• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাৰ্বি পিপ’লছ লিবাৰেশ্যন টাইগাৰছ (KPLT)ৰ দশম প্ৰতিষ্ঠা দিৱস পালন

এন ই নাও নিউজ by এন ই নাও নিউজ
January 9, 2020 11:55 am
KPLT-cadres-2-750x375

কে পি এল টি সদস্য

2.6k
VIEWS
Share on FacebookShare on Twitter

কাৰ্বি পিপ’লছ লিবাৰেশ্যন টাইগাৰছে (কে পি এল টি) বুধবাৰে অসমৰ কাৰ্বি আংলং জিলাৰ পাঁচ মাইলত থকা চুতীয়ানালাৰ ডেজিগনেটেত কেম্পত সংগঠনটোৰ দশম প্ৰতিষ্ঠা দিৱস উদযাপন কৰে।

অনুষ্ঠানত অংশগ্ৰহণ কৰি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্য্যবাহী সদস্য ৰতন টেৰণে ডেজিগনেটেত কেম্পত থকা কে পি এল টি সদস্য সকলৰ বিভিন্ন সমস্যাৰ বিষয়ে উল্লেখ কৰে।

টেৰণে কে পি এল টি সদস্য সকলক ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰক তেওঁলোকৰ সমস্যা সমূহৰ বিষয়ে অৱগত কৰিব বুলি কোৱাৰ লগতে তেওঁলোকৰ সুকীয়া ৰাজ্যৰ দাবীও চৰকাৰৰ ওচৰত উত্থাপন কৰিব বুলি আশ্বাস দিয়ে।

উল্লেখযোগ্য যে, কাৰ্বি লংৰি আৰু উত্তৰ কাছাৰ পাৰ্বত্য লিবাৰেশ্যন ফ্ৰণ্ট (কে এল এন এল এফ) আৰু য়ুনাইটেড পিপ’ল ডেম’ক্ৰেটিক চোলিডাৰিটি (য়ু পি ডি এছ)ৰ প্ৰাক্তন সদস্য সকল মিলিত হৈ নতুন বিদ্ৰোহী সংগঠন কে পি এল টি গঠন কৰিছিল।

২০১৬ চনৰ ২০ অক্টোবৰত সংগঠনটোৱে নিজাববীয়াকৈ যুদ্ধবিৰতি ঘোষণা কৰিছিল আৰু ২০১৭ চনৰ ৩১ জানুৱাৰিত কেন্দ্ৰ চৰকাৰৰ সৈতে যুদ্ধবিৰতি স্বাক্ষৰ কৰিছিল।

পশ্চিম কাৰ্বি আংলঙৰ বাকুলিয়া আৰু কোলোংগাত কে পি এল টিৰ ডেজিগনেটেত শিৱিৰ আছে।

পঞ্চায়ত আৰু গ্ৰাম্য বিকাশ বোৰ্ডৰ সচিৱ তথা য়ু পি ডি এছৰ কনজং টেৰণে অনুষ্ঠানত অংশগ্ৰহণ কৰি চৰকাৰৰ সৈতে আলোচনা অব্যাহত ৰাখিবলৈ ধৈৰ্য্য সহকাৰে কেম্পত থাকিব লাগিব বুলি কয়।

‘‘ময়ো আপোনালোকৰ দৰে শসস্ত্ৰ সংগ্ৰামত জড়িত হৈ আছিলো আৰু ইয়াৰ তিক্ততা আৰু কঠিনতাৰ বিষয়ে অৱগত,’’ টেৰণে লগতে কয়।

যুদ্ধ বিৰতিৰ সময়ত সংগঠনৰ সদস্য সকলে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া নীতি নিৰ্দেশনা সমূহ মানি চলিব লাগিব বুলিও তেওঁ লগতে কয়।

Recent News

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd