• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মই চাংমাক চেল্যুট জনাইছো, কিন্তু আমাৰ মন্ত্ৰীসকল ভয়াতুৰ; তেওঁলোক মোদীৰ চাকৰ : জুবিন গাৰ্গ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 13, 2020 11:39 am
24k
VIEWS
Share on FacebookShare on Twitter

“চাওক কেনেদৰে তেওঁ কৈছে। মই চাংমাক চেল্যুট জনাইছো। কিন্তু আমাৰ মন্ত্ৰীসকল ভয়াতুৰ। তেওঁলোকে ক’ব নোৱাৰে, তেওঁলোক মোদীৰ চাকৰ। আমি ইয়াক ভাঙিব লাগিব।” এইদৰে নিজৰ ফেচবুকত মন্তব্য কৰিছে ‘কা’ আন্দোলনক সন্মুখৰ পৰা নেতৃত্ব দিয়া জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে।

জুবিনে এইদৰে নিজৰ ফেচবুকত উল্লেখ কৰি লগত মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। আচলতে মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমায়ে অসমক নাগৰিকত্ব (সংশোধন) আইনৰ আওতাৰ বাহিৰত ৰাখিবলৈ দাবী জনোৱাৰ বাবে জুবিনে তেওঁক প্ৰশংসা কৰে।

লগতে অসমৰ মুখ্য মন্ত্ৰী  তথা আন মন্ত্ৰীসকলে এই সন্দৰ্ভত জাতিৰ স্বাৰ্থত ৰাইজৰ পক্ষত মাত নমতাৰ বাবে জুবিনক ফেচবুক প’ষ্টটোত “তেওঁলোক মোদীৰ চাকৰ’ বুলি ক্ষোভ প্ৰকাশ কৰা যায়।

উল্লেখযোগ্য ১১ জানুৱাৰীত এখন সভাত মেঘালয়ৰ মুখ্য মন্ত্ৰী গৰাকীয়ে কৈছিল, “নাগালেণ্ড, মণিপুৰ, অৰুণাচলক এই আইনৰ আওতাৰ পৰা বাহিৰত ৰখা হৈছে। কিন্তু অসমক ৰখা হোৱা নাই, আমি অসমকো এই আইনৰ আওতাৰ পৰা বাহিৰত ৰখাৰ বাবে দাবী জনাইছো।”

লগতে অসমকে ধৰি সমগ্ৰ উত্তৰ-পূবৰ জনতাক একে সুৰক্ষা দিব লাগে বুলিও মুখ্য মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছিল।

Recent News

কাণ নাথাকিলেও চৰাইবোৰে শুনা পায়! কিন্তু কেনেকৈ?

কাণ নাথাকিলেও চৰাইবোৰে শুনা পায়! কিন্তু কেনেকৈ?

দুৰ্নীতিগ্ৰস্ত বিষয়াসকলক সুৰক্ষা প্ৰদান কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী ডিৱাইএফ‌আই-ৰ

দুৰ্নীতিগ্ৰস্ত বিষয়াসকলক সুৰক্ষা প্ৰদান কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী ডিৱাইএফ‌আই-ৰ

হাৰ্ভাৰ্ডৰ বিদেশী ছাত্ৰ-ছাত্ৰীক লক্ষ্য কৰি আদালতৰ কঠোৰ সমালোচনাৰ সন্মুখীন ড’নাল্ড ট্ৰাম্প

হাৰ্ভাৰ্ডৰ বিদেশী ছাত্ৰ-ছাত্ৰীক লক্ষ্য কৰি আদালতৰ কঠোৰ সমালোচনাৰ সন্মুখীন ড’নাল্ড ট্ৰাম্প

সোনম ৰঘুবংশী আৰু ৰাজ কুশৱাহাক জে’ললৈ প্ৰেৰণৰ নিৰ্দেশ জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ

সোনম ৰঘুবংশী আৰু ৰাজ কুশৱাহাক জে’ললৈ প্ৰেৰণৰ নিৰ্দেশ জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd