• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিৰ্বচনী প্ৰচাৰত দেখা অসমৰ বিত্ত মন্ত্ৰীৰ নৃত্য কোনো অসমীয়া জনগোষ্ঠীৰ নৃত্য নহয় : ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য

'জুবিনে 'কা' বিৰোধী জনসভাত অংশগ্ৰহণ কৰা বাবে চৰকাৰৰ গা পুৰিছে'

এন ই নাও নিউজ by এন ই নাও নিউজ
January 9, 2020 3:29 pm
AASU Story

হিমন্ত বিশ্ব শৰ্মা আৰু সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘‘বিগত লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত অসমৰ বিত্ত মন্ত্ৰীৰ এটা নৃত্য সঘনে আমি দেখা পাইছিলো। সেই নৃত্য কোনো অসমীয়া জনগোষ্ঠীৰ নৃত্য নহয়,’’ আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই আজি ৰণশিঙাত সমবেত হোৱা জনসাধাৰণক উদ্দেশ্যি এনেদৰে কয়।

আছুৰ ৰণশিঙা কাৰ্য্যসূচী সম্বন্ধে মত ব্যক্ত কৰি আছুৰ মুখ্য উপদেষ্টা গৰাকীয়ে চৰকাৰক ৰণশিঙাক অপমান নকৰিবলৈ সকীয়াই দিয়ে।

Apply Now

‘‘ৰণশিঙা হ’ল অসমৰ থলুৱা বাদ্য যন্ত্ৰৰে অসমীয়া জনসাধাৰণৰ ‘কা’ বাতিল কৰাৰ দাবীৰে এক ব্যতিক্ৰমী প্ৰতিবাদ। গতিকে ৰণশিঙাক অপমান কৰি অসমৰ জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিক অপমান নকৰিব,’’ ভট্টাচাৰ্য্যই লগতে কয়।

জনসাধাৰণক উদ্দেশ্যি দিয়া ভাষণত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই এন আৰ চিৰ প্ৰসংগেৰে সৰ্বানন্দ সোণোৱালকো সমালোচনা কৰি অসমীয়া খিলঞ্জীয়া জনসাধাৰণক তেওঁ অপমান আৰু প্ৰতাৰণা কৰা বুলি মন্তব্য কৰে।

আনহাতে, ‘কা’ বিৰোধী আন্দোলনত সক্ৰিয়ভাৱে জুবিন গাৰ্গে অংশগ্ৰহণ কৰা বাবে বিজেপিয়ে জুবিনক আক্ৰমণৰ লক্ষ্য কৰি লোৱা প্ৰসংগতো মত ব্যক্ত কৰি বিজেপিয়ে জুবিনৰ একো ক্ষতি কৰিব নোৱাৰে বুলি ভট্টাচাৰ্য্যই কয়।

‘‘জুবিনে জনসভাত, তেওঁৰ সংগীতানুষ্ঠানত ‘কা’ নামানো বুলি কৈ থকা বাবে চৰকাৰৰ গা পুৰিছে আৰু সেইবাবে এতিয়া জুবিনক তেওঁলোকে আক্ৰমণৰ লক্ষ্য কৰি লৈছে’’ আছুৰ মুখ্য উপদেষ্টা গৰাকীয়ে লগতে কয়।

তদুপৰি, ‘কা’ বিৰোধী আন্দোলনক প্ৰশমিত কৰাৰ বাবে চৰকাৰে বৰ্তমান বিভিন্ন আঁচনি গ্ৰহণ কৰা সন্দৰ্ভত মত ব্যক্ত কৰি ভট্টাচাৰ্য্যই এয়া অসমীয়াৰ প্ৰাপ্য বুলি উল্লেখ কৰি আঁচনিৰ সুবিধা অসমীয়া ৰাইজে লাভ কৰিলেও ‘কা’ মনা নহ’ব বুলি কয়।

স্নাতক শাখাত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীক কিতাপ কিনাৰ বাবে চৰকাৰে ১০০০ টকাকৈ দিয়াৰ বাবে লোৱা সিদ্ধান্তকো ভট্টাচাৰ্য্যই সমালোচনা কৰি ইমান কৃপন চৰকাৰ দেখা নাই বুলি উল্লেখ কৰি ছাত্ৰ-ছাত্ৰীক যদিহে কিতাপ কিনিবলৈ পইচা দিবলৈ মন আছে বেছিকৈ দিবলৈ আহ্বান জনায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd