• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপি নেতাসকল অসমীয়াৰ অভিভাৱক নহয়: আছু

চাজিদ খান by চাজিদ খান
December 23, 2019 9:11 pm
protest-1-1140x570

ওদালগুৰিৰ টংলাত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদত অংশ লৈছে বিভিন্ন শ্ৰেণীৰ লোকে। ফটো: নৰ্থইষ্ট নাও

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আছুৰ কেন্দ্ৰীয় সমিতিৰ এগৰাকী নেতাই সোমবাৰে কয়,’’ নাগৰিকত্ব সংশোধনী আইন বলপূৰ্বকভাৱে জাপি দিবলৈ অসমৰ বিজেপি নেতাসকল অসমীয়া লোকৰ অভিভাৱক নহয়।‘’

ওদালগুৰি জিলাৰ টংলাত কা বিৰোধী প্ৰতিবাদত যোগদান কৰি আছুৰ সহকাৰী সাধাৰণ সম্পাদক জয়ন্ত কুমাৰ ভট্টাচাৰ্যই কয়,’’ খিলঞ্জীয়া লোকসকলৰ ক্ষতি কৰিব পৰা এখন আইন বলপূৰ্বক জাপি দিবলৈ অসমৰ বিজেপি নেতাসকল অসমৰ ৰাইজৰ অভিভাৱক নহয়।‘’

Apply Now

আছুৰ টংলা শাখাই আয়োজন কৰা প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীত বৃহৎ সংখ্যাক জ্যেষ্ঠ নাগৰিক, শিক্ষাবিদ, শিল্পী আৰু ছাত্ৰ নেতাই অংশ গ্ৰহণ কৰে।

হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদকাৰীসকলে “আমি কা নিবিচাৰো’, “তেজ দিম কিন্তু কা গ্ৰহণ নকৰো’, “ইনক্লাৱ জিন্দাবাদ’,”জয় আই অসম’ আদি শ্ল’গান দিয়ে।

প্ৰতিবাদকাৰীসকলে চৰকাৰৰ বিৰুদ্ধে শ্ল’গান দিয়াৰ লগতে নতুন আইনখন বাতিল কৰাৰ দাবী তোলে।

বিশিষ্ট অসমীয়া গল্পকাৰ জয়ন্ত চক্ৰৱৰ্তীয়ে প্ৰতিবাদ অংশগ্ৰহণ কৰি কয়, ‘’অসমে ইতিমধ্যে ১৯৫১ৰ ঠাইত ১৯৭১ চন মানি লৈ অবৈধ অনুপ্ৰৱেশকাৰীৰ বোজা গ্ৰহণ কৰিছে আৰু অসম চুক্তিক অৱমাননা কৰা এখন ৰাইজে কেতিয়াও গ্ৰহণ নকৰে।‘’

তেওঁ লগতে কয়,’’ আৰ এছ এছ আৰু বিজেপিৰ হিন্দুত্বৰ এজেণ্ডা ৰূপায়ন কৰা আৰু তেওঁলোকৰ ভোটবেংকৰ ৰাজনীতি সুৰক্ষিত কৰাৰ স্বাৰ্থতে অসাংবিধানিক আৰু অ-ধৰ্মনিৰপেক্ষ আইনখন অনা হৈছে।‘’

চক্ৰৱৰ্তীয়ে লগতে আঙুলিয়াই দিয়ে যে ৰাজনীতিলৈ যোৱা ছাত্ৰ নেতাসকলে “অসমৰ ভাষা-সংস্কৃতিৰ প্ৰতি ভাবুকি’ এই আইনখনক সমৰ্থন কৰি ৰাইজক “বিশ্বাসঘাতকতা’ কৰিছে।

তেওঁ লগতে কয়,’’ সহজ-সৰল, শান্তিপ্ৰিয় তথা সম্প্ৰীতিৰে বাস কৰা অসমীয়াসকলক চৰকাৰে অস্থিৰতাৰ মাজলৈ ঠেলি দিছে।‘’

এগৰাকী জ্যেষ্ঠ নাগৰিক দীপক তালুকদাৰে কয়,’’ আমি জনসাধাৰণৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে সকলো চেষ্টা কৰিম আৰু ভৱিষ্যৎ প্ৰজন্মৰ বাবে এখন সুস্থ সমাজ আগবঢ়াই যোৱাৰ বাবে আমাৰ শেষ নিশ্বাস থকালৈকে নতুন আইনখনৰ বিৰুদ্ধে যুঁজ দি যাম।‘’

অভিনেতা দেবজিৎ মজুমদাৰ আৰু শৰ্মিষ্ঠা চক্ৰৱৰ্তীয়েও প্ৰতিবাদত অংশগ্ৰহণ কৰে।

আছুৰ টংলা শাখাৰ সভাপতি প্ৰাঞ্জল ডেকাই কয়,’’অসমীয়া ইতিমধ্যে অসমৰ ৰাজ্যভাষা কিন্তু ৰাজ্য চৰকাৰে ইতিমধ্যে থকা আইনখনৰ কথাকে দোহাৰি এক ভেঙুচালি কৰিছে।‘’

চাজিদ খান

চাজিদ খান

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

October 15, 2026 8:11 pm
সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

October 15, 2026 7:40 pm
চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

October 15, 2026 6:20 pm
লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

October 15, 2026 5:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

October 15, 2026 8:11 pm
সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

October 15, 2026 7:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd