• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইছলামিক সাহিত্য সভা গঠনৰ বিৰুদ্ধে গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ কঠোৰ সকীয়নি

এন ই নাও নিউজ by এন ই নাও নিউজ
January 7, 2020 7:09 am
Assam-Islami-Sahitya-Sabha-banner-750x375

অসম ইছলামিক সাহিত্য সভাৰ এখন বৈঠক। ফটো উৎস: ফেইচবুক

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘’অসমীয়া জাতি কোনো বিশেষ ধৰ্মীয় পন্থাৰ ওপৰত গঠন হোৱা নাছিল, গঠন হৈছিল বিভিন্ন জনজাতীয়, জনগোষ্ঠীয় পৰিচয়ৰে বসবাস কৰি থকা ভূমিপুত্ৰ সকলৰ মাজৰ  পাৰস্পৰিক বুজাপৰা আৰু সামাজিক সমন্বয়ৰ জৰিয়তে।‘’

সম্প্ৰতি অসমত ইছলামিক সাহিত্য সভা গঠনক লৈ চলি থকা চৰ্চাৰ মাজতে এই মন্তব্য সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ।

Apply Now

সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ সভাপতি হাফিজুল আহমেদে কয়,’’এই সমন্বয় গঢ় লৈছিল জনগোষ্ঠীয়  ভিন্ন ভাষিক লোকৰ মুখবাগৰি  পৰ্যায়ক্ৰমে সৃষ্টি হোৱা সংযোগী ভাষা অসমীয়াৰ জৰিয়তে। অৰ্থাৎ ধৰ্মনিৰপেক্ষ অসমীয়া সমাজ জীৱনত কোনো  ধৰ্মীয় উন্মাদনাত সৃষ্টি হোৱা সাহিত্যই ধৰ্মীয় নাম লৈ খ্ৰীষ্টান সাহিত্য সভা , হিন্দু সাহিত্য সভা , ইছলামীয় সাহিত্য সভা আদি সাহিত্য অনুষ্ঠান  সৃষ্টি হোৱা নজিৰ নাই ।‘’

‘’তেনে অৱস্থাত হঠাৎ কোনোবা কাছিমী উপাধিধাৰী  ব্যক্তিৰ তৎপৰতাত ঐতিহাসিক অসমভূমিৰ সমাজ-সংস্কৃতিক নস্যাৎ কৰি ইছলমিক সাহিত্য সভা  গঠন কৰা কাৰ্য কোনোদিনে গ্ৰহনযোগ্য হব নোৱাৰে। আমি ইয়াৰ তীব্ৰ বিৰোধ কৰো,’’-আহমেদে কয়।

তেওঁ লগতে কয়, ‘’যি সময়ত অসমৰ ইছলাম ধৰ্মাৱলম্বী খিলঞ্জীয়াই লাখ লাখ  বহিৰাগত মুছলমানৰ ধৰ্মীয় পৰিচয়ৰ একাকীকৰণৰ ফলশ্ৰুতিত খিলঞ্জীয়া হৈও খিলঞ্জীয়াৰ পৰিচয় বিভ্ৰান্তিত পৰিছে, সেইসময়ত এনেধৰণে খিলঞ্জীয়া লোকৰ মাজত ধৰ্মৰ ওপৰত ভিত্তি কৰি গঠন কৰা সাহিত্য সভাই  অসমীয়া জাতীয় জীৱনত এক সাংঘাটিক কুপ্ৰভাৱ পেলাব আৰু ইছলামধৰ্মালম্বী গৰিয়া, মৰিয়া, দেশী সকলৰ মাজত ধৰ্মীয় পৰিচয়ৰ অৱতাৰণাৰে সাংস্কৃতিক সংঘাট আৰু বিভ্ৰান্তিৰ সৃষ্টি কৰিব।‘’

সভাপতি গৰাকীয়ে  ইছলামধৰ্মী খিলঞ্জীয়া গৰিয়া, মৰিয়া, দেশী সকলৰ জনগোষ্ঠীয় পৰিচয় বিভ্ৰান্তি ঘটোৱাৰ বাবে এনেদৰে ষড়যন্ত্ৰ ৰচনা কৰা ষড়যন্ত্ৰকাৰী সকলক শীঘ্ৰে ধৰ্মৰ নামত সাহিত্য পৰিষদ গঠন কৰাৰ পৰা বিৰত থাকিবলৈ সকীয়নী প্ৰদান কৰে।

‘’যদি সচাকৈয়ে তেওঁলোকৰ অসম তথা অসমীয়াৰ প্ৰতি তিলমানো দায়বদ্ধতা থাকে তেনেহলে ধৰ্মৰ ওপৰত নহয়, অসমীয়া জাতিৰ অবিচ্ছেদ্য অঙ্গ গৰিয়া, মৰিয়া, দেশী সকলৰ জনগোষ্ঠীয় লোকাচাৰ আৰু কথিত ভাষাৰ ওপৰত সাহিত্য পৰিষদ গঠন কৰক। অন্যথা অসমভূমি ত্যাগ কৰি কোনোবা ইছলামীয় দেশত গৈ সাহিত্য চৰ্চা কৰক’’-আহমেদে স্পষ্ট কৰি দিয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd