• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আজি গুৱাহাটীত উপস্থিত হ’ব শ্ৰীলংকাৰ ক্ৰিকেট দল

এন ই নাও নিউজ by এন ই নাও নিউজ
January 2, 2020 10:47 am
lasith-malinga-reuters-7408

প্ৰতিনিধিত্বমূলক চিত্ৰ

1.3k
VIEWS
Share on FacebookShare on Twitter

৫ জানুৱাৰিত বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ভাৰত-শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া টি-২০ ক্ৰিকেট মেচখনৰ বাবে আজি গুৱাহাটীত উপস্থিত হ’ব শ্ৰীলংকা দলৰ খেলুৱৈসকল।

শ্ৰীলংকাৰ দলটো এখন বিশেষ বিমানেৰে আবেলি ৪.৩০ বজাত গুৱাহাটীৰ গোপীনাথ বৰদলৈ বিমানবন্দৰত উপস্থিত হ’ব।

বিমান বন্দৰৰ পৰা পোনে পোনে দলটো হোটেল ৰেডিছন ব্লুলৈ আহিব। ইয়াৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰে বিমান বন্দৰকে ধৰি হোটেল ৰেডিছন ব্লুত নিৰাপত্তা ব্যৱস্থা কটকটয়া কৰি তোলা হৈছে।

বিমান বন্দৰৰ পৰা হোটেল ৰেডিছন ব্লুৰ মাজৰ পথছোৱাত তহলদাৰী আৰক্ষীৰ ব্যৱস্থা কৰা বুলিও জানিব পৰা গৈছে।

ইফালে ভাৰতীয় দলৰ ক্ৰিকেটাৰৰ লগতে অন্যান্য বিষয়ববীয়া সকল ৩ জানুৱাৰি অৰ্থাৎ শুকুৰবাৰে পৃথকে পৃথকে আহি গুৱাহাটীত উপস্থিত হ’ব।

উল্লেখ্য যে ৫ জানুৱাৰিত সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হ’বলগীয়া মেচখনৰ বাবে যিসকল দৰ্শকে অনলাইনযোগে টিকট বুক কৰিছে তেওঁলোকৰ হাৰ্ডকপি সমূহ ইতিমধ্যে বুধবাৰৰ পৰা নেহৰু ষ্টেডিয়ামত প্ৰদানৰ ব্যৱস্থা কৰিছে।

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে চলি থকা তীব্ৰ প্ৰতিবাদৰ বাবে টি-২০ মেচখনত দৰ্শকৰ সংখ্যা পূৰ্বতে হৈ যোৱা দুখন খেলৰ তুলনাত কম হ’ব বুলি বহুতে ধাৰণ কৰিছে।

Recent News

আপুনি যেতিয়া মোক কুকুৰ বুলি কয়

আপুনি যেতিয়া মোক কুকুৰ বুলি কয়

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd