• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰকৃতিৰ সজাগতাৰ বাৰ্তা লৈ অসমৰ পৰা দিল্লীলৈ পদযাত্ৰা অসম কন্যাৰ

পুলেন্দ্র দাস by পুলেন্দ্র দাস
January 3, 2020 8:25 am
WhatsApp Image 2020-01-02 at 6.07.56 PM

অসমৰ পৰা দিল্লীলৈ পদযাত্ৰা কৰা অসম কন্যা নিজৰা ফুকন। ফটো: নৰ্থইষ্ট নাও

493
VIEWS
Share on FacebookShare on Twitter

“প্ৰকৃতি থাকিলেহে পৃথিৱী থাকিব” এই  বাৰ্তা প্ৰচাৰৰ লগতে কেইবাটাও দাবী সম্বলিত স্মাৰক পত্ৰ দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু বনমন্ত্ৰীক প্ৰেৰণ কৰাৰ লক্ষ্যৰে অসম কন্যা এগৰাকীয়ে চৰাইদেউৰ পৰা দিল্লীলৈ আৰম্ভ কৰিছে পদযাত্ৰা৷

যোৱা ১ ডিচেম্বৰত চৰাইদেউ ময়দানৰ পৰা পদযাত্ৰা আৰম্ভ কৰা চৰাইদেউ জিলাৰ নিজৰা ফুকন নামৰ যুৱতী গৰাকীয়ে বহস্পতিবাৰে দিনৰ প্ৰায় ২ বজাত বৰপেটা জিলাৰ সৰভোগত উপস্থিত হয় ৷

“বৃক্ষবন্ধু” নামৰ প্ৰকৃতিপ্ৰেমী সংগঠনটোৰ সম্পাদিকা নিজৰা ফুকন নামৰ যুৱতী গৰাকীয়ে সৰভোগত উপস্থিত হৈ জনায় যে, এই যাত্ৰাত তেওঁ ৬ খন ৰাজ্যৰ প্ৰায় ২,২৫০ কিল’মিটাৰ দূৰত্ব খোজকাঢ়ি প্ৰায় ৫০ হাজাৰ লোকক প্ৰত্যক্ষভাৱে পৰিবেশ সুৰক্ষাৰ বিষয়ে বুজাবলৈ চেষ্টা কৰিব ৷

দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় বনমন্ত্ৰীক সাক্ষাৎ কৰি ২০২০ বৰ্ষৰ ভিতৰত সমগ্ৰ দেশত সংবিধানৰ আধাৰত “প্ৰকৃতিৰ অধিকাৰ আইন” প্ৰনয়ণ কৰি বলবৎ কৰা, জৈৱ বৈচিত্ৰৰ উত্তৰ পূৰ্বাঞ্চলত ভাৰতবৰ্ষৰ প্ৰথমখন “পৰিবেশ বিশ্ববিদ্যালয়” স্থাপন কৰাৰ লগতে মুঠ ৮ টা দাবী সম্বলিত এখন স্মাৰকপত্ৰ প্ৰদান কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে ৷

পদযাত্ৰা কৰি অহা যুৱতী গৰাকীক বৰনগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ লগতে স্থানীয় একাংশ লোকে সৰভোগলৈ আদৰি আনে ৷

Recent News

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd