• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সৰ্বভাৰতীয় পৰ্য্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাত “জিআইপিএছ”ৰ শিক্ষাৰ্থীৰ সাফল্য

এন ই নাও নিউজ by এন ই নাও নিউজ
February 13, 2020 7:05 pm
index

প্ৰতিষ্ঠানটোৰ অধ্যাপকৰ সৈতে কৃতী শিক্ষাৰ্থীসকল। ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত বৰ্ষবোৰৰ গৌৰৱোজ্জল ইতিহাসৰ পুনৰাবৃত্তি ঘটাই ফাৰ্মাচী শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাচিউটিকেল ছায়েন্স চমুকৈ জিআইপিছৰ ৯জনকৈ শিক্ষাৰ্থীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষা, গ্ৰেজুৱেট ফাৰ্মাচী এপটিটিউত টেষ্ট চমুকৈ জিপেট ,২০২০ত সৰ্বভাৰতীয় পৰ্যায়ত স্থান দখলেৰে  শিক্ষানুষ্ঠান খনৰ নাম উজলাই তুলিবলৈ সক্ষম হৈছে।

শিক্ষানুষ্ঠান খনৰ সাফল্য লাভ কৰা শিক্ষাৰ্থীসকলৰ ভিতৰত বি.ফাৰ্ম ষষ্ঠ ষাণ্মাসিকৰ তেজপুৰ নিবাসী অভিস্পিৎ কলিতা নামৰ কৃতী ছাত্ৰজনে উত্তৰ-পূব ভাৰতৰ ভিতৰতে সৰ্ব্বোচ্চ নম্বৰ লাভ কৰি ২০৩নং স্থান দখলেৰে শিক্ষানুষ্ঠানখনৰ কাৰণে এক ঈৰ্ষণীয় সাফল্য কঢ়িয়াই আনে।

Apply Now

আন আন শিক্ষাৰ্থীসকলৰ ভিতৰত বি.ফাৰ্ম ষষ্ঠ ষাণ্মাসিকৰ পাৰ্থ প্ৰতীম ঠাকুৰীয়াই (৪৩৫১স্থান),বেলি ব্ৰহ্ম‌ই(১৮৪৯৯স্থান) আৰু অষ্টম ষাণ্মাসিকৰ নয়নিকা নেওগ (৩৩২৭স্থান),মমিতুল আহমেদ(৯২৩স্থান), ধৃতিলতা পেগু(১৬১৫৯স্থান), কিৰণ পান্ডে(১১০৭২স্থান),অভিজিতা তালুকদাৰ (১৩৪৯স্থান),সৌভিক কুমাৰ দাসে (১০৭১৭স্থান) লাভ কৰিবলৈ সক্ষম হয়।

ইয়াৰ লগতে সংগতি ৰাখি যোৱা ১০ফেব্ৰুৱাৰি তাৰিখে শিক্ষানুষ্ঠান খনৰ চৌহদত কৃতী শিক্ষাৰ্থীসকলক অভিবাদন জনোৱাৰ উদ্দেশ্যে শিক্ষানুষ্ঠানখনৰ তৰফৰ পৰা এক সম্বৰ্ধনা কাৰ্যসূচী ৰূপায়ন কৰা হয়।

index3
প্ৰতিষ্ঠানটোত কৃতী শিক্ষাৰ্থীক সম্বৰ্দ্ধনা জনোৱাৰ মুহুৰ্ত। ফটো: নৰ্থইষ্ট নাও

সম্বৰ্ধনা অনুষ্ঠানটিত পৰিচালনা সমিতিৰ সভাপতি শ্ৰীযুত ৰাতুল দাস, অধ্যক্ষ ডঃ গৌৰাংগ দাসৰ লগতে শিক্ষক-শিক্ষয়ত্ৰী সকল উপস্থিত থাকি কৃতী শিক্ষাৰ্থীসকলক উৎসাহ যোগোৱাৰ লগতে তেওঁলোকক অভিনন্দন জনায়।

সৰ্বভাৰতীয় পৰ্য্যায়ত লাভ কৰা শিক্ষাৰ্থীসকলৰ এনে সাফল্য‌ত স্বাভাৱিকতে শিক্ষানুষ্ঠান খনৰ সকলো শিক্ষক-শিক্ষয়ত্ৰী উৎফুল্লিত হৈ পৰে।

উল্লেখযোগ্য যে জিপেট(GPAT) হৈছে ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন আৰু বিকাশ মন্ত্ৰ্যালয়ৰ তত্বাৱধানত তথা নেচনেল টেষ্ট এজেন্সি চমুকৈ এনটিএ(NTA)ৰ উদ্যোগত অনুষ্ঠিত হোৱা এক সৰ্বভাৰতীয় পৰ্য্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষা, যʼত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলে ফাৰ্মাচী শিক্ষাৰ বিভিন্ন ধৰণৰ স্নাতকোত্তৰ পৰ্যায়ৰ পাঠ্যক্ৰমসমূহত নামভৰ্তি কৰি জলপানিৰ লগতে আন কিছু আৰ্থিক সাহায্য লাভ কৰি উচ্চ শিক্ষা গ্ৰহণ কৰাৰ সুবিধা পায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জাল নথিপত্ৰৰে ৰাজস্থানলৈ অসমৰ হাতীৰ অবৈধ সৰবৰাহ, চৰকাৰী শিথিলতাক লৈ সৰৱ প্ৰকৃতিপ্ৰেমী

June 18, 2026 1:45 pm
পাকিস্তানত ভয়ংকৰ কাণ্ড, গুৰুদ্বাৰৰ ভিতৰতে বৃদ্ধ শিখ দম্পতীক গুলীয়াই হত্যা

পাকিস্তানত ভয়ংকৰ কাণ্ড, গুৰুদ্বাৰৰ ভিতৰতে বৃদ্ধ শিখ দম্পতীক গুলীয়াই হত্যা

June 18, 2026 1:45 pm
ভাৰতীয় শিক্ষা ব্যৱস্থা এক ধন দাবী কৰা যন্ত্ৰ: কোটাৰ সভাত ৰাহুল গান্ধীৰ মন্তব্য

ভাৰতীয় শিক্ষা ব্যৱস্থা এক ধন দাবী কৰা যন্ত্ৰ: কোটাৰ সভাত ৰাহুল গান্ধীৰ মন্তব্য

June 18, 2026 1:23 pm
হিমাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: গভীৰ খাৱৈত বাগৰি পৰিল বাহন, ৭ জনৰ কৰুণ মৃত্যু

হিমাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: গভীৰ খাৱৈত বাগৰি পৰিল বাহন, ৭ জনৰ কৰুণ মৃত্যু

June 18, 2026 12:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাল নথিপত্ৰৰে ৰাজস্থানলৈ অসমৰ হাতীৰ অবৈধ সৰবৰাহ, চৰকাৰী শিথিলতাক লৈ সৰৱ প্ৰকৃতিপ্ৰেমী

June 18, 2026 1:45 pm
পাকিস্তানত ভয়ংকৰ কাণ্ড, গুৰুদ্বাৰৰ ভিতৰতে বৃদ্ধ শিখ দম্পতীক গুলীয়াই হত্যা

পাকিস্তানত ভয়ংকৰ কাণ্ড, গুৰুদ্বাৰৰ ভিতৰতে বৃদ্ধ শিখ দম্পতীক গুলীয়াই হত্যা

June 18, 2026 1:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd