ্কত অমিত শ্বাহৰে আলোচনা অগপৰ; গৃহ মন্ত্ৰীৰ সন্মুখত কি আহ্বান জনালে অগপ নেতৃত্বই?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 30, 2019 9:56 pm
AGP leader

কেবৰ প্ৰতিবাদত অগপ নেতৃত্ব

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ অন্যান্য দল সংগঠনৰ সমান্তৰালকৈ আজি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে অগপ নেতৃত্বই। অগপ সভাপতি অতুল বৰাৰ নেতৃত্বত যোৱা দলটোত মন্ত্ৰী কেশৱ মহন্ত, ফণিভূষণ চৌধুৰী, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, সাধাৰণ সম্পাদক কমলা কলিতাই শ্বাহক সাক্ষাৎ কৰে।

”আমি পুনৰ দোহাৰিছো যিখন বিল কেন্দ্ৰীয় চৰকাৰে যোৱাবাৰ আনিছিল সেই বিলৰ আমি তীব্ৰ বিৰোধী আৰু বিৰোধিতা কৰো,” অতুল বৰাৰ মন্তব্য।

অমিত শ্বাহক সাক্ষাৎৰ সময়ত অগপ নেতৃত্বই কি আহ্বান জনালে সেই সম্পৰ্কত তলত আঞ্চলিকতাবাদী দলটোৰ সভাপতিৰ ভাষ্য অ-সম্পাদিতৰূপত আগবঢ়ালো-

  • সৰ্বকালৰ বাবে অসমীয়া ভাষাটোৱে অসমত ৰাজ্যভাষা হিচাপে স্বীকৃতি পাই থাকক আৰু জনজাতীয় ভাষা সমানে সুৰক্ষিত হৈ থকাটো বিচাৰো বুলি গৃহ মন্ত্ৰী অমিত শ্বাহক কোৱা হৈছে।
  • ভৱিষ্যতৰ বাবে বাংলাদেশৰ পৰা ধৰ্মীয় নিৰ্য্যাতনৰ বলি হৈ অহাসকলৰ বাবে পূৰ্বৰ কেবত সুৰুঙা আছিল। কিন্তু তেওঁ নতুন ৰূপত কেব অনাৰ কথা কৈছে।
  • আমি যুঁজ কৰি আহিছো অসমীয়াৰ স্বাৰ্থত। ৬ বছৰীয়া আন্দোলনৰ অন্তত এখন চুক্তি অসমীয়াই পালে আৰু সেই চুক্তিখন ৰূপায়ণ কৰাৰ বাবে যোৱা সময়ছোৱাত কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে। অমিত শ্বাহে গৃহ মন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছত অসম চুক্তিৰ ৬ নং দফাৰ বাবে এখন উচ্চস্তৰীয় সমিতি গঠন কৰি দিয়াৰ বাবে তেওঁক ধন্যবাদ জনাইছো। সেই উচ্চস্তৰীয় কমিতিয়ে যি প্ৰতিবেদন দিয়ে সেয়া মানি লৈ আখৰে আখৰে পালন কৰিম বুলি গৃহ মন্ত্ৰীয়ে কৈছে। এইটো আমাৰ বাবে ভাল খবৰ।
  • কেব নতুন ৰূপত কেনেকৈ আহিব সেইটো আমি নাজানো বা আমাক কোৱাও নাই, আমাক কৈছে যে খিলঞ্জীয়া মানুহৰ স্বাৰ্থত আঘাত হনা কাম নকৰো। তথাপি আমাৰ মনত শংকা আছে।
  • সদৌ অসম ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, অসম সাহিত্য সভাক বিশেষভাৱে বিশ্বাসত লৈ কামবোৰ আগবঢ়াব লাগে বুলি অমিত শ্বাহক কোৱা হৈছে।
  • অসমৰ খিলঞ্জীয়াৰ কাৰণে ভূমিৰ অধিকাৰ লাগিব আৰু বিধানসভাৰ ১২৬ খন আসনৰ ১০০ খনেই খিলঞ্জীয়াৰ কাৰণে সুৰক্ষিত কৰিব লাগিব বুলি কৈছো। লোকসভাৰ গোটেইকেইখন আসন খিলঞ্জীয়াক দিবৰ কৈছো।
  • ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ বাবে গৃহ মন্ত্ৰীক আহ্বান জনোৱাৰ লগতে তেওঁলোকে জনজাতিকৰণ পোৱাৰ যুক্তিযুক্ততা থকা বুলি ক’লো।

বিলখনৰ ড্ৰাফত কি আছে সেইখিনি চাইহে ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই তেওঁৰ মতামত সদনত ৰাখিব বুলি অতুল বৰাই উল্লেখ কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd