• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মাত্ৰ ১২ বছৰ বয়সতে “মেট্ৰিক”ত অৱতীৰ্ণ হৈ অভিলেখ গঢ়িবলৈ আগবাঢ়িছে মণিপুৰী ছাত্ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 2, 2019 12:12 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰৰ এগৰাকী ১২ বছৰীয়া ছাত্ৰই গঢ়া এটা অভিলেখে এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰিছে। যিহেতু ছাত্ৰ গৰাকীয়ে ১২ বছৰ বয়সতে অৱতীৰ্ণ হ’ব ২০২০ৰ ফেব্ৰুৱাৰিত হ’বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাত।

মণিপুৰৰ চৌৰাচান্দপুৰ জিলাৰ কাংগাই গাঁৱৰ ১২ বছৰীয়া ইছাক পাওলাল্লুংমুৱান ভাইফে (Issac Paulallungmuan Vaiphei) নামৰ ছাত্ৰ গৰাকীয়ে এই অভিলেখৰ বাবে সমগ্ৰ দেশৰ শৈক্ষিক মহলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

Apply Now

গেনখ’লিয়েন ভাইফে আৰু নেংমাগাইজিল ভাইফেৰ ৬ টা সন্তানৰ ভিতৰত ১২ বছৰীয়া ইছাক পাওলাল্লুংমুৱান ভাইফে (Issac Paulallungmuan Vaiphei) হ’ল ডাঙৰ সন্তান।

মণিপুৰৰ স্থানীয় ব’ৰ্ড অৱ চেকেণ্ডাৰী এডুকেশ্বনে এই ঘটনাক এক বিশেষ ঘটনা হিচাপে অভিহিত কৰি ১২ বছৰ বয়সতে ছাত্ৰগৰাকীক হাইস্কুল শিক্ষান্ত পৰীক্ষাত বহাৰ অনুমতি প্ৰদান কৰিছে। ফলত ছাত্ৰ গৰাকীয়ে মণিপুৰৰ সবাতোকৈ কনিষ্ঠ ছাত্ৰৰ স্বীকৃতি লাভ কৰিছে।

ইছাকৰ পিতৃ গেনখ’লিয়েনে ছাত্ৰগৰাকীক মেট্ৰিক পৰীক্ষাত বহাৰ অনুমতি বিচাৰি শিক্ষা বিভাগলৈ আবেদন কৰিছিল। ইয়াৰ পিছতে শিক্ষা বিভাগে ছাত্ৰগৰাকীৰ মনস্তাত্ত্বিক পৰীক্ষা কৰাৰ নিৰ্দেশ দিয়ে।

ফলত ইম্ফলৰ ৰিম্স ক্লিনিকত ছাত্ৰ গৰাকীৰ মনস্তাত্ত্বিক পৰীক্ষা কৰাত ছাত্ৰজনৰ ১২ বছৰ বয়সতে মগজুৰ বিকাশ ১৭ বছৰ ৫ মাহৰ হোৱা বুলি জনা যায়। লগতে ১২ বছৰীয়া ছাত্ৰ জনৰ আই কিই ১৪১ পোৱা গৈছিল।

ইয়াৰ পিছতে ব’ৰ্ড ছাত্ৰগৰাকীক হাইস্কুল শিক্ষান্ত পৰীক্ষাত বহাৰ অনুমতি দিয়ে। ইফালে এই কথা ইছাকে সাংবাদিকৰ আগত কয় যে, “ব’ৰ্ডে মোক হাইস্কুল শিক্ষান্ত পৰীক্ষাত বহিবৰ বাবে অনুমতি দিয়াত মই অত্যন্ত সুখী হৈছো। এইটো মোৰ সপোন আছিল।”

লগতে ছাত্ৰ গৰাকীয়ে কয় যে, “মই দেশ আৰু মণিপুৰৰ মানুহৰ সেৱা কৰিব বিচাৰো।”

উল্লেখযোগ্য যে ১২ বছৰ বয়সতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱৰ্তীণ হোৱা ইছাক পাওলাল্লুংমুৱান ভাইফে (Issac Paulallungmuan Vaiphei) উত্তৰ-পূবৰ সবাতোকৈ কনিষ্ঠ শিক্ষাৰ্থী।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বংগ ভৱনত গেৰুৱা মেজৰ কাপোৰ, বিদ্ৰোহী তৃণমূল সাংসদৰ নৈশভোজত পঞ্চব্যঞ্জনৰ ব্যৱস্থা

বংগ ভৱনত গেৰুৱা মেজৰ কাপোৰ, বিদ্ৰোহী তৃণমূল সাংসদৰ নৈশভোজত পঞ্চব্যঞ্জনৰ ব্যৱস্থা

June 14, 2026 7:13 pm
দেশতকৈ প্ৰেমিকাহে ডাঙৰ! শত্ৰু আমেৰিকাক সমৰ্থন কৰি বিতৰ্কত কানাডাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ট্ৰুডো

দেশতকৈ প্ৰেমিকাহে ডাঙৰ! শত্ৰু আমেৰিকাক সমৰ্থন কৰি বিতৰ্কত কানাডাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ট্ৰুডো

June 14, 2026 6:23 pm
সাৰ্বজনীন নামভৰ্তিৰ চমক, কিন্তু শ্ৰেণীকোঠাত শূন্যতা! নীতি আয়োগৰ প্ৰতিবেদনত ফাদিল চৰকাৰী শিক্ষা ব্যৱস্থাৰ ফোপোলা স্বৰূপ

সাৰ্বজনীন নামভৰ্তিৰ চমক, কিন্তু শ্ৰেণীকোঠাত শূন্যতা! নীতি আয়োগৰ প্ৰতিবেদনত ফাদিল চৰকাৰী শিক্ষা ব্যৱস্থাৰ ফোপোলা স্বৰূপ

June 14, 2026 6:05 pm
৯০ মিনিটত ১২ টা গ’ল: ৭ দশকৰ পাছতো অক্ষুণ্ণ বিশ্বকাপৰ ইতিহাসৰ আটাইতকৈ বিস্ফোৰক খেলৰ অভিলেখ এইবাৰ ভংগ হোৱাৰ সম্ভাৱনা কিমান?

৯০ মিনিটত ১২ টা গ’ল: ৭ দশকৰ পাছতো অক্ষুণ্ণ বিশ্বকাপৰ ইতিহাসৰ আটাইতকৈ বিস্ফোৰক খেলৰ অভিলেখ এইবাৰ ভংগ হোৱাৰ সম্ভাৱনা কিমান?

June 14, 2026 5:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বংগ ভৱনত গেৰুৱা মেজৰ কাপোৰ, বিদ্ৰোহী তৃণমূল সাংসদৰ নৈশভোজত পঞ্চব্যঞ্জনৰ ব্যৱস্থা

বংগ ভৱনত গেৰুৱা মেজৰ কাপোৰ, বিদ্ৰোহী তৃণমূল সাংসদৰ নৈশভোজত পঞ্চব্যঞ্জনৰ ব্যৱস্থা

June 14, 2026 7:13 pm
দেশতকৈ প্ৰেমিকাহে ডাঙৰ! শত্ৰু আমেৰিকাক সমৰ্থন কৰি বিতৰ্কত কানাডাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ট্ৰুডো

দেশতকৈ প্ৰেমিকাহে ডাঙৰ! শত্ৰু আমেৰিকাক সমৰ্থন কৰি বিতৰ্কত কানাডাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ট্ৰুডো

June 14, 2026 6:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd