• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কালি মহন্ত পন্থীৰ প্ৰৱেশ নিষিদ্ধ, আজি ৫০ জনীয়া কৰ্মীৰ দল লৈ অতুল বৰা পন্থীৰ আমবাৰীৰ মুখ্য কাৰ্যালয়ত বৈঠক

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 8, 2020 5:19 pm
AGP meeting

অগপৰ বৈঠকৰ দৃশ্য

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৭ জানুৱাৰিত আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্য্যালয়ত অগপৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তক বৈঠক অনুষ্ঠিত কৰিবলৈ অনুমতি নিদি আজি কাৰ্য্যালয়ত বৈঠক অনুষ্ঠিত কৰে দলৰ সভাপতি  অতুল বৰা সহিতে মহানগৰ জিলা সমিতিৰ কেইগৰাকীমান তৃণমূল কৰ্মীয়ে।

বৈঠকত মূলক ‘কা’ বিৰোধী স্থিতিৰে প্ৰফুল্ল মহন্তৰ কাষত থকা গুৱাহাটী মহানগৰ সমিতি ভংগ কৰি নতুন মহানগৰ সমিতি গঠন হোৱাৰ সম্ভাৱনা আছে।

Apply Now

তদুপৰি বৈঠকত মঙলবাৰে মহন্তই অনুষ্ঠিত কৰা বৈঠক সম্পৰ্কেও পৰ্যালোচনা কৰিব বুলি এক বিশেষ সূত্ৰই জানিবলৈ দিয়ে।

বৈঠকতে বিধায়ক হিচাপে ৩৫ বছৰ সম্পূৰ্ণ কৰা বৰ্তমান অসম চৰকাৰৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। দলৰ তৰফৰ পৰা সভাপতি অতুল বৰাই ফণীভূষণ চৌধুৰীক সম্বৰ্ধনা জ্ঞাপন কৰে।

‘‘এটা দলৰ পৰা একেৰাহে বিধায়ক হৈ কেতিয়াও কোনোধৰণৰ বিভাজন নকৰাকৈ চৌধুৰীয়ে অগপ দলৰ ধ্বজা উৰুৱাই ৰাখিলে, সেয়েহে আজিৰ দিনটো আমাৰ বাবে সৌভাগ্যৰ দিন’’, ফণীভূষণ চৌধুৰী সন্দৰ্ভত এই মন্তব্য কেশৱ মহন্তৰ।

 

প্ৰায় ৫০ গৰাকী তৃণমূল অগপ কৰ্মীক লৈ অনুষ্ঠিত হোৱা বৈঠকত উপস্থিত থাকে মন্ত্ৰী কেশৱ মহন্ত, ফণীভূষণ চৌধুৰী, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু সত্যব্ৰত কলিতাকে ধৰি অন্যান্য বিষয়ববীয়াসকল।

উল্লেখযোগ্য যে, মঙলবাৰে অগপ নেতৃত্বৰ বদলিৰ দাবী তুলি প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ ফৈদ বৈঠকত মিলিত হৈছিল।

প্ৰফুল কুমাৰ মহন্তৰ ফৈদে ২৯খন জিলা সমিতিৰ সন্মতিক্ৰমে প্ৰস্তাৱ গ্ৰহণ কৰি ‘কা’ সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ নেতৃত্বক সাত দিনৰ সময় সীমা বান্ধি দিছিল অন্যথা নেতৃত্বৰ পৰিৱৰ্তনৰ দাবী উত্থাপন কৰিছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

হৰমুজ প্ৰণালীত আৱদ্ধ ১৩ খন ভাৰতীয় জাহাজ! সাগৰত আবদ্ধ ৫৬২ ভাৰতীয় নাবিকৰ জীৱনলৈ ভাবুকি, অসুস্থ হৈ এজনৰ মৃত্যু

June 14, 2026 9:37 pm
ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

June 14, 2026 8:58 pm
কাৰ্বি আংলঙত উদ্ধাৰ আহোম যুগৰ বিৰল পাণ্ডুলিপি; উন্মোচিত হ’ব ইতিহাসৰ বহুতো নতুন অধ্যায়

কাৰ্বি আংলঙত উদ্ধাৰ আহোম যুগৰ বিৰল পাণ্ডুলিপি; উন্মোচিত হ’ব ইতিহাসৰ বহুতো নতুন অধ্যায়

June 14, 2026 8:13 pm
বংগ ভৱনত গেৰুৱা মেজৰ কাপোৰ, বিদ্ৰোহী তৃণমূল সাংসদৰ নৈশভোজত পঞ্চব্যঞ্জনৰ ব্যৱস্থা

বংগ ভৱনত গেৰুৱা মেজৰ কাপোৰ, বিদ্ৰোহী তৃণমূল সাংসদৰ নৈশভোজত পঞ্চব্যঞ্জনৰ ব্যৱস্থা

June 14, 2026 7:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হৰমুজ প্ৰণালীত আৱদ্ধ ১৩ খন ভাৰতীয় জাহাজ! সাগৰত আবদ্ধ ৫৬২ ভাৰতীয় নাবিকৰ জীৱনলৈ ভাবুকি, অসুস্থ হৈ এজনৰ মৃত্যু

June 14, 2026 9:37 pm
ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

June 14, 2026 8:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd