• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাজিৰঙাত বৃদ্ধি পাইছে পৰিভ্ৰমী জলচৰ পক্ষীৰ সংখ্যা; দ্বিতীয় পক্ষী গণনাৰ সফল সামৰণি

উত্তম শইকীয়া by উত্তম শইকীয়া
January 13, 2020 8:56 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাজিৰঙাত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে চলি থকা আন্দোলনৰ বাবে বিদেশী পৰ্যটকৰ সংখ্যা কমিলেও বিদেশী পৰিভ্ৰমী জলচৰ পক্ষীৰ সংখ্যা কিন্তু কমা নাই। বিপৰীতে বৃদ্ধিহে পাইছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিগত দুটা দিন ধৰি চলা দ্বিতীয় পক্ষী গণনাত বৃদ্ধি পাইছে পৰিভ্ৰমী জলচৰ পক্ষীৰ সংখ্যা।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষৰ উদ্যোগত কৰা দ্বিতীয় পক্ষী গণনাত মুঠ ৯৬ টা প্ৰজাতিৰ ১৯,২২৫ টা জলচৰ পক্ষী পোৱা গ’ল। এইবাৰৰ গণনাত ৰাষ্ট্ৰীয় উদ্যানখনৰ মুঠ ২১ খন বিল বা জলাশয়ৰ মুঠ ৯৬ টা স্থানত একেটা সময়তে গণনা চলোৱা হৈছিল।

Apply Now

পক্ষী গণনাত বিভন্ন স্থানৰ পৰা অহা ২২ জন পক্ষী বিশেষজ্ঞই অংশ গ্ৰহণ কৰা উপৰিও বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা অহা মুঠ ৩১ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে স্বেচ্ছা সেৱক হিচাপে অংশ গ্ৰহণ কৰে।

গণনা কালত ৰাষ্ট্ৰীয় উদ্যানখনৰ অগৰাতলি বনাঞ্চলত ৮৫ টা, কহঁৰা বনাঞ্চলত ৫৯ টা, বাগৰি বনাঞ্চলত ৫৮ টা আৰু বুঢ়াপাহাৰ বনাঞ্চলত মুঠ ৪০ টা প্ৰজাতিৰ পক্ষী পোৱা যায়৷ইয়াৰ বিপৰীতে অগৰাতলিত ৯৯২৪ টা, কহঁৰাত ৩১৫১ টা, বাগৰিত ৪৯৫১ টা আৰু বুঢ়াপাহাৰ বনাঞ্চলত ১১৯৯ টা চৰাই গণনাৰ কালত প্ৰত্যক্ষ কৰে গণনাকাৰীয়ে।

এইবাৰৰ গণনাত কেইবাটাও বিৰল প্ৰজাতিৰ পক্ষী পোৱা গৈছে। দ্বিতীয় পক্ষী গণনাৰ এই তথ্য সদৰী কৰে ডি এফ অ’ ৰমেশ কুমাৰ গগৈয়ে। বিষয়া গৰাকীৰ মতে ইতিমধ্যে বেদখল মুক্ত কৰা বান্দৰডুবি নামৰ অঞ্চলটোত ১৯ টা প্ৰজাতিৰ ৩৫০ টা জলচৰ পক্ষী পোৱা হয় ৷ বেদখল মুক্ত হোৱাৰ পাচৰে পৰাই এই অঞ্চলটোলৈ চৰাই অহিবলৈ লোৱা বুলিও তেওঁ মন্তব্য কৰে ৷

উল্লেখযোগ্য যে ২০১৮ চনৰ ১৯ আৰু ২০ ডিচেম্বৰত কাজিৰঙাত প্ৰথমবাৰৰ বাবে জলচৰ পক্ষীৰ গণনা কৰা হৈছিল আৰু এই গণনাৰ সময়ত ৰাষ্ট্ৰীয় উদ্যানখনত জলচৰ পক্ষীৰ ৮০ টা প্ৰজাতিৰ ১০,৪১২ টা পক্ষী জলাহ ভূমিত প্ৰত্যক্ষ কৰাৰ লগতে ভালেমান বিৰল প্ৰজাতিৰ পক্ষীৰ তথ্যও গণনাকাৰী সকলে সংগ্ৰহ কৰিছিল।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

কংগোত দুৰ্ঘটনাগ্ৰস্ত সামৰিক বিমান; দুজন সেনা বিষয়াকে ধৰি ১৪ জন নিহত

কংগোত দুৰ্ঘটনাগ্ৰস্ত সামৰিক বিমান; দুজন সেনা বিষয়াকে ধৰি ১৪ জন নিহত

September 26, 2026 8:34 am
মোডীৰ সৈতে মহিলাৰ বিকৃত ছবি বিয়পাই দিয়াৰ অভিযোগ; চিজেপি নেতালৈ জাননী জাৰি আদালতৰ

মোডীৰ সৈতে মহিলাৰ বিকৃত ছবি বিয়পাই দিয়াৰ অভিযোগ; চিজেপি নেতালৈ জাননী জাৰি আদালতৰ

September 26, 2026 7:48 am
গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংগোত দুৰ্ঘটনাগ্ৰস্ত সামৰিক বিমান; দুজন সেনা বিষয়াকে ধৰি ১৪ জন নিহত

কংগোত দুৰ্ঘটনাগ্ৰস্ত সামৰিক বিমান; দুজন সেনা বিষয়াকে ধৰি ১৪ জন নিহত

September 26, 2026 8:34 am
মোডীৰ সৈতে মহিলাৰ বিকৃত ছবি বিয়পাই দিয়াৰ অভিযোগ; চিজেপি নেতালৈ জাননী জাৰি আদালতৰ

মোডীৰ সৈতে মহিলাৰ বিকৃত ছবি বিয়পাই দিয়াৰ অভিযোগ; চিজেপি নেতালৈ জাননী জাৰি আদালতৰ

September 26, 2026 7:48 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd