• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মানিক সৰকাৰক সমালোচনা কৰি পৰিৱৰ্তনৰ বাবে ত্ৰিপুৰাৰ জনসাধাৰণক ভোট দিবলৈ আহ্বান মোডীৰ

পান্না ঘোষ by পান্না ঘোষ
February 8, 2018 7:47 pm
Narendra-Modi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁৰ ত্ৰিপুৰা ভ্ৰমণৰ সময়ছোৱাত বৃহস্পতিবাৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সৰকাৰক তীব্ৰ সমালোচনা কৰি ৰাজ্যখনৰ জনসাধাৰণক পৰিৱৰ্তনৰ বাবে ভোট দিবলৈ আহ্বান জনায়।

কইলাচহৰত এখন জনসভাত ভাষণ দি ‘চলো পাল্টাই’ৰ আহ্বানেৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লয় মোডীয়ে।

Apply Now

মোডীয়ে কয়, ‘’ ৰাজ্যখনৰ নেতৃত্বৰ দুৰ্নীতি আৰু কেলেংকাৰী ‘বগা কূৰ্তা’ৰ আঁৰত ঢাকি ৰাখিছে আৰু ‘বেংক একাউন্ট’ ৰাজহুৱা হ’বই লাগিব। ত্ৰিপুৰাৰ বৰ্তমান চৰকাৰখনে তেওঁলোকৰ বিৰুদ্ধে মাত মতা জনসাধাৰণৰ বাবে ভীতিৰ পৰিৱেশ সৃষ্টি কৰিছে।‘’

বিগত ২০ বছৰ ধৰি ৰাজ্যখনত শাসন চলাই অহা মানিক সৰকাৰ নেতৃত্বাধীন বাওঁ মৰ্চাৰ চৰকাৰখনক আক্ৰমণ কৰি মোডীয়ে কয়,’’ ত্ৰিপুৰা জনসাধাৰণৰ বাবে আমাৰ চৰকাৰৰ নতুন পৰিকল্পনা আছে।‘’

তেওঁ কয়,’’ যদি এটা দৰিদ্ৰ পৰিয়ালে কোনো ৰোগৰ চিকিৎসাৰ বাবে ৫ লাখ টকা খৰচ কৰিবলগীয়া হয়, আমাৰ চৰকাৰে সেই ধনৰাশি বহন কৰিব। আমি শিশুসকলক ভাল শিক্ষা আগবঢ়োৱাৰ, যুৱসকলক সংস্থাপন দিয়াৰ আৰু বয়স্কসকলক ভাল গুণসম্পন্ন ঔষধ আগবঢ়োৱাৰ সপোন দেখিছো।‘’

মোডীয়ে কয়, কেন্দ্ৰই ৰাজ্যখনৰ উন্নয়নৰ বাবে ত্ৰিপুৰাৰ বাজেটৰ বাবে ৮০ শতাংশ পুঁজি আগবঢ়াইছে। অৱশ্যে, বেছিভাগ সময়তে ত্ৰিপুৰা চৰকাৰে এই ধন খৰচ কৰিবলৈ সক্ষম হোৱা নাই। মুখ্যমন্ত্ৰী সৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে কয়।

‘’কেন্দ্ৰীয় পুঁজি জনসাধাৰণৰ কল্যাণৰ বাবে খৰচ কৰা উচিত, ৰঙা পতাকা উৰুৱাবলৈ নহয়,’’-মোডীয়ে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে যোগ দিয়ে, বিজেপিয়ে যদি ত্ৰিপুৰাত চৰকাৰ গঠন কৰে তেতিয়াহ’লে তাত দুটা ইঞ্জিন থাকিব। এটা হ’ব দিল্লীত আমাৰ চৰকাৰ আৰু আনটো ৰাজ্যত থকা বিজেপি চৰকাৰ যাৰ দ্বাৰা ৰাজ্যখনৰ দ্ৰুত উন্নয়ন ঘটিব।‘’

বিজেপি নেতৃত্বাধীন চৰকাৰখনে ত্ৰিপুৰাত প্ৰকৃত উন্নয়ন হোৱাটো বিচাৰে বুলি কৈ ৰাজ্যখনত পথৰ উন্নয়ন আৰু বিমান সংযোগৰ উন্নয়নো বিচাৰে বুলি দোহাৰে মোডীয়ে।

নিৰ্বাচনী  সমাৱেশত মোডীৰ সৈতে উপস্থিত থাকে ইণ্ডিজেনিয়াছ পীপলছ ফ্ৰন্ট অফ ত্ৰিপুৰা (আইপিএফটি)ৰ সভাপতি নৰেন্দ্ৰ চন্দ্ৰ দেৱবাৰ্মা।

আইপিএফটি আৰু বিজেপিয়ে আগন্তুক ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ বাবে মিত্ৰতাত আৱদ্ধ হৈছে।

অসমৰ বিত্তমন্ত্ৰী আৰু নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাও মোডীৰ ত্ৰিপুৰা ভ্ৰমণৰ সময়ত লগত আছিল।

মোডীয়ে ছোনামূৰাতো আন এখন নিৰ্বাচনী সভাত ভাষণ দিয়ে।

পান্না ঘোষ

পান্না ঘোষ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd