• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অৰুণাচল প্ৰদেশৰ টুটিঙত অনুষ্ঠিত হয় শ্ৰমিক কল্যান আঁচনিৰ সজাগতা শিবিৰ

প্ৰণৱ কুমাৰ দাস by প্ৰণৱ কুমাৰ দাস
February 13, 2018 1:39 pm
labour awareness camp
90
VIEWS
Share on FacebookShare on Twitter

অৰুণাচল প্ৰদেশ বিল্ডিং আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যান বোৰ্ড(এপিবিএণ্ডওচিডব্লিউডব্লিউবি)ৰ উদ্যোগত অৰুণাচল প্ৰদেশৰ টুটিং চলুং খেল পথাৰত এক শ্ৰমিক সজাগতা শিবিৰৰ আয়োজন কৰা হয়।

শ্ৰমিকসকলৰ বাবে বোৰ্ডে আগবঢ়োৱা বিভিন্ন সা-সুবিধা তথা তেওঁলোকৰ অধিকাৰ সমূহৰ বিষয়ে তথা শ্ৰমিক কল্যান আঁচনিৰ বিষয়ে অৱগত কৰোৱাৰ মূল উদ্দেশ্যেৰে এই শ্ৰমিক শিবিৰৰ আয়োজন কৰিছিল।

সজাগতা শিবিৰৰ অনুষ্ঠানত উপস্থিত থকা টুটিং জিলাৰ অতিৰিক্ত উপায়ুক্ত কবিত আপাঙে এনেধৰণৰ শিবিৰৰ আয়োজন কৰা বাবে বোৰ্ডক ধন্যবাদ জনায়। আৰু লগতে এখন ৰাজ্য বা দেশ নিৰ্মানত এই শ্ৰমিক সকলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে বুলিও তাৎপৰ্যমূলক মন্তব্য আগবঢ়ায়। শ্ৰমিক সকল হ’ল মানৱ কাৰক আৰু উন্নয়নত এই কাৰকে প্ৰধান ভূনিকা গ্ৰহণ কৰে।

কাৰিকৰী দিশত উন্নত আৰু জ্ঞানী শ্ৰমিক সকল এখন দেশৰ মেৰুদণ্ডৰ দৰে কাম কৰে। দক্ষ শ্ৰমিক সকলে দেশৰ দুৰ্লভ প্ৰাকৃতিক সম্পদ সমূহৰ সঠিক ব্যৱহাৰ কৰে বুলিও তেওঁ মন্তব্য কৰে।

তেওঁ আৰু কয় যে সৎ, আন্তৰিকতা, কঠোৰ পৰিশ্ৰমী আৰু জ্ঞানী শ্ৰমিক সকলে দেশৰ উন্নয়নৰ গতি তৰাণ্বিত কৰাত ব্যাপক সহায় কৰে।

এই শিবিৰতে বোৰ্ডৰ হৈ অতিৰিক্ত উপায়ুক্তগৰাকীয়ে ৪০০ তকৈও অধিক শ্ৰমিকৰ মাজত টিভি, কম্বল, ৰেইন কোট আদি বিতৰণ কৰে।

টুটিং পঞ্জীয়ন বিষয়া অৰ’ টাগ্গুৱে শিবিৰত উপস্থিত থকা সকলো প্ৰকাৰৰে শ্ৰমিকক বোৰ্ডৰ ফালৰ পৰা সকলো সুবিধা লাভ কৰাৰ বাবে নিজৰ নিজৰ নাম সমূহ বোৰ্ডত পঞ্জীয়ন কৰিবলৈ আহ্বান জনায়।

ইয়াৰ উপৰি তেওঁ বোৰ্ডৰ অধ্যক্ষ জেলি ছোনম আৰু শ্ৰম আয়ুক্ত তথা সচিব ওজিং দৰুইৰিঙে শ্ৰমিক সকলৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ বাবে গ্ৰহণ কৰা বিভিন্ন কল্যানকামী আঁচনিৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

শ্ৰমিক সজাগতা শিবিৰত ছোনম ফাণ্টচক, জয়া কম্বোৰ লগতে য়াৰি টালি আদি বহুতো বিভাগীয় বিষয়া উপস্থিত আছিল।

Recent News

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

বাবা ৰামদেৱৰ প্ৰেমত গদ গদ মন্ত্ৰী অতুল বৰা!  মুনাফাৰ স্বাৰ্থত পাম অইল কৰিবলৈ মাটি দিলে কৃষিমন্ত্ৰীয়ে

বাবা ৰামদেৱৰ প্ৰেমত গদ গদ মন্ত্ৰী অতুল বৰা!  মুনাফাৰ স্বাৰ্থত পাম অইল কৰিবলৈ মাটি দিলে কৃষিমন্ত্ৰীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd