• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাট্যকাৰ, পৰিচালক সপোনজ্যোতি ঠাকুৰলৈ আছুৰ স্বভাৱ শিল্পী অমূল্য কাকতী বঁটা

এন ই নাও নিউজ by এন ই নাও নিউজ
February 10, 2018 10:19 pm
saponjyoti thakur playwright

সপোনজ্যোতি ঠাকুৰ

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাট্যকাৰ, পৰিচালক সপোনজ্যোতি ঠাকুৰলৈ ২০১৮ চনৰ স্বভাৱ শিল্পী অমূল্য কাকতী বঁটা আগবঢ়োৱা হৈছে।

অসমৰ সাংস্কৃতিক ঐতিহ্যৰ প্ৰসাৰ আৰু সংৰক্ষণৰ বাবে দেৰগাঁৱৰ এই শিল্পীগৰাকীয়ে আগবঢ়োৱা বিশিষ্ট বৰঙনিৰ বাবে এই বঁটা আগবঢ়োৱা হৈছে।

Apply Now

সদৌ অসম ছাত্ৰ সন্থাৰ ছাত্ৰ-শিল্পী-সাহিত্যিক কল্যাণ ন্যাসে প্ৰখ্যাত অভিনেতা, চিনে’মা পৰিচালক, প্ৰযোজক, চিত্ৰনাট্যকাৰ আৰু নাট্যকাৰ অমূল্য কাকতীৰ কৰ্মৰ ধাৰা সজীৱ কৰি ৰখাৰ বাবে এই বঁটা প্ৰদান কৰি আহিছে।

প্ৰখ্যাত ভাস্কৰ বীৰেন সিংহই প্ৰস্তুত কৰা এটা স্মাৰক, এখন গামোচা, এখন চেলেং চাদৰ আৰু এটা এৰী চোলাৰ লগতে নগদ ২৫ হাজাৰ টকা বঁটাপ্ৰাপক ঠাকুৰলৈ আগবঢ়োৱা হয়। প্ৰখ্যাত অসমীয়া অভিনেতা মিৰেল কুদ্দুচে ঠাকুৰক এই বঁটা প্ৰদান কৰে।

বঁটাগ্ৰহণ কৰি ঠাকুৰে কয় যে তেওঁৰ কৰ্মৰাজি সাধাৰণ মানুহৰ উন্নতিৰ বাবে উৎসৰ্গিত।

অপেছাদাৰী নাটকৰ আন্দোলনটো ৰাজ্যৰ চুকে-কোণে বিয়পাই নিয়াৰ ক্ষেত্ৰত ঠাকুৰৰ বিশেষ অৰিহণা আছে। তেওঁ আৰম্ভ ‘চোতালৰ নাট’ নামৰ নাট পৰিৱেশনৰ অনন্য উদ্যোগটোৱে বিভিন্ন নাট শৈলীক সাৰ্বজনীন ৰূপ দিয়াত সহায় কৰিছিল।

আকাশবাণীৰ ডিব্ৰুগড়, গুৱাহাটী আৰু যোৰহাট কেন্দ্ৰৰ যোগেদি তেওঁৰ ৩০ খনতকৈও অধিক নাট সম্প্ৰচাৰিত হৈ আহিছে।

গুৱাহাটীৰ বিবেকানন্দ কেন্দ্ৰত ৯ ফেব্ৰুৱাৰিত এই বঁটা বিতৰণী অনুষ্ঠান আয়োজিত হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

August 21, 2026 8:01 pm
হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

August 21, 2026 7:00 pm
বানপানীৰ স্থায়ী সমাধান নকৰিলে অসম নিশ্চিহ্ন হ’ব : অসম নাগৰিক সন্মিলন

বানপানীৰ স্থায়ী সমাধান নকৰিলে অসম নিশ্চিহ্ন হ’ব : অসম নাগৰিক সন্মিলন

August 21, 2026 6:00 pm
আকৌ পেপাৰ লিক : বাতিল ছত্তীশগড়ৰ বিশ্ববিদ্যালয়ৰ পৰীক্ষা

আকৌ পেপাৰ লিক : বাতিল ছত্তীশগড়ৰ বিশ্ববিদ্যালয়ৰ পৰীক্ষা

August 21, 2026 4:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

August 21, 2026 8:01 pm
হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

August 21, 2026 7:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd