• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ব্যৱসায়িক সফলতাৰ লক্ষ্যৰে কলেজে কলেজে প্ৰচাৰত নামিছে প্ৰতিঘাতৰ দল

চাজিদ খান by চাজিদ খান
December 4, 2019 10:51 am
pratighat-

ফটো : নৰ্থ-ইষ্ট নাও

8.2k
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াভাৱে কেইবাখনো অসমীয়া চিনামেই বাণিজ্যিকভাৱে সফল হোৱাৰ পিছত এইবাৰ ৬ ডিচেম্বৰত মুক্তি লাভ কৰিবলৈ সাজু হৈছে আন এখন অসমীয়া ছবি প্ৰতিঘাত।

দৰ্শকক আকৰ্ষিত কৰাৰ উদ্দেশ্যে বৰ্তমান টিম প্ৰতিঘাতে ৰাজ্যৰ বিভিন্ন স্কুল আৰু কলেজত চিনেমাখনৰ প্ৰচাৰ চলোৱাত ব্যস্ত আছে।

ঠিক সেইদৰে মঙলবাৰে ছবিখনৰ প্ৰচাৰৰ উদ্দেশ্যে মুখ্য চৰিত্ৰত অভিনয় কৰা দিগন্ত হাজৰিকা, অম্ৰিতা গগৈ শিশু শিল্পী আশ্ৰমিকা শইকীয়াৰ লগতে কেইবাগৰাকীও শিল্পীয়ে ওদালগুৰি জিলাৰ টংলা চহৰস্থিত নেশ্যনেল পায়নিয়াৰ জুনিয়ৰ কলেজত উপস্থিত হয়।

প্ৰতিঘাতৰ দলটোৱে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষকৰ লগতে বিভিন্ন জনক সাক্ষাৎ কৰি সকলোকে ছবিখন চাবলৈ অনুৰোধ জনায়।

ছবিখনৰ মূল চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী অম্ৰিতা গগৈয়ে কয়, ‘আমি অত্যন্ত আশাবাদী যে দৰ্শকসকলে ছবিখনক মৰম আৰু আশীৰ্বাদ দিব’।

প্ৰচাৰৰ সময়ত অভিনেত্ৰীগৰাকীয়ে ছবিখনৰ কেইটামান জনপ্ৰিয় সংলাপেৰে উপস্থিত দৰ্শকক আমোদ দিয়ে।

নাৰী সৱলীকৰণৰ ওপৰত নিৰ্মাণ কৰা এই ছবিখনে দৰ্শকৰ পৰা বিপুল সঁহাৰি লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে অভিনেতা দিগন্ত হাজৰিকাই।

ইফালে ছবিখনত গীত পৰিৱেশন কৰা জুবিন গাৰ্গে সকলো ৰাইজকে প্ৰতিঘাত চাবলৈ আহ্বান জনাইছে।

Recent News

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd