• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটীত চলি থকা খেল’ ইণ্ডিয়াত ডেভিদ বেকহাম!

এন ই নাও নিউজ by এন ই নাও নিউজ
January 15, 2020 9:04 am
David-Beckham-750x375
3.1k
VIEWS
Share on FacebookShare on Twitter

খেল’ ইণ্ডিয়াত আৱিৰ্ভাৱ ঘটিছে বিশ্বৰ ক্ৰীড়াজগতত ঈৰ্ষণীয় গ্লেমাৰৰ সৈতে এসময়ত দপদপাই থকা ইংলিছ ফুটবল তাৰকা ডেভিড বেকহামৰ!

১০ তাৰিখৰ পৰা অসমৰ গুৱাহাটীত চলি থকা ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ যুৱ ক্ৰীড়া প্ৰতিযোগিতাখনত আজি ১৭ বছৰীয়া এজন যুৱকে চাইক্লিঙত ব্ৰঞ্জৰ পদক লাভ কৰে। কিন্তু পদক আহৰণৰ সফলতাতকৈ তেওঁ চৰ্চিত হোৱাৰ কাৰণটো হ’ল তেওঁৰ “ডেভিড বেকহাম” নামটো আৰু তেওঁৰ সংগ্ৰামৰ কঠিনতা।

ডেভিড বেকহামে প্ৰতিযোগিতাখনত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জক প্ৰতিনিধিত্ব কৰিছে।

“আমাৰ গোটেই পৰিয়ালটো ডেভিড বেকহামৰ অনুগামী। গতিকে তেওঁলোকে মোৰ নাম তেওঁৰ নামেৰে দিলে” কিশোৰজনে নৰ্থ-ইষ্ট নাওক জনালে।

কিশোৰ খেলুৱৈজনে ফুটবলো খেলে আৰু সুব্ৰত কাপ প্ৰতিযোগিতাত অংশগ্ৰহণো কৰিছে বুলি জানিবলৈ দিয়ে।

David-Beckham-1
গুৱাহাটীত চলি থকা খেল’ ইণ্ডিয়াত চাইক্লিঙত ব্ৰঞ্জ লাভ কৰা ডেভিদ বেকহাম।

কিন্তু ককাকৰ অনুপ্ৰেৰণাত ২০১৭ চনৰ পৰা চাইক্লিং কৰিবলৈ আৰম্ভ কৰা ডেভিদে ইয়াকেই এতিয়া নিজৰ ক্ৰীড়া কেৰিয়াৰ হিচাপে নিৰ্বাচিত কৰিছে। তেওঁ ইয়াৰ পূৰ্বে এখন ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰিছিল।

মাত্ৰ এবছৰ বয়সীয়া হৈ থাকোতেই দেউতাকক হেৰুওৱা ডেভিদৰ জীৱন অত্যন্ত কঠিন যাত্ৰাৰ মাজেৰে আগ বাঢ়িছে। ২০১৪ চনত মাককো হেৰুওৱা ডেভিদ বৰ্তমান ককাকৰ সৈতে থাকে। চাইক্লিষ্ট হিচাপেই সফল হোৱাৰ সপোন দেখা ডেভিদে এতিয়া ফুটবল খেলা প্ৰায় বাদ দিছে।

“কিন্তু আন্দামানত আন্তঃৰাষ্ট্ৰীয় মানৰ চাইক্লিং সা-সুবিধা পোৱাটো কঠিন”, নিজকে এজন সফল চাইক্লিষ্ট হিচাপে গঢ় দিবলৈ সংগ্ৰাম অব্যাহত ৰখা ডেভিদে কয়। তেওঁ এই সুবিধাৰ বাবে এখন ডাঙৰ মহানগৰলৈ যোৱাৰ পৰিকল্পনা কৰা বুলিও জনালে।

Recent News

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd