• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাধ্যমিক টে’ট পৰীক্ষাৰ এডমিট কাৰ্ড অনলাইন উপলব্ধ; পূৰ্বৰ জাননীৰ গুৰুত্বপূৰ্ণ সংশোধন

; ৭ জানুৱাৰিৰ পৰা ১৯ জানুৱাৰি পুৱালৈকে থাকিব ডাউনল'ডৰ সুযোগ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 8, 2020 9:35 am
Secondary TET
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৯ জানুৱাৰিত অনুষ্ঠিত হ’ব লগীয়া অসম মাধ্যমিক টে’ট পৰীক্ষাৰ বাবে এডমিট কাৰ্ড উপলব্ধ হৈছে আৰু এইবোৰ বিভাগীয় ৱেবছাইটৰ পৰা ডাউনল’ড কৰিব পাৰে।

অসম চৰকাৰৰ মাধ্যমিক শিক্ষা বিভাগে জনাইছে যে তেওঁলোকৰ বিভাগীয় ৱেবছাইটৰ পৰা এডমিট কাৰ্ড ৭ জানুৱাৰিৰ পুৱা ৯ বজাৰ পৰা পৰীক্ষাৰ দিন ১৯ জানুৱাৰিৰ পুৱা ৯:৩০ বজালৈকে ডাউনল’ড কৰিব পাৰিব। বিভাগীয় ৱেবছাইট হ’ল https://ssa.assam.gov.in/

আনহাতে পূৰ্বে ১৯ ডিচেম্বৰত জাৰি কৰা এই পৰীক্ষাটো সম্পৰ্কীয় জাননীখনৰ এটা সংশোধনো ঘটাইছে বিভাগটোৱে।

Candidates will be allotted the examination districts as per the “Communication district” selected by the candidates during the online application.

পূৰ্বৰ জাননীখনৰ এই অংশটো তলত দিয়াৰ দৰে সংশোধন কৰা হৈছে-

Candidates will be allotted the examination districts as per the “Permanent district” selected by the candidates during the online application,

[pdf-embedder url=”https://assam.nenow.in/wp-content/uploads/2020/01/Corrigendum_Notice.pdf”]

উল্লেখযোগ্য যে মাধ্যমিক টে’ট পৰীক্ষা স্নাতক উত্তীৰ্ণ প্ৰাৰ্থীৰ বাবে আৰু অসমীয়া, বাঙালী, বড়ো, মণিপুৰী আৰু হিন্দীৰ শিক্ষক/শিক্ষয়িত্ৰীৰ পদত অসমৰ বিদ্যালয়বোৰত নিযুক্তিৰ উদ্দেশ্যে এই পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে।

অসম চৰকাৰৰ শিক্ষা বিভাগে প্ৰায় এমাহৰ পূৰ্বে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ বাবে টে’ট পৰীক্ষা অনুষ্ঠিত কৰি গৈছে।

এডমিট কাৰ্ড ডাউনল’ড প্ৰক্ৰিয়া-

  • https://ssa.assam.gov.in/ ৱেবছাইটটো খোলক
  • Information & Services শিতানটোত ক্লিক কৰক
  • তাৰ পিছতে ‘Teacher’s Eligibility Test (TET)’ ছেকশ্যনলৈ গৈ তাত থকা click here to download admit card-ত ক্লিক কৰক
  • এতিয়া নতুনকৈ খোলখোৱা পেইজটোৰ login-ত ক্লিক কৰক।
  • তাৰ পিছত application number আৰু password দি login কৰক আৰু ডাউনল’ড কৰক।
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd