• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১১ বছৰ পূৰ্বে অসমত সংঘটিত হৈছিল JNU সদৃশ ঘটনা, লাঠিৰ প্ৰহাৰত মোৰ হাতৰ হাড় ভাগি তিনি টুকুৰা হৈছিল : নিলোৎপল বৰা

এন ই নাও নিউজ by এন ই নাও নিউজ
January 8, 2020 6:36 pm
JNU-Story-Nilotpal-Bora

নিলোৎপল বৰা, উৎস-ইণ্টাৰনেট

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ আগশাৰীৰ শিক্ষানুষ্ঠান জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় ৫ জানুৱাৰীৰ নিশা সংঘটিত হৈছিল ভয়ংকৰ আক্ৰমণৰ ঘটনা।

মুখত মুখা পিন্ধি হাতত লোহাৰ লাঠি, হকী ষ্টিক লৈ অহা দুৰ্বিত্তৰ আক্ৰমণত বিশ্ববিদ্যালয়খনৰ প্ৰায় ৫০ গৰাকী ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক আঘাতপ্ৰাপ্ত হৈছিল।

Apply Now

জে এন য়ুৰ নিলৰ্জ কাণ্ডক লৈ সমগ্ৰ দেশজুৰি প্ৰতিবাদ অব্যাহত থকাৰ সময়তে এই সন্দৰ্ভত মুখ খুলিছে অসমৰ জনপ্ৰিয়  কণ্ঠশিল্পী নিলোৎপল বৰাই।

‘মাজুলী’ শীৰ্ষক গীতেৰে অসমীয়া সংগীত জগতত চিনাকী লাভ কৰা শিল্পী নিলোৎপলে জে এন য়ুৰ ঘটনাক গৰিহণা দিয়াৰ লগতে অসমত তেওঁ পঢ়ি থকা শিক্ষানুষ্ঠানখনতো কংগ্ৰেছ চৰকাৰৰ দিনত জে এন য়ু সদৃশ ঘটনা সংঘটিত হৈছিল বুলি আজি নিজৰ ফেইচবুকত উল্লেখ কৰে।

নিলোৎপলে বুধবাৰে নিজৰ ফেইচবুক পোষ্টত এনেদৰে লিখে-

“২০০৯ চন ৷ মই তেতিয়া চান্দমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিস্হানৰ ছাত্ৰ ৷ সেই সময়ত অসমৰ ৯ খন চৰকাৰী পলিটেকনিক আৰু দুখন ইঞ্জিনিয়াৰিং কলেজ এক ব্যক্তিগত খণ্ডৰ অধীনলৈ নিবৰ বাবে চৰকাৰে এক সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ যাৰ ফলত শিক্ষাৰ মাচুল বহুগুণে বৃদ্ধি পালেহেতেন ৷ আমি তাৰ তীব্ৰ বিৰোধিতা কৰিছিলো,আন্দোলন কৰিছিলো প্ৰায় ১৫ দিন মান একেৰাহে ৷ মই আৰু মোৰ এগৰাকী বান্ধবী প্ৰণীতা আৰু বহুকেইজনে এই আন্দোলনখনৰ প্ৰতিনিধিত্ব কৰিছিলো ৷ অসমৰ সংবাদ মাধ্যমেও সেইসময়ত যথেষ্ট সহায় কৰিছিল ৷ তৰুণ গগৈ ডাঙৰীয়া আছিল অসমৰ মূখ্যমন্ত্ৰী ৷ অৱশেষত পিছে চৰকাৰে আমাৰ দাবী মানি লৈছিল ৷

কিন্তু আমাৰ দাবী মানি লোৱাৰ দুদিন পিছতে মোক মোৰ চৰকাৰী হোষ্টেল “মঘাই ওজা ছাত্ৰাবাস“ৰ কোঠাত মাজৰাতি মুখত কাপোৰ বান্ধি অহা কোনো দুৰ্বৃত্তই হঠাতে প্ৰবেশ কৰি উপৰ্যুপৰি তেওঁলোকে লৈ অহা লাঠি আৰু ৰদেৰে কৰা প্ৰহাৰত মোৰ হাতখনৰ হাড় ভাগি তিনি টুকুৰা হোৱাৰ উপৰিও আন অংশতো আঘাত পাইছিলো ৷ হাতত বহুদিন ধৰি এলুমিনিয়ামৰ প্লেট লগাই থ’ব লগা হৈছিল ৷ মোৰ লগতে মোৰ ওচৰতে থকা দুজন বন্ধুকো প্ৰহাৰ কৰিছিল ৷
আজিলৈকে গম নেপালো তেওঁলোক কোন আছিল ৷

মই আজি ১১ বছৰ পিছত এই কথাখিনি কোৱাৰ কাৰণ এইটোৱেই যে JNU ত ইতিমধ্যে হৈ যোৱা ঘটনাটোৰ দৰে ঘটনা আমাৰ অসমৰ ছাত্ৰ-ছাত্ৰীৰ লগতো যে নহব তেনে নহয় বা চৰকাৰৰ বিপক্ষে মাত মতাৰ বাবে চৰকাৰে লোৱা দমন নীতিবোৰো কোনো নতুন কথা নহয় ৷ কাইলৈ আপোনাৰ লগতো হ’ব পাৰে ৷ ছাত্ৰ ছাত্ৰীৰ ওপৰত হোৱা আক্ৰমণ কোনোপধ্যেই গ্ৰহণযোগ্য নহয় ৷ প্ৰত্যেকেই গৰিহনা দিয়ক এনে দুষ্কৃতিকাৰীক ৷”

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

September 23, 2026 7:49 am
বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm
৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

September 22, 2026 7:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

September 23, 2026 7:49 am
বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd