• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰতিবাদৰ সন্মুখীন হোৱাৰ দুঃস্বপ্নত মোদীয়ে বাতিল কৰিলে অসম ভ্ৰমণ

কান্ধত গামোচা লৈ পুনৰ অসমীয়া মানুহক আৱেগিক কৰাৰ সুযোগ নেপালে মোদীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
January 8, 2020 8:56 am
Northeast continues to remain “under-represented” in New Delhi

মৰাণত নিৰ্বাচনী সভাত প্ৰধান মন্ত্ৰী মোদী। ছবি সৌজন্য-- News Hour India।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অস্তিত্ব ৰক্ষাৰ যুঁজত আপোচহীন হৈ থকা অসমৰ ৰাইজৰ পৰা দুৰ্ব্যৱহাৰ পোৱাৰ শংকাত প্ৰধান মন্ত্ৰী মোদীয়ে বাতিল কৰিলে ১০ জানুৱাৰিৰ অসম ভ্ৰমণৰ কাৰ্য্যসূচী।

অসমত খেল’ ইণ্ডিয়া বুলি এটা ক্ৰীড়া প্ৰতিযোগিতা উদ্বোধন কৰিবলৈ অহাৰ কথা আছিল প্ৰধান মন্ত্ৰীজন।

কিন্তু CAA-বিৰোধী প্ৰতিবাদ কৰি থকা অসমৰ ৰাইজ আৰু সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি বহুকেইটা দল-সংগঠনে অসমলৈ আহিলে মোদীয়ে প্ৰবল প্ৰতিবাদৰ সন্মুখীন হ’ব বুলি সকীয়াই দিছিল।

আয়োজক ৰাজ্য চৰকাৰে নাগৰিকত্ব (সংশোধন) আইনৰ প্ৰতিবাদ শাম কটাৰ আশা কৰিছিল যদিও অসমৰ ৰাইজ অলপো নৰম নোহোৱাত উপায়হীন হয়।

প্ৰধান মন্ত্ৰীৰ কাৰ্য্যালয়ে মোদীৰ নিৰাপত্তাৰ দিশটো আৰু তেওঁ সন্মুখীন হ’ব পৰা অবাঞ্ছিত পৰিস্থিতিৰ কথা বিবেচনা কৰি এই ভ্ৰমণ বাতিল কৰে।

চোৰাংচোৱাৰ সূত্ৰয়ো অসমৰ পৰিস্থিতি উত্তপ্ত হৈ থকাটো প্ৰধান মন্ত্ৰীৰ ভ্ৰমণৰ অনুকূল নহয় বুলি প্ৰধান মন্ত্ৰীৰ কাৰ্য্যালয়ক জনোৱাৰ লগতে প্ৰধান মন্ত্ৰীজনৰ অসম ভ্ৰমণে দল-সংগঠনবোৰক প্ৰতিবাদ অধিক তীব্ৰতৰ কৰি তুলিবলৈ উৎসাহিত কৰিব পাৰে বুলি শংকা ব্যক্ত কৰিছিল।

উল্লেখযোগ্য যে কিছু দিন পূৰ্বে  মোদীয়ে এই প্ৰতিবাদ জনসাধাৰণে নহয়, কংগ্ৰেছেহে কৰাই আছে বুলি মন্তব্য কৰিছিল। আনহাতে গৰিষ্ঠ সংখ্যক লোকেই নাগৰিকত্ব (সংশোধন) আইনখন সমৰ্থন কৰে বুলি অসমৰ বিজেপি নেতাসকলে দাবী কৰি আহিছে।

যোৱা ৫ জানুৱাৰিত বৰ্ষাপাৰাত অনুষ্ঠিত টি-২০ খেলৰ সময়ত দৰ্শক হিচাপে উপস্থিত থকা মুখ্য মন্ত্ৰী সৰ্বানন্দ আৰু বিত্ত মন্ত্ৰী হিমন্তক ষ্টেডিয়ামত থকা স্ক্ৰীনত দেখাৰ লগে লগে “গ’ বেক” ধ্বনি দি দুয়োজনকে বিব্ৰত কৰিছিল দৰ্শকসকলে।

ইয়াৰ পূৰ্বে অসমত হৈ থকা CAA-বিৰোধী প্ৰতিবাদৰ বাবেই ১৫ ডিচেম্বৰত অসমত হ’ব লগীয়া মোদী আৰু জাপানৰ প্ৰধান মন্ত্ৰী শ্বিনজো আবেইৰ বৈঠক বাতিল কৰিব লগীয়া হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm
জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

September 14, 2025 7:03 pm
৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

September 14, 2025 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd